আৰু মাত্ৰ ১০ দিন পাছতেই আগন্তুক ২৮ এপ্ৰিলত শনিয়ে উত্তৰভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিব৷ উত্তৰভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি গ্ৰহ শনি৷ ৩ অক্টোবৰ পৰ্যন্ত শনিয়ে এই নক্ষত্ৰতেই অৱস্থান কৰিব৷ নিজৰ ঘৰত বিৰাজ কৰি আৰু ক্ষমতা বঢ়াব গ্ৰহৰাজে৷ জানি থওক পূৰ্বভাদ্ৰপদত শনিৰ গোচৰৰ ফলত কেৰিয়াৰত বিপুল উন্নতি হ’ব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত চাকৰিত পদোন্নতি হ’ব পাৰে বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ কেৰিয়াৰত স্থিৰতা আহিব৷ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ৷ আৰ্থিকভাৱেও লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ নতুন কোনো প্ৰকল্পত বিনিয়োগ কৰি লাভৱান হ’ব৷ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















