• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

1 year ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

2 minutes ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

26 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

1 hour ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

2 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

2 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

3 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

3 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

4 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

6 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

editor by editor
May 16, 2025
in বিবিধ, বিশ্ব, লেখা, শিক্ষা
0
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন
0
SHARES
286
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুইপক্ষৰ প্ৰতিনিধিসকল ইস্তানবুলত উপস্থিত হৈছিল বৃহস্পতিবাৰে৷ তুৰস্কৰ বিদেশমন্ত্ৰী হাকান ফিদানৰ উপস্থিতিত দুইপক্ষৰ প্ৰতিনিধিসকল একলগ হৈছে৷ শুকুৰবাৰে চৰকাৰীভাৱে ইস্তানবুলৰ ৰয়েল পেলেছত কোনো মধ্যস্থতাকাৰী অবিহনেই যুদ্ধবিৰতিৰ প্ৰস্তাৱক লৈ প্ৰথমবাৰ দুই তৰপীয়া মুখামুখি আলোচনা আৰম্ভ হৈছে৷ ইউক্ৰেইন ৰুছ যুদ্ধই ইতিমধ্যেই অতিক্ৰম কৰিছে ১১৭৭ দিন৷

তুৰস্কৰ বৈঠকত ৰুছ প্ৰতিনিধিদলৰ নেতৃত্বত আছে প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ উপদেষ্টা ভ্লাডিমিৰ মেডিনস্কি৷ অন্যহাতে ইউক্ৰেইনৰ প্ৰেছিডেণ্ট ভলোডিমিৰ জেলেনস্কিৰ দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰুস্তেম উমেৰভকে প্ৰতিনিধিদলৰ নেতা হিচাপে ইস্তানবুললৈ গৈছে৷ জেলেনস্কিয়ে নিজে তুৰস্কত থকাৰ বাবে প্ৰতিনিধি স্তৰৰ আলোচনাত যোগ দিয়া নাই৷ অন্যহাতে আমেৰিকাৰ বিদেশসচিব মাৰ্কো ৰুবিয়োও শুকুৰবাৰে পুৱাই তুৰস্কত উপস্থিত হৈছে৷ ৰাছিয়া-ইউক্ৰেইনৰ দ্বিপাক্ষিক বৈঠকত তেওঁৱো উপস্থিত নাথাকে৷ পৃথকভাৱে দুই দেশৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ’ব বুলি জনাইছে মাৰ্কিন বিদেশ মন্ত্ৰণালয়ে৷

উল্লেখ্য যে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত চৰকাৰী টেলিভিছন চেনেলত জাতিৰ উদ্দেশ্যে বক্তৃতাত কিয়েভৰ বিৰুদ্ধে সামৰিক অভিযানৰ ঘোষণা কৰিছিল ৰুছ প্ৰেছিডেণ্ট পুটিনে৷ তাৰ কেইঘণ্টাৰ ভিতৰতেই ইউক্ৰেইনৰ নিৰ্দিষ্ট ৭০টা স্থানলৈ লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ এৰিছিল ৰুছ বাহিনীয়ে৷ ইয়াৰোপৰি স্থল আৰু জলপথেৰেও আৰম্ভ হৈছিল যুদ্ধ৷ ডনাবাছ-ৰাছিয়া সীমান্তৰ ওপৰিও বেলাৰুছত মোতায়েন ৰুছ টেংক আৰু ব্ৰিগেডবাহিনী সোমাই পৰিছিল ইউক্ৰেইন সীমান্তত৷

ইয়াৰোপৰি ইউক্ৰেইনৰ উপকূলবৰ্তী চহৰ ওডেছা আৰু মাৰিয়ুপোল দখলৰ লক্ষ্যৰে ক্ৰাইমিয়া বন্দৰ আৰু কৃষ্ণসাগৰত মোতায়েন ৰুছ ৰণতৰী আৰু এম্ফিবিয়ান লেণ্ডিং ভেহিকলৰ পৰা সেনা অৱতৰণো আৰম্ভ হৈছিল৷ ৰুছ আক্ৰমণৰ দ্বিতীয় দিনত পতনৰ দিশত গতি কৰিছিল ইউক্ৰেইনৰ পৰিত্যক্ত পাৰমাণৱিক বিদ্যুৎকেন্দ্ৰ চেৰনোবিল৷ ছিলিকন ভেলি হিচাপে পৰিচিত ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভো দখল কৰিছিল ৰুছ বাহিনীয়ে৷ আনকি বেলাৰুছ সীমান্ত পাৰ হৈ অহা ৰুছ বাহিনীৰ একাংশই উপস্থিত হৈছিল ৰাজধানী কিয়েভত৷ সীমিত ক্ষমতালৈ ইউক্ৰেইনৰ প্ৰেছিডেণ্ট জেলনস্কিৰ সেনাও হাৰি যোৱা নাই৷ তেওঁলোকেও ৰুছ বাহিনীক প্ৰত্তুত্ত্যৰ পাৰ্যমানে দিছে৷
বিশ্বৰ অন্যতম মহাশক্তি ৰাছিয়াক যি ইউক্ৰেইন সেনাই তিনি বছৰৰো বেছি সময় ধৰি যুদ্ধ কৰি ইউক্ৰেইন দখল কৰিবলৈ নিদিব সেয়া যুদ্ধৰ আৰম্ভণিতে বহুতে কল্পনাও কৰিব পৰা নাছিল৷ শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্প মাৰ্কিন প্ৰেছিডেণ্ট হোৱাৰ পাছত কিয়েভক ৱাছিংটনে দি থকা সামৰিক সাহায্য বন্ধ কৰি দিছে৷ ইউৰোপৰ দেশসমূহৰ সহায়তাতহে বিগত কেইমাহত যুদ্ধ চলাই আছে ইউক্ৰেইনে৷ এই পৰিস্থিতিত যুদ্ধবিৰতিৰ বাবে জেলেনস্কিয়ে সেয়ে নিজেই তুৰস্কৰ মাটিত পুটিনৰ সৈতে মুখামুখিকৈ বৈঠকত বহিব খুজিছিল৷ কিন্তু সেই আবেদন গ্ৰহণ নকৰিলে ৰুছ প্ৰেছিডেণ্টে৷ এতিয়াও এই বৈঠক সফল হ’বনে সেই বিষয়ত সন্দিহান পশ্চিমী দুনীয়া৷ তুৰস্কৰ ৰাজধানী আঙ্কাৰাত উপস্থিত হৈ মাৰ্কিন বৈদেশিক সচিব ৰুবিয়োয়ে কয়, ‘আলোচনাক আমি স্বাগতম জনাইছো৷ কিন্তু প্ৰথমেই চুড়ান্ত সফলতা আহিবই বুলি আশা কৰাটো ঠিক নহয়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

October 6, 2026
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
Next Post
যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.