ৰাহু-কেতুৱে গতি সলনি কৰিলেই লাভৱান হ’ব ৫টা ৰাশি, কোটিপতি হ’ব ৫ ৰাশিৰ অধিপতি
ধৰ্মীয় বিশ্বাস অনুসৰি ৰাহুক ৰহস্য গ্ৰহ আৰু কেতুক মোক্ষ গ্ৰহ বুলি গণ্য কৰা হয়। যেতিয়াই এই দুটা গ্ৰহ একেলগে ৰাশি বা নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়াই কিছুমান ৰাশি তাৰ পৰা উপকৃত হয়। একে সময়তে কিছুমান ৰাশিৰ লোকৰ জীৱনত অশান্তি আহে।
বৈদিক পঞ্জিকা অনুসৰি ২০২৪ চনৰ ৮ জুলাইত ৰাহু গ্ৰহই ৰাতিপুৱা ০৪:১২ বজাত উত্তৰভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। ইয়াৰ পিছত এই দিনটোত কেতুৱেও নিজৰ গতিপথ সলনি কৰিব। ২০২৪ চনৰ ৮ জুলাইত পুৱা ০৪:১২ বজাত হস্ত নক্ষত্ৰত কেতুৱে দিশ সলনি কৰিব।
ৰাহু-কেতুৰ গতি সলনি কৰিলে গোটেইকেইটা ৰাশিৰ ওপৰতে প্ৰভাৱ পেলাব তথা পৰিৱৰ্তন আনিবব। কিন্তু পাঁচটা ৰাশিৰ জীৱনত বহু সফলতা আৰু ইতিবাচক পৰিৱৰ্তন আনিব।
কৰ্কট ৰাশি
নিয়োজিত লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। নতুন বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে। নিজাকৈ কাপোৰৰ দোকান থকা মানুহে টকা উপাৰ্জনৰ নতুন সুযোগ পাব। ইয়াৰ ফলত অৰ্থনৈতিক পৰিস্থিতিও শক্তিশালী হ’ব।
মীন ৰাশি
এই সময়ত ব্যৱসায়ীসকলে যদি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে তেন্তে ভৱিষ্যতে লাভ কৰিব পাৰিব। বিবাহিত জীৱনত প্ৰেম আহিব। সংগীৰ লগত সময় কটালে মানসিক শান্তি পাব। ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দৰ কলেজত নামভৰ্তি কৰিব পাৰিব।
বৃশ্চিক ৰাশি
বিবাহিত জীৱন সুখী হ’ব। আৰ্থিক সুবিধাও থাকিব পাৰে। আয় বৃদ্ধি পাব পাৰে। ঋণৰ পৰা মুক্তি পাব পাৰে। অংশীদাৰিত্বৰে কাম কৰা লোকসকলৰ ব্যৱসায়ে গতি লাভ কৰিব পাৰে। নিজৰ ইচ্ছামতে যিকোনো ঠাইতে সম্পত্তি কিনিব পাৰিব।
মকৰ ৰাশি
প্ৰতিটো কামতে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব ভাগ্যৰ সমৰ্থন। ইয়াৰ কাৰণে ভাল নম্বৰ পাই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে। সংবাদ মাধ্যমৰ সৈতে জড়িত ক্ষেত্ৰত কাম কৰা লোকৰ দৰমহা বৃদ্ধি পাব পাৰে। যিকোনো নতুন বস্তু কিনাৰ বাবে এইটোৱেই উপযুক্ত সময়।
তুলা ৰাশি
এই সময়খিনি আপোনাৰ বাবে ষ্টক মাৰ্কেটত বিনিয়োগৰ বাবে উপযুক্ত হ’ব। পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক ভাল হব। বিবাহিত জীৱনত প্ৰেম আৰু সুখ আহিব। এই সময়ত শিল্পৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে নতুন বাহন ক্ৰয় কৰাৰ উত্তম সময়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















