• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্তানৰ মাতৃ হৈয়ে কেৰিয়াৰ শেষ হ’ব আলিয়াৰ! কি ক’লে স্বামী ৰণবীৰে কাপুৰে?

সন্তানৰ মাতৃ হৈয়ে কেৰিয়াৰ শেষ হ’ব আলিয়াৰ! কি ক’লে স্বামী ৰণবীৰে কাপুৰে?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

4 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

5 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

6 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

8 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

8 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

9 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সন্তানৰ মাতৃ হৈয়ে কেৰিয়াৰ শেষ হ’ব আলিয়াৰ! কি ক’লে স্বামী ৰণবীৰে কাপুৰে?

editor by editor
July 12, 2022
in চিনেমা, জীৱনশৈলী
0
সন্তানৰ মাতৃ হৈয়ে কেৰিয়াৰ শেষ হ’ব আলিয়াৰ! কি ক’লে স্বামী ৰণবীৰে কাপুৰে?
0
SHARES
36.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছবিৰ শ্বুটিঙৰ বাবে দেশৰ বাহিৰত আছিল আলিয়া! অৱশেষত দেওবাৰে মুম্বাইৰ বিমান বন্দৰৰ পৰা আলিয়াক আনিবলৈ যায় অভিনেতা তথা স্বামী ৰণবীৰ কাপুৰে৷

ইমান দিনৰ কামৰ মানসিক চাপৰ পিছত টোপনি নোহোৱা, ভাগৰুৱা হৈ অহা আলিয়াই স্বামী ৰণবীৰ কাপুৰক দেখিয়েই চমকি উঠিল আৰু সৰু ছোৱালীৰ দৰে স্বামী ৰণবীৰ কাপুৰৰ কোলাত জঁপিয়াই উঠে আলিয়াই৷

উল্লেখ্য যে বলিউদৰ তাৰকা দম্পতীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকৰ দুয়োৰে জীৱনলৈ নতুন অতিথিৰ বাবে অপেক্ষা কৰি আছে।

লগতে পঢ়ক ছাত্ৰীক বিনামূলীয়া টিউচন, মাতৃৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক! নিলম্বন হ’ল কোন শিক্ষক?

ইফালে মুম্বাইৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই মুহূৰ্তত আলিয়াই আৰু কোনো ফ’টো চুক্তিত স্বাক্ষৰ কৰা নাই। আনহাতে ৰণবীৰে কয় যে আলিয়াৰ মাতৃ হোৱাৰ সপোন ভেঙুচালি হোৱাটো তেওঁ নিবিচাৰে। তেওঁৰ মতে জীৱনৰ সকলো কাম ভাৰসাম্য ৰক্ষা কৰি কৰিব পাৰি।

অভিনেতা ৰণবীৰ কাপুৰৰে আত্মবিশ্বাসৰে কয় ‘‘পূৰ্ব প্ৰজন্মত শিশুসকল মাতৃসকলৰ ওপৰত বোজা আছিল৷ দেউতাকসকল কামত ব্যস্ত আছিল। এতিয়া সময় সলনি হৈছে। মই এজন ভাল পিতৃ হ’ব বিচাৰো। শিশুটিক ওচৰৰ পৰা সংগ দিব খুজিছো। আমি অভিভাৱক হিচাপে দায়িত্ব ভাগ কৰিবলৈ সাজু আছো৷’’

উল্লেখ্য যে যোৱা এপ্ৰিল মাহত ‘ৰণবীৰ আৰু আলিয়াই জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিছিল৷ তেওঁলোকৰ দাম্পত্য জীৱন ধুমুহাৰ গতিৰে আগবাঢ়িছে। বিবাহৰ পিছত দুখন চহৰত তিনিমাহ কটায় দম্পতীহালে।

লগতে পঢ়ক নিউম’নিয়া কি? ইয়াৰ প্ৰকাৰ আৰু লক্ষণসমূহ কি কি?

ইয়াৰ পিছতে বিবাহৰ মাত্ৰ দুমাহৰ পিছতে আলিয়া ভাটে সামাজিক মাধ্যমত তেওঁ গৰ্ভৱতী হোৱাৰ খবৰ ৰাজহুৱা কৰে৷ লগে লগে বিষয়টোৱে সামাজিক আৰু সংবাদ মাধ্যমত বনজুইৰ দৰে বিয়পি পৰে৷ ইফালে সামাজিক মাধ্যমত আলিয়া ভাটক সামাজিক মাধ্যমত ট্ৰল কৰিছিল নেট-নাগৰিকে৷ আনহাতে বহু নেট-নাগৰিকে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক অভিনন্দনো জ্ঞাপন কৰা দেখা যায়৷

ইফালে আলিয়া ভাটৰ অতি ঘণিষ্ঠ ছবি নিৰ্মাতা তথা নিৰ্দেশক কৰণ জহৰে এক সংবাদ পত্ৰক দিয়া এক সাক্ষাৎকাৰ প্ৰকাশ কৰিছিল যে আলিয়া ভাটে বিবাহৰ পূৰ্বেই গৰ্ভধাৰণ কৰিছিল৷ অৱশ্যে এই বিষয়ে ৰণবীৰ আৰু আলিয়াই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷

লগতে পঢ়ক শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত। শ্ৰীলংকালৈ ইন্ধন পঠিয়াব ভাৰতে

এক সাক্ষাৎকাৰত ৰণবীৰে কয় যে ‘‘মাতৃ হোৱাৰ পিছতো আলিয়াই নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব লাগিব। তেওঁ এজন অতি প্ৰতিভাশালী আৰু ডাঙৰ তাৰকা। মই নিবিচাৰো যে শিশুটিৰ বাবেই তেওঁ নিজৰ সপোন জলাঞ্জলি দিয়ক।’’

হলিউডৰ প্ৰথমখন ছবি ‘হাৰ্ট অৱ ষ্ট’ন’ৰ কাম শেষ কৰি এই সপ্তাহৰ শেষৰ ফালে ইউৰোপৰ পৰা উভতি আহিব আলিয়াই। আনহাতে, ‘সমশ্বেৰা’ৰ মুক্তিৰ বাবে ৰণবীৰে অপেক্ষা কৰি আছে। বিবাহৰ পিছত আহি আছে তেওঁলোকৰ প্ৰথমখন ছবি ‘ব্ৰহ্মাস্ত্ৰ’ও। কিন্তু ‘মিষ্টাৰ এণ্ড মিচেছ কাপুৰ’ এতিয়া ৰিলাক্স মুডত আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: alia bhattasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRanbir Kapoo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ পৰিব অন্ত! দৰমহা বৃদ্ধিৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে?

অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ পৰিব অন্ত! দৰমহা বৃদ্ধিৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে?

ৰূপৱতী হ’বলৈ ৫ দিনীয়া নৱজাকক বিক্ৰী মাতৃৰ! সেই ধনেৰে কচমেটিক চাৰ্জাৰী…

ৰূপৱতী হ’বলৈ ৫ দিনীয়া নৱজাকক বিক্ৰী মাতৃৰ! সেই ধনেৰে কচমেটিক চাৰ্জাৰী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.