• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

4 years ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

2 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

2 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

3 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

4 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

5 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

5 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

5 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

23 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

23 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

1 day ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

1 day ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

editor by editor
May 16, 2022
in বিশ্ব, ৰাজনীতি
0
‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’
0
SHARES
151
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ‘গুৰুতৰভাৱে অসুস্থ’৷ দূৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ বাবেই নিজৰ কাৰ্যকালতে ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইন আক্ৰমণ কৰা বুলি দাবী কৰিছে এগৰাকী প্ৰাক্তন ব্ৰিটিছ চোৰাংচোৱাই। ৰাষ্ট্ৰপতি পুটিন দূৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত বুলিও প্ৰকাশ পাইছে৷

প্ৰাক্তন ব্ৰিটিছ চোৰাংচোৱা ক্রিষ্টোফাৰ ষ্টিলে স্কাই নিউজক কয় যে, “নিশ্চিতভাৱে, আমি ৰাছিয়া আৰু অন্যান্য ঠাইৰ সূত্রৰ পৰা যি শুনিছো যে পুটিন গুৰুতৰভাৱে অসুস্থ।’’

ইফালে, ৰাছিয়াৰ নেতাগৰাকীৰ এজন ঘনিষ্ঠ লোকে সংবাদ সংস্থাক সদৰী কৰা মতে “পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ আছে৷”

 

লগতে পঢ়ক লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক’ৰনাৰ গণ সংক্ৰমণ

আমেৰিকাৰ এখন আলোচনী নিউ লাইন-এ লাভ কৰা এটা ৰেকৰ্ডিঙত নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক পুটিনৰ একালৰ ঘণিষ্ঠ উক্ত লোকজনে কয় যে পশ্চিমীয়া এজন কেঞ্চাৰ বিশেষজ্ঞৰ সৈতে পুটিনৰ স্বাস্থ্যৰ বিষয়ে আলোচনা কৰা শুনা গৈছে।

উল্লেখ্য যে যোৱা সপ্তাহত বিজয় দিৱস উদযাপনকে ধৰি অন্যান্য ৰাজহুৱা অনুষ্ঠানত ৰুছ ৰাষ্ট্ৰপতি পুটিনক শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল যেন দেখা পোৱাৰ পিছতে ইউক্ৰেইন আক্ৰমণ আৰম্ভণিৰ সময়ৰে পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যক কেন্দ্ৰ কৰি চলা জল্পনা-কল্পনা অধিক ৰহস্যময় হৈ পৰিছে।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটো আৰু ভিডিঅ’সমূহত পুটিনে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰবীণ সৈনিক আৰু জ্যেষ্ঠ বিশিষ্ট ব্যক্তিসকলৰ মাজত বহি মস্কোৰ ৰেড স্কোৱাৰৰ সামৰিক পেৰেড চাই থকাৰ সময়ত ভৰিৰ ওপৰত ডাঠ সেউজীয়া আৱৰণ এখন ঢাকি ৰাখিছিল।

 

লগতে পঢ়ক ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

স্বতন্ত্ৰ সংবাদ সংস্থাৰ বাতৰি অনুসৰি, ক’লা বোমাৰু জেকেট পিন্ধা পুটিনক কাঁহি থকা দেখা গৈছিল আৰু গোটৰ ভিতৰত তেওঁ একমাত্ৰ ব্যক্তি যিয়ে তুলনামূলকভাৱে ৯ ডিগ্ৰী চেলছিয়াছত আনতকৈ অধিক গৰম কাপোৰ পিন্ধি থকা দেখা গৈছিল৷

ৰাছিয়াৰ অলিগাৰ্কগৰাকীয়ে ৰেকৰ্ডিঙত কৈছে যে ইউক্ৰেইন আক্ৰমণৰ নিৰ্দেশ দিয়াৰ কিছু সময়ৰ পূৰ্বে পুটিনে তেওঁৰ তেজৰ কৰ্কট ৰোগৰ সৈতে জড়িত এটা পিঠিৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। তেওঁ লগতে কয় যে ৰাষ্ট্ৰপতিগৰাকী প্ৰায় ‘উন্মাদ’ হৈ পৰিছে।

শেহতীয়াকৈ পুটিন আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছাৰ্গেই শ্বোইগুৰ মাজত হোৱা এক ভিডিঅ’ মিটিঙত পুটিনক টেবুলত জোৰেৰে খামুচি ধৰি থকাও দেখা গৈছে৷

 

লগতে পঢ়ক আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

তেওঁ লগতে কয়, ‘‘আমি সকলোৱে আশা কৰো যে মিষ্টাৰ পুটিনৰ মৃত্যু হ’ব। তেওঁ ৰাছিয়াৰ অৰ্থনীতি, ইউক্ৰেইনৰ অৰ্থনীতি আৰু আন বহু দেশৰ অৰ্থনীতি একেবাৰে ধ্বংস কৰি পেলালে৷’’

ইফালে, ইউক্ৰেইনৰ এজন শীৰ্ষ সামৰিক বিষয়াইও দাবী কৰিছে যে ক্ৰেমলিনৰ নেতাগৰাকীৰ কৰ্কট ৰোগৰ লগতে আৰু অন্যান্য ৰোগত ভুগি আছে। তেওঁ স্কাই নিউজক জনোৱা মতে, পুটিনৰ মানসিক আৰু শাৰীৰিক অৱস্থা অতি বেয়া আৰু তেওঁ অতি অসুস্থ৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamVladimir PutinVladimir Putin illnes
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?
বিবিধ

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

January 12, 2026
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?
জীৱনশৈলী

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

January 6, 2026
সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা
জীৱনশৈলী

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

January 6, 2026
Next Post
প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?

প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?

আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?

আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.