• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃত্বৰ স্বাদ দিব পাৰিলেই দিব লাখে লাখে ধন, জালত সোমাল যুৱক, তাৰপিছৰ ঘটনা কি?

মাতৃত্বৰ স্বাদ দিব পাৰিলেই দিব লাখে লাখে ধন, জালত সোমাল যুৱক, তাৰপিছৰ ঘটনা কি?

2 years ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

18 minutes ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

1 hour ago
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

2 hours ago
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

3 hours ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

3 hours ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

4 hours ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

5 hours ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

6 hours ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

7 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

7 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

7 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাতৃত্বৰ স্বাদ দিব পাৰিলেই দিব লাখে লাখে ধন, জালত সোমাল যুৱক, তাৰপিছৰ ঘটনা কি?

মাতৃত্বৰ স্বাদ দিব পাৰিলেই দিব লাখে লাখে ধন, জালত সোমাল যুৱক, তাৰপিছৰ ঘটনা কি?

editor by editor
November 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাতৃত্বৰ স্বাদ দিব পাৰিলেই দিব লাখে লাখে ধন, জালত সোমাল যুৱক, তাৰপিছৰ ঘটনা কি?
0
SHARES
255
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰেডিং জালিয়াতি, আঁচনি দিম বুলি ধন লোৱাৰ জালিয়াতি আদি দেশত ট্ৰেণ্ডিং খবৰ৷ কিন্তু এইবাৰ অন্য এক ধৰণৰ জালিয়াতিৰ চিকাৰ হৈছে বহু লোক৷ এইবাৰ জালিয়াতিৰ চিকাৰ হৈছে কেৱল পুৰুষসকল৷ ইয়াৰ নাম দিয়া হৈছে গৰ্ভধাৰণ কেলেংকাৰী৷ সম্প্ৰতি সন্মুখলৈ আহিছে এই জালিয়াতিৰ সমস্ত ঘটনা৷ মূলত ফেছবুকৰ জৰিয়তেই মেলিছে এই অপৰাধৰ জাল৷

ঘটনা মূলত কি?

কোনো এগৰাকী মহিলাক মাতৃত্বৰ স্বাদ দিব পাৰিলেই দিয়া হ’ব মোটা অংকৰ ধন৷ এই তথ্যৰেই প্ৰকাশ হৈছে বিজ্ঞাপন৷ বিভিন্ন পোষ্ট ভাইৰেল হৈ পৰিছে ফেছবুকত৷ বহু বেকাৰ যুৱকেই এই বিজ্ঞাপন দেখি আগ্ৰহ প্ৰকাশ কৰি সোমাই পৰিছে সেই জালত৷ তাৰপিছতেই আৰম্ভ হৈছে প্ৰতাৰণা৷ এনে প্ৰতাৰণাৰ জালত ভৰি দিয়া কেইবাজনো পুৰুষৰ কথোপকথনৰ অডিঅ’ ভাইৰেল হৈছে৷ এই প’ষ্টসমূহত কোৱা হৈছে কোনো ধনী ঘৰৰ মহিলাই মাতৃত্বৰ স্বাদ পোৱা নাই৷ কোনোৱে যদি তেওঁক মাতৃত্বৰ স্বাদ দিব পাৰে তেন্তে প্ৰচুৰ পৰিমানে ধন দিয়া হ’ব৷ আনকি সম্পত্তিৰ অংশও লিখি দিয়া হ’ব সেই ব্যক্তিক৷ এই বিজ্ঞাপনৰ সৈতে দিয়া হৈছে ফটোশ্বপত এডিট কৰা আকৰ্ষণীয় মহিলাৰ ফটো৷

বহুতেই এই প’ষ্ট দেখি আগ্ৰহীও হৈ পৰিছে৷ ইয়াৰ ফলত আৰম্ভ হৈছে স্কেমাৰৰ সৈতে কথোপকথন৷ আগ্ৰহীসকলক প্ৰথমে বুজোৱা হয় কেনেকৈ মহিলাৰ সৈতে যোগাযোগ কৰিব৷ তাৰপিছতেই আৰম্ভ কৰে মোক্ষম খেল৷ কোৱা হয় ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰবাবে ধন দিব লাগিব৷ ইয়াৰপাছতেই লজ্জাবশত প্ৰতাৰিত হৈয়ো মুখ বন্ধ ৰাখিছে এতিয়া বহু পুৰুষে৷

কিছুদিন পূৰ্বে এই বিষয়টোক লৈ এক অভিযোগনামা দাখিল হৈছে হাৰিয়ানাত৷ সেই ব্যক্তিয়েও জালত সোমাই ১লাখতকৈ বেছি ধন হেৰুৱাইছে৷ তেওঁক ২-৩মাহৰ ভিতৰত মহিলাগৰাকীক গৰ্ভধাৰণ কৰাব পাৰিলে ২০-৩০লাখ ধন দিয়া হ’ব বুলি প্ৰলোভন দেখুওৱা হৈছিল৷ সেই প্ৰলোভনত ভুল গৈয়েই ১লাখ ধন খৰচ কৰি ৰেজিষ্ট্ৰেছন কৰাইছিল যুৱকজনে৷ অৱশেষত ১লাখ হেৰুৱাই এতিয়া আৰক্ষীৰ কাষ চাপিছে হাৰিয়ানাৰ যুৱকজন৷ এই যুৱকৰ পৰাই আৰক্ষীয়ে লাভ কৰিছে প্ৰৱঞ্চনাৰ জাল মেলা বিশেষ দলটোৰ তথ্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ
বিনোদন

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

August 9, 2026
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য
জীৱনশৈলী

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

August 9, 2026
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?
জীৱনশৈলী

সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

August 9, 2026
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া
ৰাজনীতি

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

August 9, 2026
Next Post
জীৱন সহজ নহয়… বিশেষভাৱে সক্ষম দুই কন্যা! চন্দ্ৰচূড়ৰ জীৱনৰ এই কাহিনী আজিও বহুতেই নাজানে

জীৱন সহজ নহয়... বিশেষভাৱে সক্ষম দুই কন্যা! চন্দ্ৰচূড়ৰ জীৱনৰ এই কাহিনী আজিও বহুতেই নাজানে

বিয়াৰ ৪মাহৰ পাছত নিজৰ নাম সলনি কৰিলে ৰাধিকা মাৰ্চেণ্টে! নিজৰ নতুন নাম কি দিলে আম্বানীৰ সৰু বোৱাৰীয়েকে?

বিয়াৰ ৪মাহৰ পাছত নিজৰ নাম সলনি কৰিলে ৰাধিকা মাৰ্চেণ্টে! নিজৰ নতুন নাম কি দিলে আম্বানীৰ সৰু বোৱাৰীয়েকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.