• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছৰ আমোলত কোনো হাৰি নাযায়! ২৪ঘণ্টাৰ ভিতৰত তদন্তকাৰী দলৰ কাষত হাজিৰ হ’ব লাগিব প্ৰজ্জ্বল আৰু এইছ ডি ৰেভান্না

কংগ্ৰেছৰ আমোলত কোনো হাৰি নাযায়! ২৪ঘণ্টাৰ ভিতৰত তদন্তকাৰী দলৰ কাষত হাজিৰ হ’ব লাগিব প্ৰজ্জ্বল আৰু এইছ ডি ৰেভান্না

2 years ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

27 minutes ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

58 minutes ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

6 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

6 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

15 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

15 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

16 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

16 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

17 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

17 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

18 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কংগ্ৰেছৰ আমোলত কোনো হাৰি নাযায়! ২৪ঘণ্টাৰ ভিতৰত তদন্তকাৰী দলৰ কাষত হাজিৰ হ’ব লাগিব প্ৰজ্জ্বল আৰু এইছ ডি ৰেভান্না

কংগ্ৰেছৰ আমোলত কোনো হাৰি নাযায়! ২৪ঘণ্টাৰ ভিতৰত তদন্তকাৰী দলৰ কাষত হাজিৰ হ’ব লাগিব প্ৰজ্জ্বল আৰু এইছ ডি ৰেভান্না

editor by editor
May 1, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
কংগ্ৰেছৰ আমোলত কোনো হাৰি নাযায়! ২৪ঘণ্টাৰ ভিতৰত তদন্তকাৰী দলৰ কাষত হাজিৰ হ’ব লাগিব প্ৰজ্জ্বল আৰু এইছ ডি ৰেভান্না
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পলাই গ’লেই হাৰি নাযাব৷ বিপদে লগ এৰা নাই প্ৰজ্জ্বল ৰেভান্নাৰ৷ প্ৰজ্জ্বলৰ বিৰুদ্ধে উঠা যৌন আতিহায্য গোচৰৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰিছে কৰ্ণাটক আৰক্ষীয়ে৷ এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌৰাৰ নাতি প্ৰজ্জ্বলক হাজিৰ হ’বৰ বাবে নটিছ প্ৰেৰণ কৰিছে তদন্তকাৰী দলে৷ সূত্ৰৰ খবৰ অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত তদন্তকাৰী অফিচাৰৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে৷ কেৱল প্ৰজ্জ্বলেই নহয় নটিছ পঠিওৱা হৈছে প্ৰজ্জ্বলৰ পিতৃ এইচ ডি ৰেভান্নাকো৷

এই গোচৰত প্ৰজ্জ্বলৰ পিতৃও অভিযুক্ত বুলি  দাবী কৰিছে তদন্তকাৰী দলে৷ ৰেভান্নাৰ অশ্লীল ভিডিঅ’ ফাঁচ হোৱাৰ পাছতেই উত্তাল হৈ আছে কৰ্ণাটকৰ ৰাজনীতি৷ মঙলবাৰে জনতা দল ছেকুলাৰে দলৰ পৰা বহিষ্কাৰ কৰিছে প্ৰজ্জ্বলক৷ ইয়াৰোপৰি দলৰ তৰফৰ পৰা জনোৱা হৈছে, ‘আমি প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে আৰম্ভ কৰা তদন্তক স্বাগত জনাইছো৷’ মঙলবাৰে তদন্তকাৰী দলটোৱে পিতা-পুত্ৰ দুয়োলৈকে নটিছ প্ৰেৰণ কৰিছে৷ হাজিৰ হোৱাৰ সময়সীমাও বান্ধি দিছে তদন্তকাৰী দলে৷ SIT ৰ পৰা ২৪ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে প্ৰজ্জ্বল আৰু পিতৃক৷

ইফালে ঘটনাক লৈ মহিলা কমিছনেও উদ্বেগ প্ৰকাশ কৰিছে৷ কৰ্ণাটক আৰক্ষীৰ পৰা তিনিদিনৰ ভিতৰত ৰিপৰ্ট বিচাৰিছে মহিলা আয়োগে৷ মহিলা আয়োগৰ প্ৰধান ৰেখা শৰ্মাই কৰ্ণাটক আৰক্ষী ডিজিপি আলোক মোহনক উদ্দেশ্যি লিখা চিঠিত লিখিছে, ‘অনতিপলতে আমাক পদক্ষেপ লাগে৷ দেশত্যাগ কৰিলেও অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগিব৷’

প্ৰথম দফাৰ নিৰ্বাচনৰ সময়তে প্ৰজ্জ্বলৰ প্ৰায় ১০০০ ভিডিঅ’ ভাইৰেল হৈছিল৷  বিষয়টোক লৈ লগে লগেই তদন্তৰ নিৰ্দেশ দিছিল কংগ্ৰেছ শাসিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াই৷ শনিবাৰে তেওঁ এক্সত এটা পোষ্ট কৰিছে৷ তাত ছিদ্দাৰামাইয়াই উল্লেখ কৰিছে যে এই ঘটনাৰ বাবে তেওঁলোকে এটা SIT দল গঠন কৰিছে৷ কৰ্ণাটকৰ মহিলা আয়োগো এই ঘটনাক লৈ যথেষ্ট সৰৱ হৈ পৰিছে৷

সংবাদ সংস্থা পিটিআইয়ে উল্লেখ কৰা অনুসৰি প্ৰজ্জ্বলৰ ঘৰৰ ৰান্ধনীয়ে অনা অভিযোগৰ ভিত্তিতেই প্ৰথমে প্ৰজ্জ্বলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ কৰ্ণাটকৰ এজন বিজেপি নেতাই সম্প্ৰতি দাবী কৰিছে যে তেওঁৰ হাততো ৩০০০ অশ্লীল ভিডিঅ’ থকা এটা পেনড্ৰাইভ আছে৷ তাতেই প্ৰজ্জ্বলৰ বিৰুদ্ধে সকলোবোৰ প্ৰমাণ আছে৷ পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰে বাংগালুৰুৰ পৰা জাৰ্মানীৰ ফ্ৰাঙ্কফুৰ্টৰ উদ্দেশ্যে ৰাওনা হৈছে হাছানৰ জেডিএছ প্ৰাৰ্থী প্ৰজ্জ্বলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!
ভাৰত

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

September 15, 2026
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ
জীৱনশৈলী

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

September 15, 2026
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

September 15, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

September 15, 2026
Next Post
হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা, আজমলেও শুই উঠি মোৰ নাম লয়ঃ অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা, আজমলেও শুই উঠি মোৰ নাম লয়ঃ অখিল গগৈ

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.