• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্কুটাৰত এটা সৰু পৰিয়ালে কষ্ট কৰি যোৱা দেখা পাইয়ে সবাতোকৈ সস্তিয়া বাহন নিৰ্মাণ কৰা লোকজনেই ৰতন টাটা

স্কুটাৰত এটা সৰু পৰিয়ালে কষ্ট কৰি যোৱা দেখা পাইয়ে সবাতোকৈ সস্তিয়া বাহন নিৰ্মাণ কৰা লোকজনেই ৰতন টাটা

1 year ago
দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

1 hour ago
শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

4 hours ago
৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

5 hours ago
১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

6 hours ago
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

7 hours ago
বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

8 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 days ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

2 days ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

2 days ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

2 days ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

2 days ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্কুটাৰত এটা সৰু পৰিয়ালে কষ্ট কৰি যোৱা দেখা পাইয়ে সবাতোকৈ সস্তিয়া বাহন নিৰ্মাণ কৰা লোকজনেই ৰতন টাটা

editor by editor
October 10, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
স্কুটাৰত এটা সৰু পৰিয়ালে কষ্ট কৰি যোৱা দেখা পাইয়ে সবাতোকৈ সস্তিয়া বাহন নিৰ্মাণ কৰা লোকজনেই ৰতন টাটা
0
SHARES
491
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্কুটাৰত এটা সৰু পৰিয়ালে কষ্ট কৰি যোৱা দেখা পাইয়ে সবাতোকৈ সস্তিয়া বাহন নিৰ্মাণ কৰা লোকজনেই ৰতন টাটা

চাৰিজনীয়া এটা পৰিয়ালে কষ্ট কৰি এখন স্কুটাৰত গৈ থকা দেখা পাই বাহনৰ কথা মনলৈ আহিছিল লোকগৰাকীৰ। কিন্তু মধ্যবিত্ত এটা পৰিয়ালে কিদৰে ক্ৰয় কৰিব এখন ৪-৫ লাখ টকীয়া এখন বাহন। তাকেই ভাবি ভাবি শেষত নিৰ্মাণ কৰি দিয়ে দেশ তথা বিশ্বৰ ভিতৰতে সবাতোকৈ সস্তীয়া বাহন নেনো। সেই লোকগৰাকীয়েই আছিল ৰতন টাটা।

তেওঁৰ এই সপোন সন্দৰ্ভত ৰতন টাটাই এবাৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত এটা পোষ্টত লিখিছিল যে আৰ্কিটেকচাৰ স্কুলৰ হোৱাৰ সুবিধাটো হ’ল মই আজৰি সময়ত ডুডল কৰিছিলোঁ ৷ এই কথা ভাবি থাকোঁতে গাড়ী এখনৰ ডুডল বনালোঁ, যিটো গাড়ীৰ দৰে লাগিল। ইয়াৰ পিছত মই ভাবিলোঁ যে এনেকুৱা মানুহৰ বাবে গাড়ী বনাব লাগে আৰু তাৰ পিছত টাটা নেনোৰ অস্তিত্ব আহিল, যিটো আমাৰ সাধাৰণ মানুহৰ বাবে আছিল। দেশৰ জনসাধাৰণ যিয়ে এখন গাড়ীৰ সপোন দেখে কিন্তু এখন গাড়ী কিনিব নোৱাৰে ৰতন টাটাই সপোন দেখা গাড়ীখনৰ নাম টাটা নেনো বুলি ৰাখিলে। এই টাটা গাড়ীখনো লখটকীয়া নামেৰে বিখ্যাত হৈছিল।

ৰতন টাটাই টাটা নেনো ডিজাইনৰ দায়িত্ব গিৰিশ ৱাহৰ হাতত অৰ্পণ কৰিছিল। আচলতে গিৰীশ বাগে টাটাৰ আন এটা সপোনৰ প্ৰকল্প সফলতাৰে সম্পূৰ্ণ কৰিছিল। এই দলটোৱে টাটা ‘এছ’ নামৰ এখন সৰু ট্ৰাক বনাইছিল এই সৰু ট্ৰাকখন ছোটা হাতী নামেৰে যথেষ্ট বিখ্যাত হৈ পৰিছিল। ৱাগ আৰু তেওঁৰ দলটোৱে প্ৰায় পাঁচ বছৰ ধৰি নেনোৰ ওপৰত কাম কৰিছিল।

