• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজমল আৰু কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে, আজমলৰ দূৰ্গতেই আজমলক পৰাস্ত কৰালে কংগ্ৰেছৰ ৰকিবুলে

আজমল আৰু কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে, আজমলৰ দূৰ্গতেই আজমলক পৰাস্ত কৰালে কংগ্ৰেছৰ ৰকিবুলে

2 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

36 minutes ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

2 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

3 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

4 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

4 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

5 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

5 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

6 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

6 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

7 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

8 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজমল আৰু কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে, আজমলৰ দূৰ্গতেই আজমলক পৰাস্ত কৰালে কংগ্ৰেছৰ ৰকিবুলে

editor by editor
June 5, 2024
in অসম, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
আজমল আৰু কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে, আজমলৰ দূৰ্গতেই আজমলক পৰাস্ত কৰালে কংগ্ৰেছৰ ৰকিবুলে
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্য়মন্ত্ৰী শৰ্মাই কোৱামতেই অসমৰ ১১ খন আসন শাসকীয় দলে লাভ কৰিলে। ১৪টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৯টা সমষ্টি আৰু অগপ, ইউপিপিএলে অন্য দুটা সমষ্টি দখল কৰে। বিজেপিয়ে দখল কৰিছে, লখিমপুৰ, কাজিৰঙা, শিলচৰ, কৰিমগঞ্জ, ডিফু, গুৱাহাটী, শোণিতপুৰ আৰু দৰং জিলা বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে।

এইসমূহৰ মাজতেই আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে জিলিকি উঠিল ধুবৰী সমষ্টি। ধুবৰীত বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছৰ ৰকিবুল হুছেইন। আজমলৰ দূৰ্গতেই আজমলৰ শোচনীয় পৰাজয়।

আনহাতে শাসকপক্ষই বাৰে বাৰে আজমল মুখ্যমন্ত্ৰী হৈ যাব বুলি অসমৰ জনতাক ভয় খুৱাই ৰখাৰ কথাবোৰো যেন ইয়াতেই যতি পৰিল। আশাকৰাধৰণে অসমত ১১ খন আসন লাভ কৰিলেও উত্তৰ পূৱৰ পৰা ২৪ৰ ভিতৰত ২২ খন আসন লাভ কৰিব নোৱাৰিলে বিজেপি দলে। মাত্ৰ ১৭খন আসনতেই সীমাবদ্ধ হৈ থাকিল বিজেপি দল। ইফালে মণিপুৰৰ এখনো আসন লাভ নকৰিলে বিজেপি দলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?
অসম

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

September 19, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
Next Post
মই বিজেপি দল নেৰো, গৌৰৱৰ সৈতে মোৰ সম্পৰ্ক বহু পুৰণি, অভিনন্দন জনোৱাটো অপৰাধ বুলি মুখ্যমন্ত্ৰীৰ পৰা শিকিলোঃ মৃণাল শইকীয়া

মই বিজেপি দল নেৰো, গৌৰৱৰ সৈতে মোৰ সম্পৰ্ক বহু পুৰণি, অভিনন্দন জনোৱাটো অপৰাধ বুলি মুখ্যমন্ত্ৰীৰ পৰা শিকিলোঃ মৃণাল শইকীয়া

পৃথিৱী ভালে নাই! ২০০০ বছৰৰ সৰ্বাধিক গৰম চলিত বৰ্ষত… নিৰ্বাচনী ধামখুমীয়াত আপুনিও পাহৰিছে নেকি, আজি বিশ্ব পৰিবেশ দিৱস

পৃথিৱী ভালে নাই! ২০০০ বছৰৰ সৰ্বাধিক গৰম চলিত বৰ্ষত… নিৰ্বাচনী ধামখুমীয়াত আপুনিও পাহৰিছে নেকি, আজি বিশ্ব পৰিবেশ দিৱস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.