কান্ধত গামোচা লৈ ফুৰা মোদীয়ে নিদিয়ে বিহুৰ বন্ধ। বিহু খাবলৈ নাপায় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে। মানুহ বিহুত বন্ধ নাপাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে। গৰু বিহুৰ দিনাও নাই বিহুৰ বন্ধ। ৰাজ্যত বিভিন্ন স্তৰত প্ৰতিক্ৰিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