• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণতকৈ বেচি এটা চেঙা মাছৰ দামঃ কিয় বিদেশত ইমান দামী চেঙা মাছ, পঢ়ক সবিশেষ…

সোণতকৈ বেচি এটা চেঙা মাছৰ দামঃ কিয় বিদেশত ইমান দামী চেঙা মাছ, পঢ়ক সবিশেষ…

2 years ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

2 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

3 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

3 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

4 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

4 hours ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 hours ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

5 hours ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

6 hours ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

6 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

7 hours ago
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

7 hours ago
বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

সোণতকৈ বেচি এটা চেঙা মাছৰ দামঃ কিয় বিদেশত ইমান দামী চেঙা মাছ, পঢ়ক সবিশেষ…

অসমৰ গাঁৱত এতিয়াও অতিকৈ সুলঙ চেঙা মাছৰ আকাশলংঘী বজাৰ মূল্যৰ কথা ভাৱিবলৈও কিবা আচৰিত লাগে! নহয়নে? এই বিষয়ক লৈ আমাক এক বিশেষ প্ৰতিবেদন...

editor by editor
December 22, 2023
in বিজ্ঞান
0
সোণতকৈ বেচি এটা চেঙা মাছৰ দামঃ কিয় বিদেশত ইমান দামী চেঙা মাছ, পঢ়ক সবিশেষ…
0
SHARES
47.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰুতে বাৰু আপুনি বৰশী টুপাইছিল নে! গৰৈ, চেঙা মাছ আপোনাৰ বৰশীত উঠিছিল নে! গাঁৱৰ খাল-পুখুৰীবোৰত বৰশী টুপাওতে আটাইতকৈ বেছিকৈ উঠা মাছৰ ভিতৰত অধিক আছিল গৰৈ আৰু চেঙা মাছ। গাঁৱৰ পিতনিবোৰত মাছ ধৰোতেও এই গৰৈ-চেঙা মাছবোৰেই বেচিকৈ পাইছিল মাছমৰীয়াই। অসমৰ গাঁৱত অতিকৈ সুলভ এই মাছবোৰৰ যে অতিপাত বজাৰ মূল্য আছে, সেই কথা কোনেও সপোনতো কল্পনা কৰা নাছিল।

সময়বোৰ অসম্ভৱ ধৰণে সলনি হৈছে। সময়ৰ সোঁতত, মানুহৰ হেঁচাত আমাৰ চৌপাশৰ পৰা হেৰাই হৈছে বহু বস্তু। সৰুতে আমি সুলভ বুলি ভাৱি থকা কিছুমান বস্তু-সামগ্ৰীৰ ইমান আকাশলংঘী বজাৰ মূল্য আজিও ভাৱিবলৈ কিবা টান লাগে। শেহতীয়াকৈ এটা চেঙা মাছ বিদেশত প্ৰায় ডেৰ লাখ টকাত বিক্ৰী হয় বুলি বাতৰিত দেখি আপুনিও ছাগে বিশ্বাস কৰিবলৈ টান পাইছে। কিন্তু এই বিষয়ত কিছু তথ্য গুগলত বিচাৰ-খোচাৰ কৰাৰ পাছত পোহৰলৈ আহিল আমি নজনা বহু কথা।

চেঙা মাছ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে- Channa Barca. ইয়াৰ বহুকেইটা প্ৰজাতি আছে। আঁচল কথাটো হল পৃথিৱীৰ ভিতৰত এই মাছবিধ কেৱল ব্ৰহ্মপুত্ৰ অৱবাহিকাতহে পোৱা যায়। বিশেষকৈ চীন, থাইলেণ্ড, চিংগাপুৰৰ দৰে দেশত এই মাছবিধৰ দাম সোণতকৈও অধিক। অসমত তিলা চেং, গৰকা চেং, পিপলি চেং, বোৰকা চেং নামেৰে জনাজাত এই চেঙা মাছক অতিপাত দুলৰ্ভ মাছ বুলি বহু বছৰৰ আগতেই ঘোষণা কৰা হৈছিল। ইয়াৰ পিছতে সমগ্ৰ বিশ্বৰ লগতে দুষ্প্ৰাপ্য চেং মাছবিধৰ ক্ৰয়-বিক্ৰয় অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ।

কিন্তু নিষিদ্ধ হলেও দীৰ্ঘদিন ধৰি অসমত সুলভ এই মাছবিধক দুষ্ট চক্ৰই বিদেশলৈ ৰপ্তানি কৰি আহিছে। সময়ে সময়ে এই মাছবিধক বিদেশলৈ ৰপ্তানি কৰাৰ সময়তে আৰক্ষীৰ জালত পৰিছে বহু মাছমৰীয়া আৰু দুষ্ট চক্ৰ। ২০১৭ চনৰ আগষ্ট মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত চোৰাং সৰবৰাহ কৰি থকা অৱস্থাত ধৰা পৰিছিল বহুকেইজন লোক। অলংকাৰিক মাছখিনি কলকাতালৈ যোগান ধৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীজনে। পিছৰ মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এই প্ৰজাতিৰ বহু মাছ জব্দ কৰিছিল আৰক্ষীয়ে।

