• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অপমানৰ অভিযোগ

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অপমানৰ অভিযোগ

5 years ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

1 hour ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

2 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

3 hours ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

3 hours ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

3 hours ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

4 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

5 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

6 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

7 hours ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অপমানৰ অভিযোগ

editor by editor
May 28, 2021
in অসম, গুৱাহাটী, ভাৰত
0
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অপমানৰ অভিযোগ
0
SHARES
605
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অপমানৰ অভিযোগ। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলে পত্ৰ প্ৰেৰণ কৰে উপৰাজ্যপাল অনিল বৈজলক। অৰবিন্দ কেজৰিৱাললৈও পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰৰ মাজত পুনৰ সৃষ্টি হৈছে বিবাদৰ। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলৰ অভিযোগ অনুসৰি, প্ৰেছ কনফাৰেন্সৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ পিছফালে থকা দুখন ধ্বজাত বগা অংশত সেউজীয়া ৰঙৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ উত্থাপন কৰিছে পাটেলে।

প্ৰহ্লাদ সিং পাটেলে পত্ৰযোগে অৰবিন্দ কেজৰিৱালক ইয়াৰ শুধৰণি কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে অনিল বৈজলকো বিষয়টো গুৰুত্ব সহকাৰে ল’বৰ বাবে আহ্বান জনায়।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvind kejriwalasom live 24assam live 24axom live 24national flag issueprahlad singh patel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!
ভাৰত

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

October 31, 2026
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ
ভাৰত

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

October 31, 2026
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত
অসম

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

October 31, 2026
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা
অসম

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

October 31, 2026
Next Post
সুশান্ত সিং ৰাজপুত আত্মহত্যা গোচৰ, গ্ৰেপ্তাৰ সুশান্তৰ বন্ধু সিদ্ধাৰ্থ

সুশান্ত সিং ৰাজপুত আত্মহত্যা গোচৰ, গ্ৰেপ্তাৰ সুশান্তৰ বন্ধু সিদ্ধাৰ্থ

বজাৰত উপলব্ধ এণ্টি-কোভিড ড্ৰাগ 2-dg, প্ৰতি পেকেটৰ দাম ৯৯০ টকা

বজাৰত উপলব্ধ এণ্টি-কোভিড ড্ৰাগ 2-dg, প্ৰতি পেকেটৰ দাম ৯৯০ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.