• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংসদ ভৱনত উদ্ধাৰ টকাৰ বাণ্ডিল, কংগ্ৰেছ নেতাৰ আসনৰ তলত উদ্ধাৰ টকাখিনি

সাংসদ ভৱনত উদ্ধাৰ টকাৰ বাণ্ডিল, কংগ্ৰেছ নেতাৰ আসনৰ তলত উদ্ধাৰ টকাখিনি

2 years ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

1 hour ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

2 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

2 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

3 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

3 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

3 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

4 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

5 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

6 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

8 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

8 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সাংসদ ভৱনত উদ্ধাৰ টকাৰ বাণ্ডিল, কংগ্ৰেছ নেতাৰ আসনৰ তলত উদ্ধাৰ টকাখিনি

editor by editor
December 6, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
সাংসদ ভৱনত উদ্ধাৰ টকাৰ বাণ্ডিল, কংগ্ৰেছ নেতাৰ আসনৰ তলত উদ্ধাৰ টকাখিনি
0
SHARES
358
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাংসদ ভৱনত উদ্ধাৰ টকাৰ বাণ্ডিল, কংগ্ৰেছ নেতাৰ আসনৰ তলত উদ্ধাৰ টকাখিনি

দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে সাংসদ ভৱনৰ এক ঘটনাই। কংগ্ৰেছ নেতা এগৰাকীৰ আসনৰ তলৰ পৰা উদ্ধাৰ টকাৰ বাণ্ডিল। যাৰ পাছতে তোলপাৰ লাগি যায় সকলোফালে। কিদৰে সাংসদ ভৱনৰ ভিতৰত প্ৰৱেশ কৰিলে টকাৰ বাণ্ডিল, তাকে লৈ এতিয়া প্ৰশ্ন।

কালি সন্ধিয়া সাসংদ ভৱনৰ অধিৱেশন অন্ত পৰাৰ পাছতে নিৰাপত্তা পৰীক্ষা চলি আছিল। সেই পৰীক্ষা নিৰিক্ষাতেই উদ্ধাৰ হয় টকাৰ বাণ্ডিল। প্ৰাপ্ত খবৰ অনুসৰি, ৰাজ্যসভাৰ ২২২ নং আসনত যোৱা বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল টকাৰ বাণ্ডিল।

পাছত জানিব পৰা যায় এই আসন কংগ্ৰেছ নেতা তথা তেলেংগনাৰ কংগ্ৰেছ সাংসদ তথা বিখ্যাত অধিবক্তা অভিষেক মনু সিংৱীৰ। ৰাজ্যসভাত নোটৰ বাণ্ডিলটো উদ্ধাৰ হোৱাৰ পিছতে সাংসদসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে।

অৱশ্যে অভিষেক মনু সিংভীয়ে লগে লগে এই বিষয়ে অস্বীকাৰ কৰি কয় যে, এই টকা তেওঁৰ নহয়। অভিষেক মনু সিংভীয়ে কয় যে, ‘কি হৈছে মই নাজানো, কিন্তু সেই নোটৰ বাণ্ডিলটো মোৰ নহয়। মাত্ৰ ৫০০ টকা লৈ সংসদলৈ গৈছিলো’।

অভিষেক মনু সিংৱীৰ মতে ‘মই ১২:৫৭ বজাত ৰাজ্যসভালৈ গৈ ১ বজাত উভতি আহিছিলো। সেই সময়ছোৱাত মোৰ হাতত মাত্ৰ ৫০০ টকীয়া নোট এখন আছিল। এই সমগ্ৰ বিষয়টো তদন্ত কৰিব লাগে’। সদনত এই হুলস্থুল আৰম্ভ হোৱাৰ পাছতে অধ্যক্ষ জগদীপ ধনখৰেও তদন্তৰ নিৰ্দেশ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Sangsad BhawadpoliticsSangsad Bhawan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
Next Post
বিবাহ-বিচ্ছেদৰ খবৰ মিছা, দীৰ্ঘ বিৰতিৰ অন্তত একেলগে দেখা গ’ল অভিষেক-ঐশ্বৰ্যক

বিবাহ-বিচ্ছেদৰ খবৰ মিছা, দীৰ্ঘ বিৰতিৰ অন্তত একেলগে দেখা গ'ল অভিষেক-ঐশ্বৰ্যক

ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংগছৰ তাৰকা ষ্টাৰ্ক, দখল কৰিলে ৬ টা উইকেট

ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংগছৰ তাৰকা ষ্টাৰ্ক, দখল কৰিলে ৬ টা উইকেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.