• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজনীতি ত্যাগ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে! প্ৰিয়ংকা গান্ধীয়ে চলাব কংগ্ৰেছ!

ৰাজনীতি ত্যাগ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে! প্ৰিয়ংকা গান্ধীয়ে চলাব কংগ্ৰেছ!

4 years ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

12 minutes ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

1 hour ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

2 hours ago
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

2 hours ago
মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

3 hours ago
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

3 hours ago
‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

3 hours ago
মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

3 hours ago
সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

4 hours ago
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

4 hours ago
শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

4 hours ago
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাজনীতি ত্যাগ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে! প্ৰিয়ংকা গান্ধীয়ে চলাব কংগ্ৰেছ!

editor by editor
July 13, 2022
in ভাৰত, ৰাজনীতি
0
ৰাজনীতি ত্যাগ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে! প্ৰিয়ংকা গান্ধীয়ে চলাব কংগ্ৰেছ!
0
SHARES
579
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ দীৰ্ঘসময়ৰ ব্যৰ্থতা আৰু ৰাজনৈতিক প্ৰত্যাহ্বানে হয়তো হতাশ কৰি তুলিছে কংগ্ৰেছৰ অন্যতম শীৰ্ষ নেতা তথা সাংসদ ৰাহুল গান্ধীক৷ বিগত সময়ছোৱাত কংগ্ৰেছৰ বহু গুৰুত্বপূৰ্ণ সভা আৰু অনুষ্ঠানতো উপস্থিত থকা নাই এইগৰাকী নেতাই৷ ৰাহুল গান্ধীৰ এই ধৰণৰ কৰ্মকাণ্ড এতিয়া ৰাজনৈতিক কাৰো অবিদিত নহয়৷ একেসময়তে খোদ কংগ্ৰেছৰ এচাম জ্যেষ্ঠ নেতা নিৰ্বাচনী পৰাজয়ৰ বাবে নেতৃত্বৰ সমালোচনাতো সৰৱ হৈ উঠিছে৷ তেওঁলোকে বিচাৰিছে নেতৃত্বৰ পৰিৱৰ্তন৷ সেইবাবে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে বিকল্পৰ চিন্তা কৰিছে নেকি?

অতি শেহতীয়াভাৱে ৰাহুল গান্ধীৰ এক অনাকাংক্ষিত অচম্বিত সিদ্ধান্তয়ো এই প্ৰশ্নৰে সৃষ্টি কৰিছে৷ উল্লেখ যোগ্য যে অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন৷ এই নিৰ্বাচনক লৈ তৎপৰ হৈ উঠিছে বিৰোধী শিবিৰ৷ দেশৰ অন্যতম প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছেও নিজস্ব পৰ্যায়ত সৃষ্টি কৰিছে ন ন কৌশল৷ কিন্তু এই ব্যস্ততাপূৰ্ণ সময়ত হঠাৎ দলীয় কামকাজৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে ৰাহুল গান্ধীয়ে৷

ইফালে অহা ১৮ জুলাইৰ পৰা ১২ আগষ্টলৈ চলিব সংসদৰ বৰ্ষাকালীন অধিৱেশন৷ এই অধিৱেশনত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰিব বহুকেইটা স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয়৷ দলীয় সূত্ৰই জনোৱা মতে মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, অৰ্থনৈতিক দুৰৱস্থা আৰু চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ সামৰিক আগ্ৰাসনৰ বিষয়টো সদনৰ মজিয়াত উত্থাপন কৰিব কংগ্ৰেছ দলে৷ সদনৰ বৰ্ষাকালীন অধিৱেশনত কংগ্ৰেছৰ ৰণনীতি চূড়ান্ত কৰিবলৈ অহা ১৪ জুলাইত নতুন দিল্লীত ১০ নং আকবৰ পথত অনুষ্ঠিত হ’ব এক গুৰুত্বপূৰ্ণ বৈঠক৷

লগতে পঢ়ক গুৰু দীক্ষা বিনা আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকিব কংগ্ৰেছৰ জ্যেষ্ঠনেতা মল্লিকাৰ্জুন খৰ্গে, অধীৰ ৰঞ্জন চৌধুৰী, প্ৰাক্তন গৃহমন্ত্ৰী পি চিডাম্বৰম, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ আৰু সাংসদ মণিকাম ঠাকুৰসহ বহুকেইগৰাকী নেতা৷ অতি গুৰুত্বপূৰ্ণ এই বৈঠকলৈ আহ্বান জনোৱা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিসকলক৷ কংগ্ৰেছৰ সংসদীয় ৰণনীতি নিৰ্ধাৰণ কমিটী (Parliamentary Stretagey Committee) চমুকৈ PSCৰ সদস্যসকলো ১৪ জুলাইৰ বৈঠকত উপস্থিত থাকিব৷ কিন্তু এই বৈঠকৰ পৰা আঁতৰি আছে ৰাহুল গান্ধী৷

বৈঠকৰ আগমুহূৰ্তত যোৱা ১২ জুলাইত ইংলেণ্ডৰ কেমব্ৰীজলৈ ৰাওনা হৈছে ৰাহুল গান্ধী৷ ইমান গুৰুত্বপূৰ্ণ বৈঠক আৰু ৰাজনৈতিক ব্যস্ততাপূৰ্ণ সময়ত কংগ্ৰেছৰ যুৱৰাজ হিচাপে পৰিচিত ৰাহুল গান্ধী হঠাৎ বিদেশলৈ গ’ল কিয়? দলীয় কামকাজৰ পৰা ৰাহুল গান্ধীক আঁতৰাই ৰাখিবলৈ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে সংগোপনে চলাইছে নেকি প্ৰস্তুতি? আৰু যদি সেয়ে হয় তেন্তে আগন্তুক সময়ছোৱাত কংগ্ৰেছক নেতৃত্ব দিবলৈ হয়তো আগবাঢ়ি আহিব প্ৰিয়ংকা গান্ধী৷

অন্য অৰ্থত ২০২৪ত অনুষ্ঠিত হ’বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দলীয় নেতৃত্বৰ পৰা ৰাহুল গান্ধীক আঁতৰাই সেই স্থানত প্ৰিয়ংকা গান্ধীক অধিষ্ঠিত কৰিবলৈ হয়তো খোদ কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে লৈছে এই কৌশল৷ কিয়নো বিগত সময়ছোৱাত দলৰ যি ৰাজনৈতিক বিপৰ্যয় আহিছিল তাৰ বাবেও দলৰ বহু জ্যেষ্ঠ নেতাই ৰাহুল গান্ধীকে জগৰীয়া কৰিছিল৷ একে সময়তে দলৰ যুৱনেতা কৰ্মীসকলে কংগ্ৰেছৰ সভাপতি হিচাপেও প্ৰিয়ংকা গান্ধীকে বিচাৰিছে এই তথ্যও এতিয়া গোপন নহয়৷

লগতে পঢ়ক সুশান্তক ড্ৰাগছ দিছিল প্ৰেমিকা ৰিয়াই! কেতিয়া ৰচনা হৈছিল বৃহৎ ষড়যন্ত্ৰ?

উল্লেখ যোগ্য যে যোৱা এপ্ৰিল মাহত অনুষ্ঠিত হোৱা ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত বেয়াকৈ পৰাজিত হৈছিল কংগ্ৰেছ দল৷ আৰু নিৰ্বাচনী ফলাফল ওলোৱাৰ পাছত হঠাৎ নেপাল ভ্ৰমণলৈ গৈছিল ৰাহুল গান্ধী৷ ৰাহুল গান্ধীৰ সেই ভ্ৰমণক লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছিল বিতৰ্কৰ৷ আনকি দলৰ নেতা-কৰ্মীয়েও সমালোচনাৰ লক্ষ্য কৰি লৈছিল গান্ধী পৰিয়ালৰ অন্যতম উত্তৰাধিকাৰীগৰাকীক৷

শেহতীয়াভাৱে ৰাহুল গান্ধীয়ে ১২ জুলাইত হঠাৎ বিদেশ ভ্ৰমণলৈ যোৱাৰ বিষয়টো এতিয়া বহুলভাৱে চৰ্চিত হ’ব লাগিছে৷ অৱশ্যে কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ এই ভ্ৰমণক লৈ আনুষ্ঠানিক কোনো মন্তব্য ৰাজহুৱা কৰা নাই৷ তৎসত্ত্বেও কিন্তু ৰাজনৈতিক ঘটনাৰাজিৰ পৰা এইটো স্পষ্ট হৈ উঠিছে যে ৰাহুল গান্ধীয়ে অতি কৌশলেৰে আঁতৰিবলৈ লৈছে কংগ্ৰেছ দল আৰু ৰাজনীতিৰ পৰা৷ আৰু যদি সেয়ে হয় তেন্তে প্ৰিয়ংকা গান্ধীৰ ওপৰত কংগ্ৰেছৰ দায়িত্ব ন্যস্ত হোৱাতো প্ৰায় খাটাং৷ অৱশ্যে প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে বিজেপিৰ ৰাজনৈতিক আগ্ৰাসনক কিমান দূৰ প্ৰতিহত কৰিব পাৰিব সেইটোহে অধিক লক্ষণীয় হ’ব৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AICCasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamCongresspriyanka gandhirahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ
অসম

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

April 9, 2026
Next Post
বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!

বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!

অহা বৃদ্ধি হ’ব চৰকাৰী কৰ্মচাৰীৰ! সংশোধন হ’ব মৰগীয়া ভাট্টা

অহা বৃদ্ধি হ’ব চৰকাৰী কৰ্মচাৰীৰ! সংশোধন হ’ব মৰগীয়া ভাট্টা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.