• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দূৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন : হস্তান্তৰ কৰিব ৰাজ ক্ষমতা!

দূৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন : হস্তান্তৰ কৰিব ৰাজ ক্ষমতা!

4 years ago
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

2 minutes ago
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

28 minutes ago
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

50 minutes ago
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

1 hour ago
গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

2 hours ago
কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

কন্দাকটা-কাজিয়া-অশান্তি একো নাই, Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

2 hours ago
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

2 hours ago
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

3 hours ago
আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

3 hours ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

15 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

16 hours ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দূৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন : হস্তান্তৰ কৰিব ৰাজ ক্ষমতা!

editor by editor
May 3, 2022
in বিশ্ব, ৰাজনীতি
0
দূৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন : হস্তান্তৰ কৰিব ৰাজ ক্ষমতা!
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন কৰ্কট ৰোগত আক্ৰান্ত হৈছে৷ কৰ্কট ৰোগত আক্ৰান্ত হৈ ৰাষ্ট্ৰপতি পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ক্ষমতাও হস্তান্তৰ কৰিব৷ মাৰ্কিন সংবাদ পত্ৰ দ্য নিউয়ৰ্ক পোষ্ট-এ এই দাবী কৰিছে৷

ৰাছিয়াৰ চোৰাংচোৱা সংস্থাৰ এজন প্ৰাক্তন লেফটেনেণ্ট জেনেৰলৰ উদ্ধৃতিৰে দ্য নিউয়ৰ্ক পোষ্ট-এ দাবী কৰিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু অতি শীঘ্ৰেই তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব৷

অস্ত্ৰোপচাৰৰ কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতি পুটিনে অস্থায়ীভাৱে দেশখনৰ নিৰাপত্তা পৰিষদৰ সচিব নিকোলাই পাষ্ট্ৰুচেভক ক্ষমতা হস্তান্তৰ কৰিব বুলিও কোৱা হৈছে৷

লগতে  পঢ়ক আকৌ ক্লীণ ব’ল্ড অৰুণ লাল, ৩৮ বছৰীয়া যুৱতীৰে দ্বিতীয় বিবাহ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ

প্ৰাক্তন চোৰাংচোৱা বিষয়াগৰাকীৰ পৰিচালিত এটা টেলিগ্ৰাম চেনেলৰ উদ্ধৃতিৰে সংবাদ সংস্থা এএনআই-এ প্ৰকাশ কৰিছে যে অস্ত্ৰোপচাৰৰ বাবে ৰাষ্ট্ৰপতি পুটিনে কিছুদিনৰ বাবে ক্ষমতাৰ পৰা আঁতৰি থাকিব লাগিব৷

ইফালে অতি সম্প্ৰতি ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ স্বাস্থ্যৰ অৱণতি ঘটিছে আৰু ৰাজহুৱাভাৱে তেওঁৰ অদ্ভুত আচৰণ কৰা বুলিও দ্য নিউয়ৰ্ক পোষ্ট-এ উল্লেখ কৰি কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৰ্কট ৰোগৰ লগতে পাৰ্কিনছন ৰোগকে ধৰি আন বহুতো শাৰীৰিক সমস্যা আছে বুলিও বাতৰি প্ৰকাশ হৈ আহিছে।

অৱশ্যে, এজন মাৰ্কিন বিষয়াই কয় যে সংবাদ মাধ্যমত প্ৰকাশিত খবৰ এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ জন কাৰ্বিয়ে সোমবাৰে এই সম্পৰ্কে তেওঁলোকৰ হাতত নিশ্চিত খবৰ নাই বুলি প্ৰকাশ কৰিছে৷

লগতে পঢ়কLove Vs Money : ধন নে প্ৰেম, মানুহে জীৱনত কোনটো অধিক বিচাৰে?

ইফালে কিছুদিন আগতে পুটিনে নিকোলাই পাষ্ট্ৰুচেভৰ সৈতে দুঘণ্টা সময় কথা পাতিছিল বুলি দাবী কৰি দ্য নিউয়ৰ্ক পোষ্ট-এ এটা টেলিগ্ৰাম পোষ্টৰ উদ্ধৃতি দি কয়, ‘‘আমি সকলোৱে জানো, পুটিনে ইংগিত দিছিল যে তেওঁ পাষ্ট্ৰুচেভক তেওঁৰ একমাত্ৰ বিশ্বাসী আৰু বন্ধু বুলি বিবেচনা কৰে। একে সময়তে ৰাষ্ট্ৰপতিয়ে প্ৰতিশ্ৰুতি দিছিল যে যদি তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে, তেন্তে অস্থায়ীভাৱে ৰাষ্ট্ৰপতিৰ ক্ষমতা পাষ্ট্ৰুশ্চেভৰ হাতত অৰ্পণ কৰা হ’ব।’’

পুটিনৰ কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰৰ বিষয়ে দাবী কৰা টেলিগ্ৰাম চেনেলৰ গৰাকীয়ে লগতে সদৰী কৰিছে যে পাষ্ট্ৰুশ্চেভ ৰাষ্ট্ৰপতি পুটিনতকৈ অধিক ভয়ানক লোক৷ অস্থায়ীভাৱে তেওঁৰ হাতত ক্ষমতা ন্যস্ত কৰিলে ৰাছিয়াৰ সমস্যা আৰু বহুগুণে বৃদ্ধি পাব বুলিও কোৱা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamVladimir PutinVladimir Putin illnes
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

March 22, 2026
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
Next Post
কাঠামাণ্ডুৰ নাইট ক্লাৱত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাৰ্টি! চাওক ভাইৰেল ভিডিঅ’

কাঠামাণ্ডুৰ নাইট ক্লাৱত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাৰ্টি! চাওক ভাইৰেল ভিডিঅ’

‘প্ৰধানমন্ত্ৰী মোদীৰ দৰে নৱাব শ্বৰীফৰ অনুষ্ঠানত কেক কটা নাই ৰাহুলে’ বিজেপিক আক্ৰমণ

‘প্ৰধানমন্ত্ৰী মোদীৰ দৰে নৱাব শ্বৰীফৰ অনুষ্ঠানত কেক কটা নাই ৰাহুলে’ বিজেপিক আক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.