• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকাপৰ পৰা মাত্ৰ কেইগজমান দূৰত্বত টীম ব্লু! দেওবাৰে বিশ্বকাপ যুঁজৰ মূল একাদশত কোন কোন থাকিব?

বিশ্বকাপৰ পৰা মাত্ৰ কেইগজমান দূৰত্বত টীম ব্লু! দেওবাৰে বিশ্বকাপ যুঁজৰ মূল একাদশত কোন কোন থাকিব?

2 years ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

28 minutes ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

1 hour ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

1 hour ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

2 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

2 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

2 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

3 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

4 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

4 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

5 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

5 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বকাপৰ পৰা মাত্ৰ কেইগজমান দূৰত্বত টীম ব্লু! দেওবাৰে বিশ্বকাপ যুঁজৰ মূল একাদশত কোন কোন থাকিব?

editor by editor
November 18, 2023
in ক্ৰীড়া, ভাৰত
0
বিশ্বকাপৰ পৰা মাত্ৰ কেইগজমান দূৰত্বত টীম ব্লু! দেওবাৰে বিশ্বকাপ যুঁজৰ মূল একাদশত কোন কোন থাকিব?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অষ্ট্ৰেলিয়াক চেন্নাইৰ ২২ গজত হৰুৱাই বিশ্বকাপৰ বাবে দৌৰ আৰম্ভ কৰিছো ৰোহিত শৰ্মাই। বিশ্বকাপত এইবাৰ অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ভাৰত। ইতিমধ্যেই প্ৰতীক্ষাৰ প্ৰহৰ গণিছে ক্ৰিকেট অনুৰাগীয়ে। দেওবাৰে ফাইনেলত অষ্ট্ৰেলিয়াক হৰুৱাই ভাৰতে বিশ্বজয়ৰ সপোন দেখিছে। বহুতেই কৈছে এইবাৰ ফাইনেলত যদি হাৰে তেন্তে কাহানিও বিশ্বকাপ ভাৰতে জয় কৰিব নোৱাৰিব। এইবাৰ সকলোবোৰ পৰিকল্পনা ভাৱি চিন্তি লৈছে টিম ব্লুৱে। ছেমিফাইনেলৰ প্রথম একাদশত কোন কোন খেলুৱৈ থাকিব সেই বিষয়েও ভাৱিচিন্তি সিদ্ধান্ত লৈছে ৰাহুল দ্ৰাবিড়ে। ফাইনেলৰ বাবে কেইবাটাও বিশেষ পৰিকল্পনা কৰা হৈছে। প্ৰথম একাদশত ছেমিফাইনেলৰ খেলুৱৈসকলেই থাকিবনে অন্যান্য কোনো নতুন খেলুৱৈ থাকিব?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সাম্ভাব্য একাদশত কোন কোন থাকিব?
ৰোহিত শৰ্মাঃ দলৰ দৰে ভাৰতৰ অধিনায়কো ফৰ্মত আছে। কেৱল নেতা হিচাপেই নহয়, বেট হাতত লৈ ধাৰাবাহিকভাৱে ৰানো কৰিছে তেওঁ। ইনিংছৰ আৰম্ভনিতেই প্ৰতিপক্ষৰ বলাৰসকলক চাপত পেলাই দিব পৰা পাৰফৰমেন্স। ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধেও আগ্ৰাসী হৈ বেটিং কৰিছে ৰোহিতে। ফাইনেলত তেওঁৱেই অপেনাৰ হিচাপে থাকিব তাত কোনো সন্দেহ নাই।

শুভমন গীলঃ ডেংগুত আক্ৰান্ত হোৱাৰ পাছতো আকৌ উভতি আহি দলৰ হৈ ভাল পাৰ্ফৰমেন্স দেখুৱাইছে তৰুণ অপেনাৰগৰাকীয়ে। ইনিংছৰ আৰম্ভনিতে অধিনায়ক ৰোহিতৰ সৈতে তেঁৱো আগ্ৰাসী বেটিং কৰিছে। ছেমিফাইনেলত কিছু আঘাত পাইছিল শুভমনে। ফাইনেলৰ মূল একাদশত যে শুভমন গীল থাকিব তাত কোনো সন্দেহ নাই।

বিৰাট কোহলীঃ এদিনীয়া ক্ৰিকেটত ভাৰতৰ প্ৰাক্তন অধিনায়কে ৫০তম শতৰান কৰিছে। বিশ্বকাপতো ভাল প্ৰদৰ্শন দেখুৱাইছে কোহলীয়ে। পৈণত বেটিঙৰ ওপৰিও ধাৰাবাহিকভাৱে ৰানো কৰিছে। ফাইনেল কোহলীক বাদ দি জানো সম্ভৱ।

