• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপেক্ষাৰ অন্ত, আৰ চি বিৰ নতুন অধিনায়ক ঘোষণা, ভাৰতীয় দলৰ পৰা বাহিৰ হ’লেও আই পি এলত অধিনায়ক

অপেক্ষাৰ অন্ত, আৰ চি বিৰ নতুন অধিনায়ক ঘোষণা, ভাৰতীয় দলৰ পৰা বাহিৰ হ’লেও আই পি এলত অধিনায়ক

1 year ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

1 hour ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

1 hour ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

2 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

3 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

4 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

5 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

6 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

6 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

7 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

7 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

8 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অপেক্ষাৰ অন্ত, আৰ চি বিৰ নতুন অধিনায়ক ঘোষণা, ভাৰতীয় দলৰ পৰা বাহিৰ হ’লেও আই পি এলত অধিনায়ক

editor by editor
February 13, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অপেক্ষাৰ অন্ত, আৰ চি বিৰ নতুন অধিনায়ক ঘোষণা, ভাৰতীয় দলৰ পৰা বাহিৰ হ’লেও আই পি এলত অধিনায়ক
0
SHARES
417
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপেক্ষাৰ অন্ত, আৰ চি বিৰ নতুন অধিনায়ক ঘোষণা, ভাৰতীয় দলৰ পৰা বাহিৰ হ’লেও আই পি এলত অধিনায়ক

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ নতুন অধিনায়ক ঘোষণা। আই পি এল ২০২৫ৰ বাবে দলটোৰ কমাণ্ড অৰ্পন কৰা হৈছে ৰজত পাটিদাৰৰ হাতত। বিগত দুটা ছিজনত আৰ চি বিৰ হৈ খেলি থকাৰ সময়ত ৰজতৰ প্ৰদৰ্শন অতিকে ভাল আছিল।

আনহাতে ঘৰুৱা ক্ৰিকেট মুস্তাক আলী প্ৰতিযোগিতাত তেওঁৰ অধিনায়কত্বত মধ্যপ্ৰদেশ দলটোক প্ৰতিযোগিতাৰ ফাইনেললৈ লৈ গৈছিল।

আৰম্ভনিতে অনুৰাগীয়ে ভাবিছিল আৰ চি বিৰ অধিনায়কত্ব আকৌ এবাৰ বিৰাট কোহলীৰ হাতলৈ যাব। পাছে বিৰাটে অধিনায়কত্বৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰাৰ বাবে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰে ৰজতক আগন্তুক ছিজনৰ বাবে অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, ২০২১ চনত আই পি এলত অভিষেক ঘটিছিল ৰজতৰ। আৰচিবিৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজন খেলিছিল ৰজতে, কিন্তু তেওঁৰ প্ৰদৰ্শন বিশেষ নাছিল। ইয়াৰ পিছত তেওঁ আই পি এল ২০২২ত বিক্ৰী নোহোৱাকৈয়ে থাকে।

কিন্তু ২০২২ চনতেই যেতিয়া লুভনিথ চিছ’দিয়া আঘাতপ্ৰাপ্ত হৈছিল, তেতিয়া ৰজতে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু কেম্পত ফিট হৈ প্ৰৱেশ কৰে আৰু তাৰ পিছৰে পৰা দলৰ সদস্য হৈ আছে ৰজত।

এলিমিনেটৰ মেচত শতকীয় ইনিংছ খেলি তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। অৱশ্যে আঘাতৰ বাবে আই পি এল ২০২৩ খেলিব পৰা নাছিল। ২০২৪ চনত পুনৰ বেটেৰে আলোড়নৰ সৃষ্টি কৰি ১৭৭ ষ্ট্ৰাইক ৰেটত খেলি ৩৯৫ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত আৰ চি বিয়ে আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে ৰজতক ধৰি ৰখাৰ সিদ্ধান্ত লয়। কিন্তু বৰ্তমানে ৰজত ভাৰতীয় ক্ৰিকেট দলৰ সদস্য নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplRajat PatidarRCB Captain 2025Royal Challengers Bangalore
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 28, 2026
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
Next Post
অশ্লীল মন্তব্যৰ গোচৰত সমস্যা বৃদ্ধি সময় ৰাইনাৰ, দ্বিতীয়খন চমন প্ৰেৰণ

অশ্লীল মন্তব্যৰ গোচৰত সমস্যা বৃদ্ধি সময় ৰাইনাৰ, দ্বিতীয়খন চমন প্ৰেৰণ

এইবাৰ ভাইৰেল ব্যৱসায়ী বাবা, তিনি হাজাৰ কোটিৰ ধন-সম্পত্তি এৰি গেৰুৱা বসন

এইবাৰ ভাইৰেল ব্যৱসায়ী বাবা, তিনি হাজাৰ কোটিৰ ধন-সম্পত্তি এৰি গেৰুৱা বসন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.