• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪তেই মস্কোত শেষ হ’ব পুটিনৰাজ! অতি ঘনিষ্ঠই শেষ কৰিব পুটিনক? কোনে কৰিলে এই ভৱিষ্যতদ্বাণী?

২৪তেই মস্কোত শেষ হ’ব পুটিনৰাজ! অতি ঘনিষ্ঠই শেষ কৰিব পুটিনক? কোনে কৰিলে এই ভৱিষ্যতদ্বাণী?

2 years ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

21 minutes ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

1 hour ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

3 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

3 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

4 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

4 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

4 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

5 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

5 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

5 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

6 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪তেই মস্কোত শেষ হ’ব পুটিনৰাজ! অতি ঘনিষ্ঠই শেষ কৰিব পুটিনক? কোনে কৰিলে এই ভৱিষ্যতদ্বাণী?

editor by editor
November 7, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
২৪তেই মস্কোত শেষ হ’ব পুটিনৰাজ! অতি ঘনিষ্ঠই শেষ কৰিব পুটিনক? কোনে কৰিলে এই ভৱিষ্যতদ্বাণী?
0
SHARES
799
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৯/১১ৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি কভিড মহামাৰীলৈকে। ইন্দোনেছিয়াৰ ছুনামী আৰু ব্ৰিটেইনৰ ব্ৰেক্সিট। তেওঁ ভৱিষ্যতদ্বাণীৰ সৈতে একাধিক ঘটনা হুবহু মিলি গৈছে। অন্ধ বৃদ্ধা বাবা ভাঙ্গাই কেনেকৈ ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ মৃত্যুক লৈয়ো ভৱিষ্যতদ্বাণী কৰি থৈ গৈছে। বাবা ভাঙ্গাৰ এই ভৱিষ্যতদ্বাণীক লৈ বিগত কেইবাদিনো ধৰি চলিছে চৰ্চা। বাবা ভাঙ্গাৰ ভৱিষ্যতদ্বাণী অনুসৰি, আগন্তুক বৰ্ষত অৰ্থাৎ ২৪ চনত নিজৰ দেশতেই হত্যা কৰা হ’ব পুটিনক। ৰুছ প্ৰেছিডেণ্টৰ নিছেই কাষৰ ব্যক্তিয়েই তেওঁক হত্যা কৰিব। নিৰাপত্তা যিমানেই শক্তিশালী নহওক কিয় সকলো বাধা থেলি পুটিনক হত্যা কৰা হ’ব। এই বিপদৰ পৰা ৰক্ষা পাবলৈ পুটিনৰ হাতত কোনো উপায়ো নাই।

উল্লেখ্য যে কিছুদিন পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ ৰুছ প্ৰেছিডেণ্টৰ মৃত্যু হোৱা বুলিয়েই এক খবৰ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। ইয়াৰ পাছতেই টেলিগ্ৰাম চেনেলে দাবী কৰিছিল যে, ‘কাৰ্ডিয়াত অৱাৰেষ্টৰ কাৰণে তেওঁ নিজৰ ঘৰতেই বাগৰি পৰিছিল। দ্ৰুততৰভাৱে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। হাস্পতালতেই পুটিনৰ মৃত্যুও হৈছে।’ টেলিগ্ৰাম চেনেলত ভাইৰেল হোৱা এই তথ্য অৱশ্যে ভুৱা প্ৰমাণিত হয়। এই নিউজ ভাইৰেল হোৱাৰ কেইটামান ঘণ্টাৰ পাছতেই বিশেষ বিবৃত্তি দিয়ে মস্কোৰ পৰা। তাত উল্লেখ কৰামতে প্ৰেছিডেণ্ট পুটিনৰ হাৰ্টৰ ৰোগ সঁচা যদিও তেওঁৰ মৃত্যু হোৱাৰ খবৰ সম্পূৰ্ণ ভুৱা। ৰাছিয়াক লৈ ভুৱা খবৰ বিয়পোৱাৰ বাবেই একাংশই এই কথা প্ৰকাশ কৰিছে।

২০২২ ৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেন আক্ৰমণৰ নিদেশ দিছিল ৰুছ প্ৰেছিডেণ্টে। তাৰ পিছৰে পৰাই তেওঁৰ স্বাস্থ্যক লৈ বিভিন্ন ভুৱা খবৰ ভাইৰেল হৈয়েই আছে। কেতিয়াবা কোনোবা চেনেলে যদি কৈছে তেওঁ কৰ্কটত আক্ৰান্ত, কোনোৱে আকৌ দাবী কৰিছে তেওঁৰ আলঝাইমাৰ আছে। আনকি পুটিনৰ দেহৰ ছডিয়াম পটাছিয়াম লেবেলো ঠিকে নাই বুলি একাংশ সংবাদমাধ্যমে দাবী কৰি আহিছে।

এই সকলোবোৰ চৰ্চা ঠেলি এইবাৰ ভাইৰেল হোৱা খবৰে দৃষ্টি কাঢ়িছে বহুজনৰ। বাবা ভাঙ্গাৰ ভৱিষ্যতদ্বাণীয়ে সকলো সংবাদ শিৰোনাম দখল কৰিছে। ভাংগাৰ এই ভৱিষ্যতদ্বাণীৰ চৰ্চা চলিলেও ৰাছিয়াই বিষয়টো সন্দৰ্ভত মুখ খোলা নাই। অৱশ্যে ভাংগাই পুটিনৰ মৃত্যুৰ কথা কোৱাৰ ওপৰিও ৰাছিয়াক লৈ আন এক ভৱিষ্যতদ্বাণীও কৰি গৈছে, ‘এদিন বিশ্বক শাসন কৰিব মস্কোৱে। ৰাছিয়া অপ্ৰতিৰোধ্য হৈ পৰিব।’ ১৯১১ চনত বুলগেৰিয়াত জন্ম হৈছিল বাবা ভাংগাৰ। মাত্ৰ ১২ বছৰ বয়সত দৃষ্টি হেৰুৱাই তেওঁ। তাৰপিছতেই খুল খাই বাবাৰ অন্তৰ্দৃষ্টি। ধীৰে ধীৰে ভৱিষ্যৎদ্ৰষ্টা হিচাপে বিশ্বত তেওঁৰ খ্যাতি বিয়পি পৰে। ১৯৯৬ চনত মৃত্যু হয় বাবা ভাংগাৰ। বাবা ভাংগাৰ মৃত্যু হ’লেও তেওঁৰ ভৱিষ্যতদ্বাণী আজিও প্ৰাসংগিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

March 28, 2026
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

March 28, 2026
Next Post
‘কিনিলে ভালেই হ’ব, মই বিক্ৰি হৈ যাম’, বিক্ৰি হ’বলৈ প্ৰস্তুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

'কিনিলে ভালেই হ’ব, মই বিক্ৰি হৈ যাম’, বিক্ৰি হ’বলৈ প্ৰস্তুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

কলেজত চিনাকি, বিয়াৰ মাত্ৰ কেইটামান মাহতেই বিচ্ছেদ, অনুপম খেৰৰ প্ৰথমা পত্নীও বলীউড অভিনেত্ৰীয়েই, কোন এই অভিনেত্ৰী জানেনে?

কলেজত চিনাকি, বিয়াৰ মাত্ৰ কেইটামান মাহতেই বিচ্ছেদ, অনুপম খেৰৰ প্ৰথমা পত্নীও বলীউড অভিনেত্ৰীয়েই, কোন এই অভিনেত্ৰী জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.