শ্ৰেয়ছ আয়াৰঃ বিশ্বকাপৰ শেষ চাৰিখন মেচত বহুকেইটা ৰান কৰিছে শ্ৰেয়ছে। তাৰপিছতেই দুইখন মেচত শতৰান। ভাৰতীয় দলৰ বেটিং অৰ্ডাৰত চাৰি নম্বৰতেই তেওঁ থাকে। স্বাভাৱিকভাৱেই দেওবাৰে শ্ৰেয়ছক বাহিৰত ৰখাৰ কথা নাহে।

লোকেশ ৰাহুলঃ ধাৰাবাহিকভাৱে ৰান লৈছে লোকেশ ৰাহুলেও। নেদাৰলেণ্ডৰ বিৰুদ্ধে তেওঁ শতৰান কৰিছে। উইকেটৰক্ষক হিচাপেও তেওঁ সকলোৰে নজৰ কাঢ়িবলৈ সক্ষম হৈছে। ছেমিফাইনেলতো ভাল প্ৰদৰ্শন দেখুৱাইছে লোকেশ ৰাহুলে। তেওঁ ভাৰতৰ মিডল অৰ্ডাৰৰ অন্যতম ভৰষা। ছেমিফাইনেলত ভাৰতৰ প্ৰথম একাদশত সহ-অধিনায়ক হিচাপে তেওঁ থাকিব।

সূৰ্যকুমাৰ যাদৱঃ বিশ্বকাপত এতিয়াও বৰ বিশেষ ৰান ল’ব পৰা নাই সূৰ্যই। বাৰে বাৰে দ্ৰুত আউটো হৈছে। সুযোগ পালে ফাইনেলত এই আক্ষেপ দূৰ কৰিব পাৰিব বুলি আশাবাদী সূৰ্যকুমাৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ নামিব বেটিং অৰ্ডাৰৰ ছয় নম্বৰত। তেওঁকো ফাইনেল খেলিবলৈ দিয়াৰ সম্ভাৱনা আছে।

ৰবীন্দ্ৰ জাদেজাঃ হাৰ্দিক পাণ্ডিয়াই আঘাত পোৱাৰ পাছত ভাৰতৰ প্রথম একাদশত একমাত্ৰ অলৰাউণ্ডাৰ হৈছে ৰবীন্দ্ৰ জাদেজা। বেট আৰু বল হাতত লৈ ভাল ফৰ্মত আছে বাওঁহতীয়া জাদেজা। দলৰ ভাৰসাম্যৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা বিশেষভাৱে গুৰুত্বপূৰ্ণ। বলাৰ জাদেজাক বাদ দি ফাইনেলৰ মূল একাদশ তৈয়াৰ নকৰে দ্ৰাবিড়ে।

কুলদীপ যাদৱঃ বেছ কিছু দিন ধৰি ভাল ফৰ্মত আছে কুলদীপ যাদৱ। বিশ্বকাপতো তেওঁ ব্যতিক্ৰম নহয়। ধাৰাবাহিকভাৱে তেওঁ উইকেট লৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেঁওৰ খেলক লৈ কোনো সংশয় নাই।

যশপ্ৰীত বুমৰাহঃ বেছ কিছু দিন ধৰি তেওঁ ভাল ফৰ্মত আছে। ভাৰতৰ বলিং আক্ৰমণৰ প্রধান মুখ বুমৰাহ। বিশ্বকাপ দলৰ তেওঁ অন্যতম বলাৰ। তেওঁক বাদ দি ফাইনেল খেলাৰ প্ৰশ্নই নাই। তেওঁৰ বিকল্পও নাই দলত। মেচত নামিব তেওঁ বেটিং অৰ্ডাৰ ৯নম্বৰত।

মহম্মদ ছামিঃ বিশ্বকাপৰ সপোনৰ দৌৰত মহম্মদ ছমিও আছে। তেওঁৰ ফৰ্মক লৈ সকলোৱেই আশাবাদী। নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত ৭উইকেট লৈ দেশবাসীৰ দৃষ্টি কাঢ়িছে। এই মুহূৰ্তত তেওঁ দলৰ প্ৰধান ষ্ট্ৰাইক বলাৰ। মেচৰ যিকোনো পৰিস্থিতিত তেওঁ উইকেট ল’ব পাৰে। ফাইনেলত ছামি থকাৰ পূৰ্ণ সম্ভাৱনা আছে।

মহম্মদ ছিৰাজঃ চলিত বিশ্বকাপত বিশেষ পাৰ্ফৰমেন্স দেখুৱাব পৰা নাই ছিৰাজে। অৱশ্যে দলটোৰ এজন বেগী বলাৰ হিচাপে মূল একাদশত তেওঁ থকাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

March 23, 2026
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
Next Post
প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ

প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ

মহাৰণৰ পূৰ্বে উত্তেজনা বঢ়াই জ্যোতিষীয়েও কৰিছে বিশেষ গণনা, কাৰ হাতলৈ যাব বিশ্বকাপ?

মহাৰণৰ পূৰ্বে উত্তেজনা বঢ়াই জ্যোতিষীয়েও কৰিছে বিশেষ গণনা, কাৰ হাতলৈ যাব বিশ্বকাপ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.