• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰজনীকান্তৰ কন্যাৰ ঘৰ-সংসাৰত বিজুতি, জোঁৱাই ধনুষক কাষত লৈ কি বুজালে শহুৰ ৰজনীকান্তে?

ৰজনীকান্তৰ কন্যাৰ ঘৰ-সংসাৰত বিজুতি, জোঁৱাই ধনুষক কাষত লৈ কি বুজালে শহুৰ ৰজনীকান্তে?

5 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

3 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

5 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

5 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

5 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

6 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

6 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

8 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

9 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

9 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

9 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

10 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ৰজনীকান্তৰ কন্যাৰ ঘৰ-সংসাৰত বিজুতি, জোঁৱাই ধনুষক কাষত লৈ কি বুজালে শহুৰ ৰজনীকান্তে?

editor by editor
January 20, 2022 - Updated on January 21, 2022
in গুৱাহাটী, চিনেমা, বিনোদন, ভাৰত
0
ৰজনীকান্তৰ কন্যাৰ ঘৰ-সংসাৰত বিজুতি, জোঁৱাই ধনুষক কাষত লৈ কি বুজালে শহুৰ ৰজনীকান্তে?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষিণৰ ষ্টাৰ ধনুষ আৰু ৰজনী-কন্যাৰ বিবাহ বিচ্ছেদৰ খবৰে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া৷ দুয়োৰে অনুৰাগীৰ মাজত কৌতুহলৰ অন্ত নাই৷ ইফালে পাৰিবাৰিক কন্দলৰ বাবেই এই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে পৰিয়ালৰ লোকে৷  বৃহস্পতিবাৰে ধনুষ আৰু ঐশ্বৰ্যাৰ কাষত উপস্থিত হয় ছুপাৰষ্টাৰ ৰজনীকান্ত৷

সম্প্ৰতি দুয়োৰে বিবাহ বিচ্ছেদক লৈ সৰ্বভাৰতীয় মিডিয়াত চৰ্চা অব্যাহত আছে৷ ৰজনীকান্তৰ বুজনিয়েও সিদ্ধান্ত সলনি কৰিব পৰা নাই ধনুষৰ ৷  বিগত ১৭ জানুৱাৰীত দুয়োৱে টুইটযোগে ঘোষণা কৰিছিল বিবাহ বিচ্ছেদৰ সিদ্ধান্তৰ কথা৷

পাৰিবাৰিক কন্দলৰ পৰিনতিত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰিছিল দক্ষিণৰ জনপ্ৰিয় অভিনেতা ধনুষ আৰু পত্নী তথা পৰিচালক ঐশ্বৰ্য্যাই ৷ ঐশ্বৰ্য্যা ছুপাৰষ্টাৰ ৰজনীকান্তৰ কন্যা৷ আজি ধনুষ আৰু ঐশ্বৰ্যাৰ গৃহত উপস্থিত ৰজনীকান্ত৷ ইফালে দুয়োৰে ১৮ বছৰীয়া বৈবাহিক জীৱনৰ সামৰণি মৰাৰ সিদ্ধান্তৰ কথা ৰাজহুৱা হোৱাৰ পাছতে দুখত ভাগি পৰিছে অনুৰাগী৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channeldhanushrajnikant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
Next Post
৫ বছৰ অনুৰ্ধ্ব শিশুৰ বাবে স্বাস্থ্যকৰ নহয় মাস্ক পৰিধানঃ স্বাস্থ্য মন্ত্ৰালয়

৫ বছৰ অনুৰ্ধ্ব শিশুৰ বাবে স্বাস্থ্যকৰ নহয় মাস্ক পৰিধানঃ স্বাস্থ্য মন্ত্ৰালয়

বিলীন হ’ব ৫ দশক ধৰি উজলি থকা চহিদৰ স্মৃতি! ‘অমৰ জোৱান জ্যোতি’ মিলিত হ’ব ‘নেচনেল ৱাৰ মেম’ৰিয়েল’ত

বিলীন হ’ব ৫ দশক ধৰি উজলি থকা চহিদৰ স্মৃতি! ‘অমৰ জোৱান জ্যোতি’ মিলিত হ’ব ‘নেচনেল ৱাৰ মেম’ৰিয়েল’ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.