• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডুবাইত ভয়ংকৰ দুৰ্ঘটনা, ১৫ নিহত, ইয়াৰে ৯গৰাকী ভাৰতীয়

ডুবাইত ভয়ংকৰ দুৰ্ঘটনা, ১৫ নিহত, ইয়াৰে ৯গৰাকী ভাৰতীয়

1 year ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

6 minutes ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

39 minutes ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

1 hour ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

2 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

3 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

3 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

5 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

5 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

6 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

7 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

15 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ডুবাইত ভয়ংকৰ দুৰ্ঘটনা, ১৫ নিহত, ইয়াৰে ৯গৰাকী ভাৰতীয়

editor by editor
January 29, 2025
in Uncategorized
0
ডুবাইত ভয়ংকৰ দুৰ্ঘটনা, ১৫ নিহত, ইয়াৰে ৯গৰাকী ভাৰতীয়
0
SHARES
545
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডুবাইত ভয়ংকৰ দুৰ্ঘটনা, ১৫ নিহত, ইয়াৰে ৯গৰাকী ভাৰতীয়

ছৌদি আৰৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ১৫ গৰাকীকৈ লোকৰ মৃত্যু ঘটে। ইয়াৰে ৯ গৰাকী ভাৰতীয় লোক বুলি জানিব পৰা গৈছে। জেদ্দাত থকা ভাৰতীয় মিছনে এই সন্দৰ্ভত তথ্য সদৰি কৰিছে।

পশ্চিম চৌদি আৰৱৰ জিজানৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পৰা গৈছে বুলি মিছনটোৱে জানিবলৈ দিয়ে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোক সকলৰ ভিতৰত ৯ গৰাকী ভাৰতৰ, ৩গৰাকী নেপালৰ আৰু ৩ গৰাকী ঘানাৰ লোক আছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি জুবাইলত চলি থকা এচিআইচি চাৰ্ভিচেছ কোম্পানীৰ জিজান আৰামকো প্ৰজেক্টৰ ২৬ জন কৰ্মচাৰী কঢ়িয়াই অনা এখন বাহন দুৰ্ঘটনাত পৰিছিল। সেই ২৬ গৰাকী লোকৰেই ১৫ গৰাকীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। আনহাতে ১১ জন গুৰুতৰভাৱে আহত লোকক জিজান আৰু আবাহা চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিটত(আই চি ইউ) চিকিৎসাধীন হৈ আছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ জেদ্দাত থকা ভাৰতীয় কনছুল জেনেৰেলৰ সৈতে কথা পাতিছে, যিজন সংশ্লিষ্ট পৰিয়ালসমূহৰ সৈতে যোগাযোগত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ১৫ নিহতdubaiDubai Road AccidentIndian diedRoad Acccidentইয়াৰে ৯গৰাকী ভাৰতীয়ডুবাইত ভয়ংকৰ দুৰ্ঘটনা
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
Next Post
এইখন চিৰিয়াখানাত বিক্ৰী হৈ আছে বাঘৰ মূত্ৰ, প্ৰতি লিটাৰ ৬০০ টকা, পাছে সত্যতা কি?

এইখন চিৰিয়াখানাত বিক্ৰী হৈ আছে বাঘৰ মূত্ৰ, প্ৰতি লিটাৰ ৬০০ টকা, পাছে সত্যতা কি?

‘চেলেঞ্জ এক্সেপটেড’- হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে পান কৰিলে যমুনা নদীৰ পানী

'চেলেঞ্জ এক্সেপটেড'- হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে পান কৰিলে যমুনা নদীৰ পানী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.