• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 months ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

24 minutes ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

45 minutes ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

1 hour ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

2 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

3 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

4 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

5 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

5 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

15 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

15 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

editor by editor
December 1, 2025
in জীৱনশৈলী
0
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা
0
SHARES
36
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘অসম লাইভ 24’-এ ছপা মাধ্যমত খোজ দিয়াৰ মানসেৰে অধ্যক্ষ নৃপেন দাসে আৰম্ভ কৰা ‘সমীক্ষণ’ আলোচনীৰ নতুন যাত্ৰাই এঘাৰটা মাহ সম্পূৰ্ণ কৰিলে৷ যোৱা ২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘অসম বিভূষণ’ বঁটা প্ৰদান অনুষ্ঠানতে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে উন্মোচন কৰা সমাজ-ৰাজনীতিৰ এই মাহেকীয়া আলোচনীখনিক ৰাজ্যৰ ৰুচিশীল পঢ়ুৱৈয়ে আদৰি লোৱাটো ছপা মাধ্যমৰ বাবেও উৎসাহজনক দিশ বুলি বিবেচিত হৈছে৷ এবছৰ হোৱাৰ পূৰ্বেই ‘সমীক্ষণ’ৰ প্ৰতি বিভিন্ন ক্ষেত্ৰৰ পঢ়ুৱৈৰ সমাদৰ নিসন্দেহে আশাৰ বতৰা৷ দিগন্ত ওজাৰ মুখ্য সম্পাদনাৰে প্ৰকাশিত আলোচনীখনিত সাম্প্ৰতিক ঘটনা প্ৰবাহৰ লগতে ৰাজনীতি, বিজ্ঞান, সাহিত্য, অৰ্থনীতি, দৰ্শন, বুৰঞ্জী আদি বিষয়ক মননশীল প্ৰবন্ধ প্ৰতি সংখ্যাতে নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে৷ কেইবাগৰাকী সাহিত্য অকাডেমী বঁটা প্ৰাপককে ধৰি ৰাজ্যৰ বিদ্বৎ সমাজৰ অগ্ৰণী ব্যক্তিৰ চিন্তা উদ্ৰেককাৰী লেখা ‘সমীক্ষণ’ত প্ৰকাশ পাইছে৷ আৰম্ভণিৰেপৰা নাটক, চিত্ৰকলা আদি শিতানতো এই আলোচনীয়ে গুৰুত্ব দিছে৷ জুবিন গাৰ্গৰ প্ৰয়াণৰ ঠিক পাছতে ‘সমীক্ষণ’ৰ অক্টোবৰ সংখ্যাটো শিল্পীগৰাকীৰ মূল্যায়ণৰে ‘অ-মৃত সংগীতসূৰ্য’ শীৰ্ষকেৰে বিশেষ সংখ্যাৰূপে প্ৰকাশ পাইছিল—পৰৱৰ্তী নৱেম্বৰ সংখ্যাটোও শিল্পীগৰাকীৰ স্মৃতিৰে প্ৰকাশ পাইছিল৷ এই দুয়োটা সংখ্যাই বিপণি গৈ পোৱাৰ লগে লগে বিক্ৰী হৈ যায়৷ বিগত এঘাৰ মাহত ‘সমীক্ষণ’ৰ আন কেইটিমান বিশেষ সংখ্যাৰ ভিতৰত আছে ‘কৃত্ৰিম বুদ্ধিমত্তা আৰু মানুহৰ ভৱিষ্যৎ’, ‘পেহেলগামৰ শেষ ক’ত?’, ‘আহি আছে হাগ্ৰামা মহিলাৰী’, ‘সংগঠিত হিমন্ত বিশ্ব বনাম একাকী গৌৰৱ’ আদি৷ অহা জানুৱাৰীত নতুন যাত্ৰাৰ বৰ্ষপূৰ্তিৰ পাছতে এই ৰঙিন আলোচনীখনিয়ে কিছু নতুন পৰিকল্পনাৰে খোজ দিয়াৰ কথা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ
জীৱনশৈলী

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

March 18, 2026
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ
জীৱনশৈলী

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

March 18, 2026
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?
জীৱনশৈলী

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

March 18, 2026
Next Post
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব...! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.