• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোনম নহয়, অন্যহে ঘটনাৰ মাষ্টাৰমাইণ্ড, এবাৰ দুবাৰ নহয় ৪বাৰকৈ ৰচিছিল ষড়যন্ত্ৰ

10 months ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

18 minutes ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

43 minutes ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

1 hour ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

2 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

14 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

15 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সোনম নহয়, অন্যহে ঘটনাৰ মাষ্টাৰমাইণ্ড, এবাৰ দুবাৰ নহয় ৪বাৰকৈ ৰচিছিল ষড়যন্ত্ৰ

editor by editor
June 13, 2025
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত
0
সোনম নহয়, অন্যহে ঘটনাৰ মাষ্টাৰমাইণ্ড, এবাৰ দুবাৰ নহয় ৪বাৰকৈ ৰচিছিল ষড়যন্ত্ৰ
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোনম নহয়, অন্যহে ঘটনাৰ মাষ্টাৰমাইণ্ড, এবাৰ দুবাৰ নহয় ৪বাৰকৈ ৰচিছিল ষড়যন্ত্ৰ

চোহৰা ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ কেউজন অভিযুক্ত বৰ্তমানে আৰক্ষীৰ জিম্মাত আছে। মেঘালয় ন্যায়ালয়ে ৮ দিনৰ জিম্মালৈপ্ৰেৰণ কৰিছে সোনমসহ কেউজনকে। এই ৰিমাণ্ডতে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে এটাৰ পাছত এটাকৈ বহু তথ্য।

সকলোতকৈ ডাঙৰ কথাটো হ’ল, এই হত্যাকাণ্ডক মাষ্টাৰমাইণ্ড সোনম নহয়, বৰঞ্চ প্ৰেমিক ৰাজ কুশৱাহাহে। সকলো পৰিকল্পনা ৰাজেই কৰিছিল। তাকো এবাৰ দুবাৰ নহয়, ৪ বাৰকৈ সোনমক পোৱাৰ বাবে পৰিকল্পনা কৰিছিল ৰাজে। সোনমে সকলো পৰিকল্পনাতে সহযোগ কৰিছিল।

লগতে ইয়াকো পোহৰলৈ আহিছে যে, এয়া কোনো ভাড়াতীয়া হত্যাকাৰী নাছিল ঘটনা সংঘটিত কৰাৰ বাবে। কেউজন ৰাজ কুশৱাহৰ ভাল বন্ধু। কেউজনে ৰাজক সহায় কৰিছিল প্ৰেমিকা সোনমৰ সৈতে লগ হোৱাত।তাৰেই মাজৰ এজন ৰাজৰ সম্পৰ্কীয় ভাতৃয়ো।

পূৰ্বৰ পৰিকল্পনা অনুসৰি সোনমৰ ভুৱা মৃত্যুৰ সংবাদ আনি পাছত পলাই গৈ একেলগে থকা। চলিত বৰ্ষৰে জানুৱাৰী-ফেব্ৰুৱাৰীত পৰিকল্পনা কৰিছিল সোনম নদীত পেলাই দি উটি গৈ মৃত্যু হোৱাৰ অভিনয়, দ্বিতীয়তে কোনো মহিলাৰ এটা মৃতদেহ যোগাৰ কৰি সোনমৰ স্কুটীৰ সৈতে জ্বলাই দিয়া। যাতে সকলোৱে সোনম মৰা বুলি ভাৱে আৰু পাছত সোনম পলাই গৈ ৰাজৰ সৈতে সংসাৰ কৰিব পাৰে।

কিন্তু সোনমৰ ৰাজাৰ সৈতে বিবাহ ঠিক হোৱাত পাছত হনীমুনৰ বাহানা কৰি গুৱাহাটীত ৰাজাক প্ৰাণে মৰাৰ পৰিকল্পনা কৰে। কিন্তু তাতো সফল নোহোৱাত শ্বিলঙত মৰা পৰিকল্পনা কৰে। পৰিকল্পনা অনুসৰিয়েই ৰাজাৰ প্ৰাণ কাঢ়ে তিনি লোকে। লগতে থাকে সোনমো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Honeymoon Casemeghalaya policeSonam Raghubanchi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?
জীৱনশৈলী

March 27, 2026
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?
জীৱনশৈলী

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

March 27, 2026
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

March 27, 2026
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?
জীৱনশৈলী

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

March 27, 2026
Next Post
পুনৰ জ্বলি উঠিল ইৰাণ, ইজৰাইলৰ আক্ৰমণত ধ্বংস ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ

আহমেদাবাদ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰি টুইট কৰাৰ পাছতে হাৰ্ট এটেকত নিহত কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন