• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নামতহে নৱাব! ৫০০০কোটিৰ সম্পত্তি আছে যদিও এটা ফুটাকড়িও নাপাব তেওঁৰ সন্তানে, কিন্তু কিয়?

নামতহে নৱাব! ৫০০০কোটিৰ সম্পত্তি আছে যদিও এটা ফুটাকড়িও নাপাব তেওঁৰ সন্তানে, কিন্তু কিয়?

3 years ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

23 minutes ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

38 minutes ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

1 hour ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

3 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

3 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

4 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

5 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

14 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

14 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

15 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

16 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নামতহে নৱাব! ৫০০০কোটিৰ সম্পত্তি আছে যদিও এটা ফুটাকড়িও নাপাব তেওঁৰ সন্তানে, কিন্তু কিয়?

editor by editor
June 20, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত
0
নামতহে নৱাব! ৫০০০কোটিৰ সম্পত্তি আছে যদিও এটা ফুটাকড়িও নাপাব তেওঁৰ সন্তানে, কিন্তু কিয়?
0
SHARES
29k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডৰ নৱাব এজনেই। তেওঁ অইন কোনো নহয় ছেইফ আলি খান। বহু ছবিত অভিনয় কৰি অসংখ্যজনৰ প্ৰিয় অভিনেতা ছেঈফ আলি খান। প্ৰায় তিনি দশক ধৰি বলীউডত তেওঁ কাম কৰিছে। বহু বিজ্ঞাপন কোম্পানীৰ সৈতেও ছেঈফ চুক্তিবদ্ধ। চিনেমা আৰু বিজ্ঞাপনৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰে অভিনেতা ছেঈফে। অভিনয়ৰ পৰাই তেওঁ কেৱল আয় কৰে তেনে নহয়। অভিনেতাগৰাকীৰ পাৰিবাৰিক সূত্ৰেই আছে বহু সম্পত্তি। কিন্তু ইমান সম্পত্তিৰ মালিক হৈয়ো ছেঈফে তেওঁৰ সন্তানৰ বাবে কিন্তু কোনো সম্পত্তি ৰাখি থৈ যাব নোৱাৰিব। কিয় সন্তানে উত্তৰাধিকাৰী সূত্ৰে লাভ নকৰিব ছেঈফৰ সম্পত্তি?

ছেঈফ আলি খান অভিনেত্ৰী শৰ্মিলা ঠাকুৰ আৰু ক্ৰিকেটাৰ মনছুৰ আলী খানৰ পুত্ৰ। ছেঈফে পোনতে অমৃতা সিঙক বিয়া কৰাইছিল। তাৰপাছতেই দুয়োৰে ডিভোৰ্ছ হয়। অমৃতা সিং আৰু ছেঈফৰ আছে দুই সন্তান। অভিনয়ৰ জগতত ভুমুকি মৰা ছাৰা আলী খান আৰু পুত্ৰ ইব্ৰাহিম আলী খান। অমৃতাৰ সৈতে বিবাহ বিচ্ছেদৰ পাছতেই ছেঈফে বিয়া কৰাইছে কৰীণা কাপুৰক। দ্বিতীয় বিবাহৰ পাছতেই ছেঈফ পুনৰ দুই সন্তানৰ পিতৃ হয়। কৰীণা আৰু ছেঈফৰ সন্তান টাইমুৰ আলী খান আৰু জোহ আলী খান নামৰ দুই সন্তান।

ছেঈফৰ মুঠ সম্পত্তিৰ পৰিমান প্ৰায় ১১৮০ কোটি। ছেঈফৰ আছে দুটাকৈ প্ৰযোজৱা সংস্থা। ৰিপৰ্ট অনুযায়ী, হাৰিয়ানাৰ পতৌদি পেলেছ আৰু ভূপালতো আছে কেইবা কোটি টকাৰ সম্পত্তি। ছেঈফ আলী খানৰ ভূপালত থকা সম্পত্তিৰ পৰিমানেই প্ৰায় ৫০০০কোটি। ছেঈফ আলী খানৰ ককাক আছিল নৱাব। তেওঁ অজস্ৰ সম্পত্তি কাৰো নামত উইল কৰা নাছিল। ছেঈফৰ সমূহ সম্পত্তি এতিয়া Enemy Dispute Actঅ আওতাত আছে। এই আইনৰ অধীনত থাকিলে কোনো ব্যক্তিয়ে পাৰিবাৰিক সূত্ৰে সম্পত্তি মোৰ বুলি দাবী কৰিব নোৱাৰিব। ছেঈফ অজস্ৰ সম্পত্তিৰ মালিক হ’লেও সেয়ে এই সমূহ সম্পত্তি তেওঁৰ সন্তানে লাভ নকৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
Next Post
বিৰিয়ানিৰ দোকানত হাণ্ডিসমূহ ৰঙা কাপোৰেৰে মেৰিয়াই থোৱাৰ কাৰণ জানেনে?

বিৰিয়ানিৰ দোকানত হাণ্ডিসমূহ ৰঙা কাপোৰেৰে মেৰিয়াই থোৱাৰ কাৰণ জানেনে?

সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি, সলনি হ’ব জনগাঁঠনি, কোন সমষ্টিৰ নাম কি হ’ব?

সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি, সলনি হ'ব জনগাঁঠনি, কোন সমষ্টিৰ নাম কি হ'ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.