• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এগৰাকী কৰ্মচাৰীৰ জীৱন ৰক্ষা কৰিবৰ বাবে এয়াৰ এম্বুলেঞ্চ চলাই গৈছিল ৰতন টাটাই

2 years ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

2 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

3 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

5 hours ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

6 hours ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

7 hours ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

8 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এগৰাকী কৰ্মচাৰীৰ জীৱন ৰক্ষা কৰিবৰ বাবে এয়াৰ এম্বুলেঞ্চ চলাই গৈছিল ৰতন টাটাই

editor by editor
October 10, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
এগৰাকী কৰ্মচাৰীৰ জীৱন ৰক্ষা কৰিবৰ বাবে এয়াৰ এম্বুলেঞ্চ চলাই গৈছিল ৰতন টাটাই
0
SHARES
510
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী কৰ্মচাৰীৰ জীৱন ৰক্ষা কৰিবৰ বাবে এয়াৰ এম্বুলেঞ্চ চলাই গৈছিল ৰতন টাটাই

দেশৰ সৰ্ববৃহৎ উদ্যোগিক প্ৰতিষ্ঠান টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ মৃত্যু। ৮৬ বছৰ বয়সত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৯১ চনৰ পৰা ২০১২ চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰতন টাটা সৰলতাৰ বাবে পৰিচিত আছিল। ৰতন টাটা এজন ভাল উদ্যোগপতিয়ে নহয়, এজন ভাল মানুহো আছিল। তেওঁৰ লগত কাম কৰা মানুহবোৰৰ বহুত যত্ন লৈছিল। ৰতন টাটাৰ সৈতে জড়িত এটা ঘটনা যেতিয়া ৰতন টাটা নিজেই এজন কৰ্মচাৰীৰ জীৱন ৰক্ষাৰ বাবে বিমান উৰুৱাবলৈ সাজু হৈছিল।

এই ঘটনা ২০০৪ চনৰ আগষ্টৰ। পুনেৰ টাটা মটৰছৰ এম ডি প্ৰকাশ এম তেলাং হঠাৎ অসুস্থ হৈ পৰাত চিকিৎসকে তেওঁক তৎক্ষণাত মুম্বাইলৈ নিবলৈ পৰামৰ্শ দিয়ে। দেওবাৰ হোৱাৰ বাবে চিকিৎসকে এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰিব পৰা নাছিল। এই কথা ৰতন টাটাক কোৱাত তেওঁ কোম্পানীৰ বিমান উৰুৱাবলৈ মান্তি হয়। ৰতন টাটাৰ পাইলটৰ অনুজ্ঞাপত্ৰ আছিল। যাৰ ফলত এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰি প্ৰকাশক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতাললৈ লৈ যোৱা হয়। তাতেই তেওঁৰ সফল চিকিৎসা কৰা হয়। প্রায় ৫০ বছৰ টাটা মটর্ছৰ সৈতে কাম কৰাৰ পাছত ২০১২ চনত প্রকাশে অৱসৰ লয়৷

দেশৰ অন্যতম সফল ব্যৱসায়ী ৰতন টাটা এজন প্ৰশিক্ষিত পাইলট আছিল আৰু তেওঁৰ বিমান উৰণৰ অনুজ্ঞাপত্ৰ আছিল। লগতে তেওঁৰ হাতত আছিল ডাচল্ট ফেলকন ২০০০ প্ৰাইভেট জেট, যাৰ মূল্য প্ৰায় ১৫০ কোটি টকা বুলি কোৱা হয়। কেইবছৰমানৰ আগতে ছ’চিয়েল মিডিয়াত তেওঁৰ এখন ছবি ভাইৰেল হৈছিল য’ত তেওঁক এখন যুঁজাৰু বিমানৰ ককপিটত দেখা গৈছিল। এই ছবিখন ২০১১ চনৰ যেতিয়া বেংগালুৰু এয়াৰশ্ব’ত বয়িঙৰ এফ-১৮ ছুপাৰ হৰ্নেট বিমানত উৰা মাৰিছিল ৰতন টাটা। এই কথা তেওঁ ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল, তেওঁৰ ৮২ সংখ্যক জন্মদিন উপলক্ষে।

২০০৭ চনত ৰতন টাটাই আমেৰিকাৰ যুদ্ধ বিমান এফ-১৬ত উৰা মাৰিছিল। তেতিয়া তেওঁ ৬৯ বছৰ বয়সত আমেৰিকাৰ বিমান উৰুৱাই যোৱা আটাইতকৈ বয়সীয়াল ভাৰতীয় নাগৰিক আছিল। ৰতন টাটাই বিমান উৰণৰ প্ৰতি থকা আকৰ্ষণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। তেওঁৰ গুৰু জে আৰ ডি টাটা আছিল দেশৰ প্ৰথম অনুজ্ঞাপত্ৰপ্ৰাপ্ত পাইলট। জে আৰ ডি টাটাই প্ৰথমবাৰৰ বাবে কৰাচীৰ পৰা বম্বেলৈ বিমান উৰুৱাইছিল। তেওঁৱেই টাটা এয়াৰলাইন্স আৰম্ভ কৰিছিল। পিছলৈ ইয়াৰ নাম এয়াৰ ইণ্ডিয়া হয় আৰু ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Air LicenseFlightPilot Licenseratan tataratan Tata Air License
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?
জীৱনশৈলী

May 25, 2026
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?
জীৱনশৈলী

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

May 25, 2026
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?
ক্ৰীড়া

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

May 25, 2026
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

May 25, 2026
Next Post
সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে মুম্বাইৰ ওৰালিত সম্পন্ন হব ৰতন টাটাৰ শেষকৃত্য

স্কুটাৰত এটা সৰু পৰিয়ালে কষ্ট কৰি যোৱা দেখা পাইয়ে সবাতোকৈ সস্তিয়া বাহন নিৰ্মাণ কৰা লোকজনেই ৰতন টাটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন