অসম লাইভ ২৪ঃ মঙলবাৰে জামিন লাভ কৰিলে আলফা নেতা প্ৰদীপ গগৈয়ে। আলফা নেতাগৰাকীৰ জামিন মঞ্জুৰ কৰিলে কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতে। আলফা নেতাগৰাকীৰ বিৰুদ্ধে আছিল মুখ্যমন্ত্ৰীক হত্যাৰ পৰিকল্পনা কৰাৰ ভয়ংকৰ অভিযোগ। ৫০ হাজাৰ টকা, দুজন জামিনদাৰৰ বিনিময়ত অৱশেষত আদালতে জামিন মঞ্জুৰ কৰে। বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে প্ৰদীপ গগৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















