• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেনে কাম কৰি ভালপাও যিবোৰ কাম মানুহে অসম্ভৱ বুলি ভাৱেঃ ৰতন টাটা

তেনে কাম কৰি ভালপাও যিবোৰ কাম মানুহে অসম্ভৱ বুলি ভাৱেঃ ৰতন টাটা

2 years ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

21 minutes ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

56 minutes ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

2 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

2 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

4 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

4 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

5 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

5 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

7 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

7 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

8 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তেনে কাম কৰি ভালপাও যিবোৰ কাম মানুহে অসম্ভৱ বুলি ভাৱেঃ ৰতন টাটা

তেনে কাম কৰি ভালপাও যিবোৰ কাম মানুহে অসম্ভৱ বুলি ভাৱেঃ ৰতন টাটা

editor by editor
October 10, 2024
in জীৱনশৈলী
0
তেনে কাম কৰি ভালপাও যিবোৰ কাম মানুহে অসম্ভৱ বুলি ভাৱেঃ ৰতন টাটা
0
SHARES
56
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি শেষ  নিশ্বাস ত্যাগ কৰিলে দেশৰ এগৰাকী লেখত লবলগীয়া উদ্যোগী ৰতন টাটাই। ব্যৱসায়ৰ সমান্তৰালকৈ সমাজৰ হিতৰ বাবেও কাম কৰি যোৱা উদ্যোগপতিগৰাকীৰ মৃত্যুৰ খবৰ শুনি সেমেকি উঠিছে কোটি অনুৰাগীয়ে দুচকু।

ব্যৱসায়িক দিশত অতিকৈ সফল ৰতন টাটাই কিছু পৃথক কায়দাৰে নিজৰ সকলো কাম সমাধান কৰে বাবেই তেওঁৰ মৃত্যুত আজি ভাগি পৰিছে কোটি কোটি অনুৰাগী।  টাটাৰ ব্যৱসায়ৰ মূলমন্ত্ৰই আছিল মৌলিকতাইহে সফলতাৰ পথ মুকলি কৰে। যিয়ে আনক নকল কৰাৰ চেষ্টা কৰে, তেওঁ কিছু সময়ৰ বাবে সফল হয় যদিও সেই সফলতা দীৰ্ঘকালীন নহয়।

ৰতন টাটাৰ জন্ম হৈছিল দেশৰ ভিতৰতে আটাইতকৈ ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত ৰতন টাটাৰ জন্ম হৈছিল। টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটা আছিল ৰতন টাটাৰ ককাক। ৰতন টাটাৰ শৈশৱ বৰ সুখৰ নাছিল। তেওঁ ডাঙৰ-দীঘল হ’ব লগা হৈছিল এটা ভগ্ন পৰিয়ালত। ১৯৪০ চনৰ মাজভাগত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে। তেতিয়া ৰতন টাটাৰ বয়স আছিল মাত্ৰ সাত বছৰ আৰু ভায়েক জিমীৰ বয়স আছিল পাঁচ বছৰ। আইতাক লেডী নাৱালবাঈৰ লগত থাকিয়েই শৈশৱ পাৰ কৰিছিল।

ৰতন টাটাই প্ৰায়ে কৈছিল, মানসিকতাই নিৰ্ধাৰণ কৰে আপুনি সফল হ’বনে অসফল। তেওঁ কৈছিল, কোনো এজন লোকক আনে নহয় তেওঁৰ মানসিকতাইহে নষ্ট কৰে। ৰটন টাটাই বিশ্বাস কৰিছিল যে জীৱনত কোনো বস্তুৱে লাভ কৰাটো অসম্ভৱ নহয়। এ‍বাৰ তেওঁ কৈছিল, ‘‘মই তেনে কাম কৰি ভাল পাওঁ যিবোৰ মানুহে অসম্ভৱ বুলি ভাবে।’’

ৰতন টাটা টাটা চন্সৰ অন্তৱৰ্তীকালীন অধ্যক্ষ আছিল। তেওঁ ভাৰত আৰু বিদেশৰ সংস্থাসমূহত বিভিন্ন পদবীত সেৱা আগবঢ়াই আহিছে। টাটা প্ৰধানমন্ত্ৰীৰ ‘বাণিজ্য আৰু উদ্যোগ পৰিষদ’ আৰু ‘ৰাষ্ট্ৰীয় উৎপাদন প্ৰতিযোগিতা পৰিষদ’ৰ সদস্য। তদুপৰি তেওঁ প্ৰিট্জকাৰ আৰ্কিটেকচাৰ প্ৰাইজৰ জুৰী পেনেলত আছে যিটো বিশ্বৰ অন্যতম প্ৰিমিয়াৰ আৰ্কিটেকচাৰ প্ৰাইজ হিচাপে গণ্য কৰা হয়।

ৰতন টাটাই বিশ্বাস কৰে যে যদি আপুনি বেগত চাব বিচাৰে তেন্তে অকলে যাওক, কিন্তু যদি আপুনি বহুদূৰ যাব বিচাৰে তেন্তে একেলগে যাওক। টাটাই সদায় টীমৱৰ্কত গুৰুত্ব দিয়ে যিয়ে তেওঁক সফলতাৰ শীৰ্ষত প্ৰতিষ্ঠিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব
জীৱনশৈলী

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

July 7, 2026
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ
জীৱনশৈলী

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

July 7, 2026
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি
জীৱনশৈলী

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

July 7, 2026
Next Post
মহাসপ্তমীত দিনজুৰি সুকৰ্ম যোগ, দেৱীৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

মহাসপ্তমীত দিনজুৰি সুকৰ্ম যোগ, দেৱীৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

ৰতন টাটাৰ পাছত এতিয়া কোনে দায়িত্ব ল’ব টাটা গ্ৰুপৰ

ৰতন টাটাৰ পাছত এতিয়া কোনে দায়িত্ব ল'ব টাটা গ্ৰুপৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.