• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিষ্ণোই গেঙৰ পৰা ৰক্ষা পাবলৈ ছলমানে ক্ৰয় কৰিলে ২ কোটিৰ বিশেষ বাহন, এই বাহনৰ বিশেষত্ব কি কি?

1 year ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

3 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিষ্ণোই গেঙৰ পৰা ৰক্ষা পাবলৈ ছলমানে ক্ৰয় কৰিলে ২ কোটিৰ বিশেষ বাহন, এই বাহনৰ বিশেষত্ব কি কি?

বিষ্ণোই গেঙৰ পৰা ৰক্ষা পাবলৈ ছলমানে ক্ৰয় কৰিলে ২ কোটিৰ বিশেষ বাহন, এই বাহনৰ বিশেষত্ব কি কি?

editor by editor
October 19, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত, লেখা
0
বিষ্ণোই গেঙৰ পৰা ৰক্ষা পাবলৈ ছলমানে ক্ৰয় কৰিলে ২ কোটিৰ বিশেষ বাহন, এই বাহনৰ বিশেষত্ব কি কি?
0
SHARES
5.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাৰে বাৰে প্ৰাণনাশৰ ধমকি আহিছে ছলমানলৈ৷ কেতিয়াবা যদি ছলমানৰ ঘৰৰ সন্মুখত গুলিচালনা কেতিয়াবা মুম্বাই আৰক্ষীলৈ আহিছে ছলমানক শেষ কৰি দিয়াৰ ধমকি৷ এই ধমকি বাৰে বাৰেই আহিছে বিষ্ণোই গেঙৰ পৰা৷ ছলমানত প্ৰাণ মাৰিহে যেন ক্ষান্ত হ’ব এই গেং৷ কেৱল ছলমানেই নহয়৷ ভাইজানৰ কাষৰ মানুহবোৰৰ ওপৰতো কাঢ়া নজৰ দিছে বিষ্ণোই গেঙে৷ শেহতীয়াকৈ ছলমানলৈ অহা ধমকিৰ পাছতেই ২ কোটি টকাৰ বিশেষ বাহন কিনিলে ছলমান খানে৷

লৰেন্স বিষ্ণোই গেং ছলমানৰ পিছত লাগি থকাৰ বাবে ভাইজানৰো টেনছন বাঢ়িছে৷ ছবিৰ শ্বুটিঙলৈ গ’লেও লগত থাকে কাঢ়া নিৰাপত্তা৷ কেইবাগৰাকীও নিৰাপত্তাৰক্ষী থাকে তেওঁলোকৰ কাষত৷  বাটত চলাফিৰা কৰাৰ সময়ত যাতে কোনো অসুবিধা নহয় তাৰবাবে বুলেট প্ৰুফ বাহন ক্ৰয় কৰিছে ছলমান খানে৷

এই বিশেষ বাহনখন ছলমানে আনিছে ডুবাইৰ পৰা৷ ৫ কোটি টকা নিদিলে বাবা ছিদ্দিকিতকৈয়ো বেয়াকৈ ছলমানক হত্যা কৰাৰ হুংকাৰ দিছে বিষ্ণোই গেঙে৷ মুম্বাই ট্ৰেফিক পুলিছৰ হোৱাটছএপত ছলমানক হত্যা কৰাৰ ধমকি দিয়া মেছেজ দিছে বিষ্ণোই গেঙে৷ আৰু সেই চিঠিতেই স্পষ্টকৈ লিখা আছে যে ছলমানক তেওঁলোকেই হত্যা কৰিব৷ কৃষ্ণসাৰ হৰিণ হত্যাৰ প্ৰতিশোধ ল’ব বিষ্ণোই গেঙে৷

যেনেকৈয়ে নহওক কিয় ভাইজানৰ প্ৰাণনাশ কৰাই বিষ্ণোই গেঙৰ লক্ষ্য সেই কথা বাৰে বাৰে কৈ আহিছে লৰেন্স বিষ্ণোই গেঙে৷ এই গেঙৰ ধমকিৰ বাবেই ভাইজানৰ নিৰাপত্তা আৰু কটকটীয়া কৰা হৈছে৷ বিগ বছৰ শ্বুটিং চেটতো ৬০ নিৰাপত্তাৰক্ষী ছলমানৰ বাবেই থাকে৷ এই নিৰাপত্তাবেষ্টনীৰ মাজতেই ছলমানৰ শ্বুটিং চলিছে৷ বৃহস্পতিবাৰে গভীৰ নিশা বিগবছৰ শ্বুটিংৰ বাবে গৈছিল ছলমান৷ তেতিয়াও নিৰাপত্তা বেষ্টনীৰ মাজেৰে গৈছে ছলমান খান৷ সেই ছেটত ছলমানৰ বাবে নিৰ্ধাৰিত ঘৰৰ মাজত সৰ্বক্ষণ আছে নিৰাপত্তাকৰ্মী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
জীৱনক তুচ্ছ কৰি মহাশূন্যত ৰহস্যৰ সন্ধান, নভোশ্চৰসকলক কিমান দৰমহা দিয়ে নাছাই?

ধনতেৰছত সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে! সোণৰ বিশুদ্ধতা কেনেকৈ জুখিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন