• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুজৱ! হঠাৎ শুভমনক উদ্দেশ্যি বিশেষ বাৰ্তা দিলে শচীন তেণ্ডুলকাৰে

2 years ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

1 hour ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

2 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

4 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

5 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

6 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

22 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

23 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

24 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুজৱ! হঠাৎ শুভমনক উদ্দেশ্যি বিশেষ বাৰ্তা দিলে শচীন তেণ্ডুলকাৰে

editor by editor
February 4, 2024
in ক্ৰীড়া, বিবিধ, ভাৰত
0
কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুজৱ! হঠাৎ শুভমনক উদ্দেশ্যি বিশেষ বাৰ্তা দিলে শচীন তেণ্ডুলকাৰে
0
SHARES
15.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশাখাপত্তনমত ইংলেণ্ডৰ বিৰুদ্ধে শতৰানৰ পাছত শুভমন গীলক বিশেষ বাৰ্তা দিছে শচীন তেণ্ডুলকাৰে। ছাৰা তেণ্ডুলকাৰৰ সৈতে শুভমনৰ প্ৰেমৰ জল্পনা বহুদিন ধৰিয়েই চলি আছে। অৱশ্যে বৰ্তমানলৈকে দুজনেই এই বিষয়টোক স্বীকাৰ কৰি লোৱা নাই। শচীনেও এই বিষয়ে কোনো মন্তব্য কৰা নাই। তেওঁ শুভমনক উদ্দেশ্যি দিছে ইনিংছৰ বাৰ্তা।

https://x.com/sachin_rt/status/1754068510115057922?s=20

১১ মাহৰ পাছত শতৰান কৰিছে শুভমনে। সেই ইনিংছৰ পাছত এক্স হেণ্ডেলত শচীনে কৈছে, ‘শুভমনৰ এই ইনিংছৰ পৰাই বুজা গৈছে শুভমনযে এজন দক্ষ ক্ৰিকেটাৰ। এই শতৰানৰ বাবে শুভমনক শুভেচ্ছা।’ নিজৰ বাৰ্তাৰ সৈতে শুভমনৰ উল্লাসৰ মুহূৰ্তৰ ছবিও শ্বেয়াৰ কৰিছে শচীনে। ১১ মাহৰ পাছত এই শতৰান শুভমনৰ। কেইবাখনো মেচত ৰান কৰিব পৰা নাছিল শুভমনে। ১২টা ইনিংছৰ পাছত টেষ্টত অৰ্ধশতৰান কৰিছে শুভমনে।

বিগত মাৰ্চত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আহমেদাবাদত শতৰান কৰিছিল শুভমনে। প্ৰায় এবছৰ পাছত ৫০ৰানৰ লক্ষ্য পাৰ কৰিছে শুভমনে। ১৪৭টা বলত ১০৪ ৰান কৰি আউট হয় শুভমন। মুঠ ১১ ট বাউণ্ডেৰী আৰু দুটা ছিক্স কোবাইছে শুভমনে। প্ৰথমে শ্ৰেয়ছ আৰু অক্ষৰক লৈ এই ইনিংছ গঢ়িবলৈ সক্ষম হৈছে। শুভমনৰ বেটৰ ভৰতেই দ্বিতীয় ইনিংছত ইংলেণ্ডৰ সন্মুখত বৃহৎ লক্ষ্য বান্ধি দিয়ে ভাৰতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
Next Post
‘হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা!’ ঘৰৰ বন কৰা মহিলাগৰাকীক সুধিহে বিজেপিত যোগদান কমল মেধিৰ

'হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা!’ ঘৰৰ বন কৰা মহিলাগৰাকীক সুধিহে বিজেপিত যোগদান কমল মেধিৰ

সৰস্বতী পূজাৰ দিনাই মোদীৰ হাতেৰে উদ্বোধন হ’ব মুছলমান দেশৰ প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ, চাওক মন্দিৰৰ কেইখনমান বিশেষ ফটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন