• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰিয়ানিৰ দোকানত হাণ্ডিসমূহ ৰঙা কাপোৰেৰে মেৰিয়াই থোৱাৰ কাৰণ জানেনে?

বিৰিয়ানিৰ দোকানত হাণ্ডিসমূহ ৰঙা কাপোৰেৰে মেৰিয়াই থোৱাৰ কাৰণ জানেনে?

3 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

37 minutes ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

2 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

2 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

3 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

3 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

4 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

6 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

6 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

6 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

7 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

বিৰিয়ানিৰ দোকানত হাণ্ডিসমূহ ৰঙা কাপোৰেৰে মেৰিয়াই থোৱাৰ কাৰণ জানেনে?

editor by editor
June 20, 2023
in খাদ্য, বাণিজ্য, ভাৰত
0
বিৰিয়ানিৰ দোকানত হাণ্ডিসমূহ ৰঙা কাপোৰেৰে মেৰিয়াই থোৱাৰ কাৰণ জানেনে?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দোকানলৈ বিৰিয়ানী খাবলৈ গ’লে আপুনিও নিশ্বয় এই কথালৈ মন কৰে৷ বিৰিয়ানি ৰখা বাচন সকলোবোৰ দোকানতেই এখন ৰঙা কাপোৰেৰে ঢাকি ৰখা হয়৷ কিন্তু কিয় ৰঙা কাপোৰেৰে মেৰিয়াই থয় বিৰিয়ানি ৰখা বাচন সেই কথা আমি বহুতেই নাজানো৷ ইয়াৰ আঁৰত আছে কেইবাটাও বিশেষ কাৰণ৷

ৰঙা ৰঙ আভিজাত্যৰো প্ৰতীক৷ ডাঙৰ ডাঙৰ অতিথিৰ বাবে আমি সদায়ে ৰঙা দলিছা পাৰি দিও৷ বহুতেই ধাৰণা কৰে যে বিৰিয়ানিৰ হাড়িত ৰঙা ৰঙৰ কাপোৰ বান্ধি ৰখাৰ প্ৰধান কাৰণ হৈছে মানুহৰ দৃষ্টি আকৰ্ষণ কৰা৷ কিন্তু এই ধাৰণা সত্য নহয়৷ ইয়াৰ আঁৰত আছে ঐতিহাসিক তাৎপৰ্যও৷ মোগল সম্ৰাট হুমায়ুনে যেতিয়া সাম্ৰাজ্য হেৰুৱাই ইৰাণত আশ্ৰয় লৈছিল তেতিয়া পাৰচ্য সম্ৰাটে তেওঁক উষ্ণ অভ্যৰ্থনা জনাইছিল৷ সেইসময়ত হুমায়ুনক ৰূপৰ পাত্ৰতহে খাদ্য দিয়া হৈছিল৷ খাদ্য সমূহ আগবঢ়াই দিওতে তেওঁক ৰঙা কাপোৰেৰে সুন্দৰকৈ ঢাকি দিয়া হৈছিল৷ সেই অভ্যৰ্থনাই হুমায়ুনক ইমানেই মোহিত কৰে যে, তেওঁ দেশলৈ আহি এই প্ৰথা আৰম্ভ কৰে৷

পৰবৰ্তীসময়ত মোগল সাম্ৰাজ্যতো এই নিয়ম লেথাৰিকৈ চলি থাকে৷ মোগলৰ এই নিয়ম লক্ষ্মৌৰ নৱাবসকলেও লয়৷ নৱাবসকলৰ ৰাজকীয় দামী খাদ্যৰ তালিকাত সেইসময়ত আছিল বিৰিয়ানি৷ ৰাজকীয় খাদ্য বাবেই তেতিয়া বিৰিয়ানিৰ হাণ্ডিসমূহ ৰঙা কাপোৰেৰে ঢাকি ৰখা হৈছিল৷ অৰ্থাৎ দূৰৰে পৰাই দেখিয়েই সকলোৱে অনুমান কৰিব পাৰিছিল যে সেয়া অভিজাত খাদ্য৷ পাছলৈ বিৰিয়ানিৰ দোকান বিভিন্ন স্থানত খোলা হ’ল৷ সকলোবোৰতে বিৰিয়ানি যে অভিজাত খাদ্য সেয়া বুজাবলৈকে তেওঁলোকে ৰঙা কাপোৰেৰে হাণ্ডিসমূহ ঢাকি ৰাখিছিল৷ পাছলৈ ব্যৱসায়ীক কাৰণতো ৰঙা কাপোৰৰ ব্যৱহাৰ নেৰিলে বিৰিয়ানীৰ ব্যৱসায়ীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?
বাণিজ্য

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

September 29, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
Next Post
সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি, সলনি হ’ব জনগাঁঠনি, কোন সমষ্টিৰ নাম কি হ’ব?

সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি, সলনি হ'ব জনগাঁঠনি, কোন সমষ্টিৰ নাম কি হ'ব?

কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী

কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.