২০১৯ চনৰ অক্টোবৰ মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ স্থানীয় দলগাঁও আৰক্ষী থানাত গুৱাহাটীলৈ সৰবৰাহ কৰিবলৈ গৈ থকা অৱস্থাত দুজন লোকক হাটে-লুটে ধৰিছিল। খবৰ অনুসৰি তেওঁলোকে গুৱাহাটীত চাৰিগুণ দামত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল এই চেঙা মাছখিনি। এনেকৈয়ে আমি নজনাকৈ বহু লোকে চেঙা মাছৰ চোৰাং কাৰবাৰ কৰি ঘটি আছে লাখৰ পৰা কোটি কোটি টকা।

শেহতীয়াকৈ ডিব্ৰুগড়ত জব্দ হোৱা ৮০০টা চেঙা মাছৰ বজাৰ মূল্য প্ৰায় ৪.৫কোটি টকা বুলি ধাৰ্য কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা চেং মাছৰ দাম ১৫শ ডলাৰ। ভাৰতীয় মূল্যত এই প্ৰতিটো চেং মাছৰ দাম প্ৰায় ১.২৫ লাখ টকা। আপুনি জানি আচৰিত হব যে, অনলাইন বজাৰতো এই চেঙা মাছৰ আছে বহু দাম। এই ফটোখন চাওক-

এটা চেঙা মাছৰ দাম ৭৫হাজাৰ
এটা চেঙা মাছৰ দাম ৭৫হাজাৰ

ফটোখন ভালকৈ চাওক। এটা চেঙা মাছৰ দাম ৫৫হাজাৰ টকা। ৬ৰ পৰা ৭ ইঞ্চিৰ দৈৰ্ঘ্যৰ এটা চেঙা মাছৰ মূল্য ৫৫হাজাৰ বুলি উল্লেখ কৰা হৈছে ইণ্ডিয়া মাৰ্ট নামৰ কৰ্মাচিয়েল বেৱচাইটটোত। বিদেশত এই চেঙা মাছটোৰ মূল্য আৰু অধিক। এই ফটোখন চাওক-

এটা চেঙা মাছৰ দাম ৫৫হাজাৰ
এটা চেঙা মাছৰ দাম ৫৫হাজাৰ

লাইভষ্ট্ৰোক নামৰ এই ৱেবচাইটটোত এটা চেঙা মাছৰ মূল্য চিংগাপুৰত ১৭৫০এছ জি ডি বুলি উল্লেখ কৰা হৈছে। ভাৰতীয় মূল্যত এই দাম হয়গৈ প্ৰায় ১লাখ ৪৫হাজাৰ টকা।

চিংগাপুৰত এই চেঙা মাছটোৰ মূল্য ১লাখ ৩৫হাজাৰ
চিংগাপুৰত এই চেঙা মাছটোৰ মূল্য ১লাখ ৩৫হাজাৰ

মাছবিধৰ প্ৰজাতিক লৈ দামৰ ক্ষেত্ৰত কিছু ভিন্নতা আছে। তলৰ এই ফটোখন চাওক-

এই চেঙাটোৰ মূল্য প্ৰায় ডেৰ লাখ টকা
এই চেঙাটোৰ মূল্য প্ৰায় ডেৰ লাখ টকা

২০ৰ পৰা ২২ চেন্টিমিটাৰৰ এই চেঙা মাছটোৰ দাম চিংগাপুৰত ১৬৫০। ভাৰতীয় মূল্যত এই মাছটোৰ দাম ১লাখ ৩৫হাজাৰ। এনেকৈয়ে এতিয়া বিদেশৰ বজাৰত সোণতকৈ অধিক দামত বিক্ৰী হৈছে অসমৰ খালে-ডোঙে থকা সুলভ চেঙা মাছ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

March 23, 2026
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?
প্ৰযুক্তি

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
Next Post
আজৱ, আচৰিতঃ ধলাত এগৰাকী মহিলাই একেলগে জন্ম দিলে ৪টি কন্যা শিশু…

আজৱ, আচৰিতঃ ধলাত এগৰাকী মহিলাই একেলগে জন্ম দিলে ৪টি কন্যা শিশু...

মেঘ, বৃষ, কন্যা আৰু মীনঃ এই ৰাশিৰ সকলোৱে ২০২৩ৰ বাকী থকা দিনকেইটাত সাৱধানে থাকক…

মেঘ, বৃষ, কন্যা আৰু মীনঃ এই ৰাশিৰ সকলোৱে ২০২৩ৰ বাকী থকা দিনকেইটাত সাৱধানে থাকক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.