• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামী কন্যাসহ ৰাম লালাৰ মন্দিৰ দৰ্শন প্ৰিয়ংকা চোপ্ৰাৰ, প্ৰিয়ংকাক চাবলৈয়ে ভিৰ লাগিল বহু লোকৰ

স্বামী কন্যাসহ ৰাম লালাৰ মন্দিৰ দৰ্শন প্ৰিয়ংকা চোপ্ৰাৰ, প্ৰিয়ংকাক চাবলৈয়ে ভিৰ লাগিল বহু লোকৰ

2 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

30 minutes ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

2 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

3 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

4 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

4 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

5 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

6 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

6 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

7 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

7 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

স্বামী কন্যাসহ ৰাম লালাৰ মন্দিৰ দৰ্শন প্ৰিয়ংকা চোপ্ৰাৰ, প্ৰিয়ংকাক চাবলৈয়ে ভিৰ লাগিল বহু লোকৰ

editor by editor
March 20, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন
0
স্বামী কন্যাসহ ৰাম লালাৰ মন্দিৰ দৰ্শন প্ৰিয়ংকা চোপ্ৰাৰ, প্ৰিয়ংকাক চাবলৈয়ে ভিৰ লাগিল বহু লোকৰ
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বামী কন্যাসহ ৰাম লালাৰ মন্দিৰ দৰ্শন প্ৰিয়ংকা চোপ্ৰাৰ, প্ৰিয়ংকাক চাবলৈয়ে ভিৰ লাগিল বহু লোকৰ

বলীউডৰ ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰাই নিক জ’নাছৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰে পৰা আমেৰিকাত বাস কৰি আছে। কিন্তু প্ৰায়ে অনুষ্ঠান বিশেষে ভাৰতলৈ আহি থাকে প্ৰিয়ংকা আৰু স্বামী।

এইবাৰো প্ৰিয়ংকা চোপ্ৰা এক ডাঙৰ ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে ভাৰতলৈ আহিছে। তাৰ মাজতে আজি স্বামী নিক জোনাছ আৰু কন্যা মালতীৰ সৈতে অযোধ্যাৰ ৰাম মন্দিৰত উপস্থিত হয় প্ৰিয়ংকা।

শেহতীয়াকৈ ছচিয়েল মিডিয়াত প্ৰিয়ংকাৰ মন্দিৰ দৰ্শনৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত প্ৰিয়ংকা আৰু নিক জোনাছক কন্যা মালতীৰ সৈতে অযোধ্যাত দেখা গৈছে। অযোধ্যা পোৱাৰ পিছতে প্ৰিয়ংকা আৰু নিক পোনে পোনে মন্দিৰলৈহে যায় আৰু ৰামলালাৰ মন্দিৰ দৰ্শন কৰে।

সাধাৰণতে অনুষ্ঠান আদিত ৰিভিলিং বা শৰীৰ উন্মোক্ত হৈ থকা সাজপাৰ কৰা প্ৰিয়ংকাক মন্দিৰ দৰ্শনৰ সময়ত হালধীয়া ৰঙৰ শাৰী পিন্ধি থকা দেখা যায়। একেদৰে স্বামী নিককো ভাৰতীয় সাজ-পোছাকত দেখা যায়।

মন্দিৰ দৰ্শনৰ পাছত পিতৃ-মাতৃৰ সৈতে কন্যা মালতীকো কপালত মন্দিৰৰ টিকা লোৱা দেখা যায়। প্ৰিয়ংকাৰ এই মন্দিৰ দৰ্শনৰ পাছতে বহু অনুৰাগীয়ে সামাজিক মাধ্যমত প্ৰিয়ংকাৰ শলাগ লৈ এয়া এক প্ৰকৃত সনাতনী ধৰ্মৰ ভক্ত বুলি উল্লেখ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: priyanka chopraRam lala Templeram mandirRam Temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
Next Post
ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ

ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ

আজি কেনে হ’ব বতৰ ! শিৱসাগৰ, তিনিচুকীয়াৰ বাহিৰে ৰাজ্যৰ প্ৰতিখন জিলাতে এলাৰ্ট

আজি কেনে হ'ব বতৰ ! শিৱসাগৰ, তিনিচুকীয়াৰ বাহিৰে ৰাজ্যৰ প্ৰতিখন জিলাতে এলাৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.