হকে-বিহকে অগাধ সম্পত্তিৰ মালিক IAS বিষয়া ছাইবুৰ ৰহমান৷ নিজৰ আয়তকৈ ৯৫ শতাংশ অধিক সম্পত্তিৰ মালিক ছাইবুৰ৷ ছাইবুৰ সম্পত্তিৰ তালিকা দীঘলীয়া হোৱাৰ সম্ভাৱনা তদন্তকাৰী দলৰ৷