ৰেচন কাৰ্ডৰ আহিছে ডাঙৰ আপডেট। ২৮ লাখ লোকৰ নাম কৰ্তন হ’ব পাৰে ৰেচনকাৰ্ড। সেয়ে আজিয়েই কৰক আজিয়েই কৰক জৰুৰী কাম। E-KYC আৰু আধাৰ সংযোগ কৰিবলৈ জৰুৰী নিৰ্দেশনা আহিছে।

এতিয়াও বহু হিতাধিকাৰীয়ে সম্পন্ন কৰা নাই E-KYC প্ৰক্ৰিয়া।

একেৰাহে ছয়মাহ ধৰি ৰেচন সামগ্ৰী সংগ্ৰহ নকৰা লোকৰ নাম হ’ব কৰ্তন।

ৰেচনৰ তালিকাৰ পৰা নাম কৰ্তন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। যদি চলিত মাহত আধাৰ সংযোগ আৰু ই-কেৱাইচি সম্পূৰ্ণ নকৰে, তেন্তে নাম কৰ্তন হ’ব।

ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা মন্ত্ৰী কৌশিক ৰায়ৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















