• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুস্থ হৈ উঠি খেলপথাৰত নামিছিলহে, জৰিমনা ভৰিব লাগিব ২৪ লাখ টকা

সুস্থ হৈ উঠি খেলপথাৰত নামিছিলহে, জৰিমনা ভৰিব লাগিব ২৪ লাখ টকা

2 years ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

39 minutes ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

1 hour ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

2 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

3 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

5 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

5 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

5 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

7 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সুস্থ হৈ উঠি খেলপথাৰত নামিছিলহে, জৰিমনা ভৰিব লাগিব ২৪ লাখ টকা

editor by editor
April 4, 2024
in ক্ৰীড়া
0
সুস্থ হৈ উঠি খেলপথাৰত নামিছিলহে, জৰিমনা ভৰিব লাগিব ২৪ লাখ টকা
0
SHARES
425
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুস্থ হৈ উঠি খেলপথাৰত নামিছিলহে, জৰিমনা ভৰিব লাগিব ২৪ লাখ টকা

ঋষভ পন্ট, ভাৰতীয় ক্ৰিকেটৰ এগৰাকী উজ্জল তাৰকা। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ কোনোমতে মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিছে। উভতি আহিয়ে নামিছে আই পি এলৰ খেলপথাৰত। পাছে এতিয়া ভৰিব লাগিব ২৪ লাখ টকাৰ জৰিমনা।

এটা বছৰৰো অধিক কাল খেল পথাৰৰ পৰা দুৰত থকাৰ পাছত পুনৰ ক্ৰিকেটলৈ উভতি অহাৰ পাছতে আই পি এলৰ দিল্লী কেপিটেল দলৰ অধিনায়কত্বৰ বাব লয়। পাছে সেই খেলতেই এতিয়া ঋষভক দিয়া হৈছে ২৪ লাখ টকাৰ জৰিমনা।

শ্লো অভাৰ ৰেট কৰাৰ বাবেই এই জৰিমনা খেলুৱৈ গৰাকীক। ইয়াৰ পূৰ্বেও এনেদৰে শ্লো অভাৰ ৰেট কৰাৰ অভিযোগ উত্থাপন হৈছিল ঋষভ পন্টৰ বিৰুদ্ধে। অৱশ্যে এই ২৪ লাখ টকা কেৱল ঋষভৰ বিৰুদ্ধ নহয়, সম্পূৰ্ণ দলটোৰ ১১ গৰাকী খেলুৱৈৰ বিৰুদ্ধে উত্থাপন হৈছে।

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে থকা খেল খনতেই এই অভিযোগ উঠে। সেই খেলখনতেই দিল্লী কেপিটেলে কলকাতাৰ বিৰুদ্ধে বেয়াকৈ পয়াজয় বৰণ কৰে। পৰাজয়ৰ উপৰিও লাগে জৰিমনা।

উল্লেখ্য য়ে, এইবাৰৰ আই পি এলত দিল্লী কেপিটেল এতিয়ালৈকে মুঠ ৪ খন খেল খেলিছে। আৰু সেই ৪ খনৰে ৩ খনত পৰাজয় হোৱাৰ বিপৰীতে কেৱল মাত্ৰ এখনত জয়ী হৈছে। যাৰ বাবে এতিয়া তালিকাৰ ১০ টা দলৰ ভিতৰত ৯ নম্বৰ স্থানলৈ অৱনমিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Delhi CapitaliplIPL 2024IPL TeamRishabh Pant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে
ক্ৰীড়া

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

April 11, 2026
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
Next Post
স্বামীয়ো লাগে প্ৰেমিকো লাগে, জেদ ধৰি মহিলা উঠি গ’ল বিদ্যুতৰ খুটাত

স্বামীয়ো লাগে প্ৰেমিকো লাগে, জেদ ধৰি মহিলা উঠি গ'ল বিদ্যুতৰ খুটাত

ছাল-চুলি-স্বাস্থ্যৰ বাবে মহৌষধ, পাছে খালী পেটত এই সকল লোকে ভুলতো নাখাব নিমপাত

ছাল-চুলি-স্বাস্থ্যৰ বাবে মহৌষধ, পাছে খালী পেটত এই সকল লোকে ভুলতো নাখাব নিমপাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.