• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছাৰা আলী খান আৰু ৰিয়া চক্ৰৱৰ্তীয়ে একেলগে সেৱন কৰিছিল ড্ৰাগচঃ NCBৰ চাৰ্জশ্বীটত ৰিয়াৰ স্বীকাৰোক্তি

ছাৰা আলী খান আৰু ৰিয়া চক্ৰৱৰ্তীয়ে একেলগে সেৱন কৰিছিল ড্ৰাগচঃ NCBৰ চাৰ্জশ্বীটত ৰিয়াৰ স্বীকাৰোক্তি

5 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

18 minutes ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

1 hour ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

2 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

3 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

3 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

4 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

5 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

6 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

6 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

7 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ছাৰা আলী খান আৰু ৰিয়া চক্ৰৱৰ্তীয়ে একেলগে সেৱন কৰিছিল ড্ৰাগচঃ NCBৰ চাৰ্জশ্বীটত ৰিয়াৰ স্বীকাৰোক্তি

editor by editor
June 8, 2021
in অপৰাধ, অসম, গুৱাহাটী, বিনোদন, ভাৰত
0
ছাৰা আলী খান আৰু ৰিয়া চক্ৰৱৰ্তীয়ে একেলগে সেৱন কৰিছিল ড্ৰাগচঃ NCBৰ চাৰ্জশ্বীটত ৰিয়াৰ স্বীকাৰোক্তি
0
SHARES
10.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউডৰ ড্ৰাগচ কেলেংকাৰী আৰু অভিনেত্ৰী ছাৰা আলী খান সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীৰ বিস্ফোৰক স্বীকাৰোক্তি। NCBক দাখিল কৰা শপতনামাত ৰিয়া চক্ৰৱৰ্তীৰ এই বিষ্ফোৰণ। ছাৰা আলী খানৰ সৈতে একেলগে ড্ৰাগছ সেৱন কৰাৰ কথা আছে। ছাৰাই ‘rolled doobies’(ড্ৰাগচযুক্ত চিগাৰেট) বনায় আৰু দুয়ো সেয়া সেৱন কৰাৰ কথা উল্লেখ কৰিছে ৰিয়াই। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু বলীউডৰ ড্ৰাগচ কেলেংকাৰীৰ ঘটনাত ক্ৰমান্বয়ে পোহৰলৈ আহিছে ন ন তথ্য। এই ঘটনাত সাঙোৰ খাইছে বহু অভিনেতা- অভিনেত্ৰীৰ নাম।  চাৰ্জশ্বীটত অভিনেত্ৰী ছাৰা আলী খান সন্দৰ্ভত বিস্ফোৰক স্বীকাৰোক্তি মূল অভিযুক্ত ৰিয়াৰ। চাৰ্জশ্বীটত ৰিয়াই ২০১৭ চনৰ ৪ জুন-৬ জুনত অভিনেত্ৰী ছাৰাৰ সৈতে হোৱা কথোপকথনৰ প্ৰসংগও উত্থাপন কৰিছে। ৰিয়াৰ ভাষ্য অনুসৰি, ছাৰাই ৰিয়াৰ সৈতে ড্ৰাগচযুক্ত চিগাৰেট বনাইছিল। মাৰিযোৱানাৰ জইণ্ট আছিল ডুবিজ। বহুসময়ত ড্ৰাগচযুক্ত চিগাৰেট দুয়োৱো সেৱন কৰিছিলো। ছাৰাই doobies মোক দিছিল’। উল্লেখ্য, ড্ৰাগচ কেলেংকাৰীত জড়িতৰ অপৰাধত ২০২০ চনত ছাৰা আলী খানক চমন জাৰি কৰিছিল নাৰ্ক’টিকচ কণ্ট্ৰল ব্যুৰ’ই। ৰিয়াক লগ পোৱাৰ পূৰ্বে ছাৰা আলী খান আৰু সুশান্ত সিং ৰাজপুত প্ৰেমৰ সম্পৰ্কত আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bollywood drugs casencbrhea chokraborty
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী
বিনোদন

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

March 20, 2026
Next Post
লুডু ভাগ্য নে দক্ষতাৰ খেলা, বিচাৰ আদালতত

লুডু ভাগ্য নে দক্ষতাৰ খেলা, বিচাৰ আদালতত

দধীয়া-লাইকাবাসীৰ যন্ত্ৰণা

দধীয়া-লাইকাবাসীৰ যন্ত্ৰণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.