ৰতন টাটাই ২০০৬ চনৰ ১৮ মে’ত পশ্চিমবংগৰ তদানীন্তন মুখ্যমন্ত্ৰী আৰু চিপিআই(এম) নেতা বুদ্ধদেৱ ভট্টাচাৰ্য আৰু বাণিজ্য মন্ত্ৰী নিৰুপম সেনৰ সৈতে বৈঠকত মিলিত হয়। ইয়াৰ পিছত তেওঁ ঘোষণা কৰে যে পশ্চিম বংগৰ হুগলী জিলাৰ চিংগুৰত টাটা নেনো কাৰখানা স্থাপন কৰা হ’ব এই প্ৰকল্পৰ বাবে প্ৰায় এক হাজাৰ একৰ মাটিৰ প্ৰয়োজন। প্ৰশাসনে আৰম্ভ কৰিলে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া।

আজি পশ্চিমবংগত মুখ্যমন্ত্ৰীৰ চকীত বহি থকা মমতা বেনাৰ্জী সেই দিনত নিজৰ দলৰ ভেটি বৃদ্ধিৰ প্ৰয়াসত ব্যস্ত আছিল। তেওঁ টাটা নেনোৰ বাবে ভূমি অধিগ্ৰহণৰ বিৰোধিতা কৰিছিল।

চিংগুৰ উদ্যোগত টাটা নেনোৰ উৎপাদন আৰম্ভ। কিন্তু ৰাজনৈতিক বিৰোধিতা আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰতন টাটাই ২০০৮ চনৰ ৩ অক্টোবৰত কলকাতাত এখন সংবাদমেলযোগে ঘোষণা কৰিছিল যে তেওঁ নেনো গাড়ী প্ৰকল্পটো চিংগুৰৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰিব। তেওঁ টাটাৰ এই অভিলাষী প্ৰকল্পটো সানন্দত স্থাপন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। এই অভিলাষী প্ৰকল্পৰ বাবে তেওঁ টাটাক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিছিল।

৩,৩৪০খন ট্ৰাক আৰু প্ৰায় পাঁচশ কণ্টেইনাৰেৰে চিংগুৰৰ পৰা টাটা নেনো কাৰখানাটো চানন্দত উপস্থিত হয়। এই কামত সাত মাহ সময় লাগিছিল। টাটাই ছানন্দত নিজৰ প্লাণ্ট স্থাপন কৰে। তাতেই টাটা নেনোৰ উৎপাদন আৰম্ভ হয় ৰতন টাটাই ২০০৮ চনৰ ১০ জানুৱাৰীত দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হোৱা দিল্লী অটো এক্সপ’ত ৰাইজৰ সন্মুখত টাটা নেনো প্ৰদৰ্শন কৰে। টাটা নেনোৰ বেচিক মডেলৰ মূল্য আছিল ১ লাখ টকা। এই উপলক্ষে ৰতন টাটাই নিজৰ সপোন পুনৰাবৃত্তি কৰি কয় যে ভাৰতীয় পৰিয়ালক কম খৰচত উন্নত যাতায়তৰ ব্যৱস্থা আগবঢ়াব বিচাৰে।

লগে লগে মানুহে এই গাড়ীখন ক্ৰয় কৰিবলৈ ধৰিলে। গাড়ীৰ চাহিদা দেখি টাটাই লটাৰীৰ জৰিয়তে এক লাখ গাড়ী দিয়াৰ সিদ্ধান্ত ল’লে। ইয়াৰ বাবে দুই লাখৰো অধিক লোকে আৱেদন কৰিছিল। ইয়াৰে এক লাখ লোকক টাটা নেনো গাড়ী দিবলৈ বাছনি কৰা হৈছিল ৰত্ন টাটাই মুম্বাইৰ প্ৰথম টাটা নেনো গাড়ীৰ চাবি নিজৰ হাতেৰে গতাই দিয়ে ২০০৯ চনৰ ১৭ জুলাইত শুল্ক বিভাগৰ কৰ্মচাৰী অশোক ৰঘুনাথৰ হাতত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cheapest Carratan tataTATA groupTata NanoWorld Cheapest Car
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট
জীৱনশৈলী

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

November 10, 2025
শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

November 10, 2025
৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?
জীৱনশৈলী

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

November 10, 2025
১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত
জীৱনশৈলী

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

November 10, 2025
Next Post
তেনে কাম কৰি ভালপাও যিবোৰ কাম মানুহে অসম্ভৱ বুলি ভাৱেঃ ৰতন টাটা

তেনে কাম কৰি ভালপাও যিবোৰ কাম মানুহে অসম্ভৱ বুলি ভাৱেঃ ৰতন টাটা

মহাসপ্তমীত দিনজুৰি সুকৰ্ম যোগ, দেৱীৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

মহাসপ্তমীত দিনজুৰি সুকৰ্ম যোগ, দেৱীৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.