• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদ্যালয় অহাত পলম হোৱাৰ বাবেই শিক্ষয়ত্ৰীক প্ৰহাৰ প্ৰধান শিক্ষয়ত্ৰীৰ, ভিডিঅ’ ভাইৰেল হৈ পৰিল চাৰিওফালে

2 years ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

1 minute ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

30 minutes ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

1 hour ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

2 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

3 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

4 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

5 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিদ্যালয় অহাত পলম হোৱাৰ বাবেই শিক্ষয়ত্ৰীক প্ৰহাৰ প্ৰধান শিক্ষয়ত্ৰীৰ, ভিডিঅ’ ভাইৰেল হৈ পৰিল চাৰিওফালে

editor by editor
May 7, 2024
in ভাৰত
0
বিদ্যালয় অহাত পলম হোৱাৰ বাবেই শিক্ষয়ত্ৰীক প্ৰহাৰ প্ৰধান শিক্ষয়ত্ৰীৰ, ভিডিঅ’ ভাইৰেল হৈ পৰিল চাৰিওফালে
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিদ্যালয় অহাত পলম হোৱাৰ বাবেই শিক্ষয়ত্ৰীক প্ৰহাৰ প্ৰধান শিক্ষয়ত্ৰীৰ, ভিডিঅ’ ভাইৰেল হৈ পৰিল চাৰিওফালে

এক চাঞ্চ্যলকৰ ভিডিঅ’ বৰ্তমানে সামাজাকি মাধ্যমত ভাইৰেল হৈ পৰিছে। এগৰাকী প্ৰধান শিক্ষয়ত্ৰীয়ে প্ৰহাৰ কৰিলে এগৰাকী শিক্ষয়ত্ৰীক। বিদ্যালয় অহাত পলম হোৱাৰ বাবেই অন্য লোকৰ সমুখতেই প্ৰহাৰ কৰি দিয়ে শিক্ষয়ত্ৰী এগৰাকীক।

এই ঘটনা উত্তৰ প্ৰদেশৰ। কিছু দিন পূৰ্বে এগৰাকী শিক্ষয়ত্ৰীয়ে বিদ্যালয়ৰ ভিতৰত ফেচিয়েল কৰি থকাৰ সময়তে ধৰা পৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত এইবাৰ মাৰপিটৰ ঘটনা। কাপোৰ পৰ্যন্ত ফালি যায় এইবাৰৰ মাৰপিটৰ ঘটনাত।

ৰাজ্যখনৰ আগ্ৰাৰ এখন মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীয়ে পলমকৈ উপস্থিত হৈছিল বিদ্যালয়ত। যাৰ বাবে ক্ৰোধত কব নোৱাৰা হৈ প্ৰধানশিক্ষয়ত্ৰীয়ে গৈ প্ৰহাৰ কৰি দিয়ে।

https://x.com/DeepikaBhardwaj/status/1786426789449130200

পিন্ধি থকা চোলাত খামুচ মাৰি ধৰি প্ৰহৰ কৰাৰ ফলত কাপোৰো ফালি যায়। কাপোৰত ধৰি টনা-আজোৰা কৰোতে প্ৰধান শিক্ষয়ত্ৰীৰো কাপোৰ ফালি যায়। সেই ঘটনাৰেই ভিডিঅ’ বৰ্তামানে বিয়পি পৰিছে। অশ্লীল গালি-গালাজো কৰিছে দুয়ো শিক্ষা বৃত্তিত জড়িত মহিলাই।

কোনো কথাক লৈ শিক্ষয়ত্ৰীগৰাকীয়ে ভাবুকি দিয়ে প্ৰধান শিক্ষয়ত্ৰীগৰাকীক। যাৰ বাবেই হাত তুলি দিয়ে প্ৰধান শিক্ষয়ত্ৰীয়ে। লগতে কয় ইয়াত কাৰোৰে দাদাগিৰি নচলিব।

পাছত প্ৰধান শিক্ষয়ত্ৰীয়ে আৰক্ষীৰো কাষ চাপে আৰু শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে থানাত এখন এজাহাৰো দাখিল কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: social mediaSocial media Viral PhototeacherTeacher beatingviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
কোনো অন্য সামগ্ৰী নহয়, এইবাৰ সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰক চামুচ, বলিৰেখা আঁতৰাৰ লগতে কৰিব এই কাম

এইবাৰৰ মীট গালাত কোন কোন ভাৰতীয়ই দেখুৱালে অদ্ভুত সাজ, কোনে গৌৰৱাম্বিত কৰিলে ভাৰতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন