• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, কপাল ফুলিব ৩ ৰাশিৰ লোকৰ

৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, কপাল ফুলিব ৩ ৰাশিৰ লোকৰ

1 year ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

10 minutes ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

1 hour ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

2 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

3 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

4 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

4 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

5 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

5 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

6 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

6 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

7 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, কপাল ফুলিব ৩ ৰাশিৰ লোকৰ

editor by editor
February 13, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, কপাল ফুলিব ৩ ৰাশিৰ লোকৰ
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, কপাল ফুলিব ৩ ৰাশিৰ লোকৰ

ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশ দিনা মহাশিৱৰাত্ৰি পালন কৰা হয়। এইবাৰ মহাশিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত পৰিছে। পৌৰাণিক কাহিনী অনুসৰি এই দিনটোতে ভগৱান মহাদেৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ হৈছিল বুলি বিশ্বাস কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনটো শিৱৰ পূজাৰ বাবে বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন।

জ্যোতিষৰ হিচাপ অনুসৰি এইবাৰৰ মহাশিৱৰাত্ৰীৰ এক অতি শুভ সংযোগ আছে। মহাশিৱৰাত্ৰীৰ দিনা ধনীষ্ঠ নক্ষত্ৰ, পৰিঘা যোগ, শকুনি কৰণ, আৰু সেই সময়ত মকৰ ৰাশিত চন্দ্ৰই ট্ৰেন্সজিট কৰিব। ৬০ বছৰৰ পাছত মহাশিৱৰাত্ৰিত এনে এক শুভ সংযোগৰ গঠন হৈছে।

জ্যোতিষীসকলে কয় যে মহাশিৱৰাত্ৰিত এনে শুভ যোগৰ প্ৰভাৱৰ বাবে তিনি ৰাশিৰ লোকৰ ওপৰত ভগৱান শিৱৰ আশীৰ্বাদৰ বৰষুণ হ’ব।

মেষ ৰাশি
বৈদিক জ্যোতিষৰ মতে মহাশিৱৰাত্ৰি মেষ ৰাশিৰ লোকৰ বাবে অতি শুভ হ’ব। ক’ব পাৰি যে মহাশিৱৰাত্ৰীৰ পৰা মেষ ৰাশিৰ লোকৰ জীৱনত আৰম্ভ হ’ব সোণালী যুগ। এইবাৰ আপোনাৰ সকলো ইচ্ছা পূৰণ হ’ব। আপোনাৰ ওচৰলৈ টকা আহিব। তদুপৰি এই সময়ত মেষ ৰাশিৰ লোকে নিজৰ পছন্দৰ চাকৰি এটা লাভ কৰিব পাৰে। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ লোৱা হ’ব আৰু সমাজত আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব।

মিথুন ৰাশি
মহাশিৱৰাত্ৰিৰ পৰাই মুকলি হ’ব মিথুন ৰাশিৰ লোকৰ সৌভাগ্য। এই সময়ছোৱাত আপোনাৰ আৰ্থিক অৱস্থা যথেষ্ট শক্তিশালী হ’ব। মিথুন ৰাশিৰ লোকে আৰ্থিকভাৱেও মহান ভাগ্যৰ অভিজ্ঞতা লাভ কৰিব। প্ৰেমৰ মধুৰতা বাঢ়িব। বিবাহিত জীৱনতো সুখ থাকিব। কাৰ্যালয়ত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। ব্যৱসায়ত লাভ বাঢ়িব।

সিংহ ৰাশি
মহাশিৱৰাত্ৰীৰ পৰা সিংহ ৰাশিৰ লোকৰ জীৱনত সুখ আৰু সৌভাগ্যৰ সৃষ্টি হ’ব। এই সময়ছোৱাত যিকোনো বিত্তীয় প্ৰকল্পত বিনিয়োগ কৰি ডাঙৰ লাভ কৰিব পাৰিব। স্বাস্থ্য ভাল হ’ব। দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি পাব পাৰি। ক’ৰবাত আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পাব পাৰি। সিংহ ৰাশিৰ লোকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব। ভূমি সম্পৰ্কীয় কামতো আপুনি যথেষ্ট সফলতা লাভ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Maha SivratriSivratriSivratri 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
Next Post
দেশৰ সবাতোকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা, পিছ পেলালে কাক কাক !

দেশৰ সবাতোকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা, পিছ পেলালে কাক কাক !

অপেক্ষাৰ অন্ত, আৰ চি বিৰ নতুন অধিনায়ক ঘোষণা, ভাৰতীয় দলৰ পৰা বাহিৰ হ’লেও আই পি এলত অধিনায়ক

অপেক্ষাৰ অন্ত, আৰ চি বিৰ নতুন অধিনায়ক ঘোষণা, ভাৰতীয় দলৰ পৰা বাহিৰ হ'লেও আই পি এলত অধিনায়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.