• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ জ্বলি উঠিল ইৰাণ, ইজৰাইলৰ আক্ৰমণত ধ্বংস ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ

পুনৰ জ্বলি উঠিল ইৰাণ, ইজৰাইলৰ আক্ৰমণত ধ্বংস ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ

1 year ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

2 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

3 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

3 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

4 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

4 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

5 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

5 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

6 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

7 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

7 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

8 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুনৰ জ্বলি উঠিল ইৰাণ, ইজৰাইলৰ আক্ৰমণত ধ্বংস ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ

editor by editor
June 13, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
পুনৰ জ্বলি উঠিল ইৰাণ, ইজৰাইলৰ আক্ৰমণত ধ্বংস ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ জ্বলি উঠিল ইৰাণ, ইজৰাইলৰ আক্ৰমণত ধ্বংস ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ

শুকুৰবাৰে মাজনিশা পুনৰ জ্বলি উঠিল ইৰাণ। ইজৰাইলে পুনৰ আক্ৰমণ চলালে ইৰাণৰ ওপৰত। ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ ধ্বংস এই আক্ৰমণত। মুখ্যতঃ ইৰাণৰ ৰাজধানী তেহৰানক লক্ষ্য কৰি ইজৰাইলে বৰষুণৰ দৰে নিক্ষেপ কৰিলে বহু মিছাইল

এই আক্ৰমণত তেহৰানত তীব্ৰ গতিত কাম চলি থকা পৰমাণু কাৰ্যক্ৰমত আঘাত সানে। লগতে এই আক্ৰমণত ইৰাণৰ সেনা প্ৰমুখৰ লগতে নিউক্লিয়াৰ বৈজ্ঞানিক লগতে বহু উচ্চপদস্থ বিষয়াৰ মৃত্যু হোৱাৰ দাবী কৰিছে।

এই আক্ৰমণৰ সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেত্যানাহুৱে দাবী কৰে যে ইজৰাইলে ‘লক্ষ্যভিত্তিক’ অভিযান আৰম্ভ কৰিছে। নেত্যানাহুৱে কয় যে ইৰাণৰ পাৰমাণৱিক বিজ্ঞানীসকলক লক্ষ্য কৰি লোৱা হৈছে।

ইফালে ইৰাণৰ সেনাই নিজৰ অফিচিয়েল একাউণ্টৰ পৰা কয় যে ‘মনত ৰাখিব আমি এইটো (যুদ্ধ) আৰম্ভ কৰা নাই’ (Remember, we didn’t initiate it.) । এই টুইটৰ পিছত ইৰাণেও যিকোনো সময়তে ইজৰাইলক আক্ৰমণ কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iranIran Vs IsrealIsrealIsreal attack Iran
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা
অপৰাধ

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

September 3, 2026
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?
বিনোদন

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

September 3, 2026
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
Next Post
আহমেদাবাদ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰি টুইট কৰাৰ পাছতে হাৰ্ট এটেকত নিহত কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয়

আহমেদাবাদ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰি টুইট কৰাৰ পাছতে হাৰ্ট এটেকত নিহত কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয়

এইবাৰৰ ৰাখী বন্ধন অতিকে বিশেষ, একেলগে সৌভাগ্য আৰু শুভন যোগ, ৩ ৰাশিৰ মংগলময় দিন

এইবাৰৰ ৰাখী বন্ধন অতিকে বিশেষ, একেলগে সৌভাগ্য আৰু শুভন যোগ, ৩ ৰাশিৰ মংগলময় দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.