• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কল্যাণকামী গৃহত অনৈতিক কাৰ্য, ৪০২ শিশু উদ্ধাৰ, গ্ৰেপ্তাৰ ১৭১ জন

কল্যাণকামী গৃহত অনৈতিক কাৰ্য, ৪০২ শিশু উদ্ধাৰ, গ্ৰেপ্তাৰ ১৭১ জন

2 years ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

8 minutes ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

30 minutes ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

52 minutes ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

2 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

2 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

3 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

3 hours ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

4 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

4 hours ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

5 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

6 hours ago
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কল্যাণকামী গৃহত অনৈতিক কাৰ্য, ৪০২ শিশু উদ্ধাৰ, গ্ৰেপ্তাৰ ১৭১ জন

editor by editor
September 13, 2024
in বিশ্ব, ভাৰত, লেখা
0
কল্যাণকামী গৃহত অনৈতিক কাৰ্য, ৪০২ শিশু উদ্ধাৰ, গ্ৰেপ্তাৰ ১৭১ জন
0
SHARES
85
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কল্যাণকামী গৃহত অনৈতিক কাৰ্য, ৪০২ শিশু উদ্ধাৰ, গ্ৰেপ্তাৰ ১৭১ জন

মালয়েছিয়াৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। আৰক্ষীয়ে অভিযান চলাইছিল এটা ডাঙৰ ইছলামিক ব্যৱসায়িক গোটৰ সৈতে জড়িত ২০টা কল্যাণকামী প্ৰতিষ্ঠানত। অভিযোগ উত্থাপন হৈছে যে এই কল্যাণকামী গৃহসমূহত কন কন ল’ৰা-ছোৱালীক যৌন নিৰ্যাতন চলোৱা হৈছিল।

এই সমগ্ৰ গোচৰত ১০৫ গৰাকী মহিলাকে ধৰি ১৭১ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ ভিতৰত শিক্ষক আৰু তত্ত্বাৱধায়কসকলো আছে। একে সময়তে ১ৰ পৰা ১৭ বছৰৰ ভিতৰৰ ৪০২টা শিশু আৰু কিশোৰক উদ্ধাৰ কৰা হৈছে।
আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা ২০টা স্থানৰ ভিতৰত ১৮টা কল্যাণকামী গৃহ মধ্য চেলাংগ’ৰ ৰাজ্যত আৰু ২টা দক্ষিণ নেগেৰী চেম্বিলান ৰাজ্যত।

আৰক্ষী বিষয়াগৰাকীৰ মতে, তেওঁলোকে কল্যাণকামী গৃহত শিশুৰ যৌন শোষণ আৰু দুৰ্ব্যৱহাৰৰ অভিযোগ লাভ কৰিছিল, তাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তথ্য অনুসৰি এই কল্যাণকামী গৃহসমূহ মালয়েছিয়াৰ ইখৱান বিজনেছ গ্ৰুপৰ।

সংবাদমেলত আই জি ৰাজাউদ্দিন হুছেইনে কয় যে এই শিশুসকলক কেৱল তত্ত্বাৱধায়কসকলে যৌন নিৰ্যাতন কৰাই নহয়, তেওঁলোকে নিজৰ মাজতে ভুল কাম কৰিবলৈও বাধ্য হৈছিল। তেওঁ কয় যে যদি কোনো শিশু অসুস্থ হৈ পৰে তেন্তে অৱস্থা গুৰুতৰ নোহোৱালৈকে তেওঁক চিকিৎসা প্ৰদান কৰা নহয়।

আৰক্ষীৰ মতে, শিশুবোৰে যদি কোনো ভুল কৰে, তেন্তে শাস্তি হিচাপে গৰম চামুচেৰে জ্বলাই দিয়া হৈছিল শৰীৰ। কেয়াৰটেকাৰসকলে মেডিকেল চেকিঙৰ নামত শিশুসকলৰ শৰীৰৰ স্পৰ্শকাতৰ অংশ স্পৰ্শ কৰিছিল।

আৰক্ষীয়ে সন্দেহ কৰিছে যে গ্ল’বেল ইখৱান গ্ৰুপে ধৰ্মীয় আৱেগ ব্যৱহাৰ কৰি শিশুক যৌন শোষণ কৰাৰ লগতে ভিক্ষা খোজা ধান্দাত নমাই দিছিল। তদন্তত প্ৰকাশ পাইছে যে কল্যাণ গৃহত বসবাস কৰা সকলো শিশু গ্ল’বেল ইখৱান গ্ৰুপৰ কৰ্মচাৰীৰ সন্তান।

যাক জন্মৰ পৰাই পিতৃ-মাতৃয়ে কল্যাণকামী গৃহত এৰি থৈ গৈছিল। আই জি হুছেইনে কয় যে গোচৰৰ তদন্তৰ সময়ত সকলো শিশুৰ চিকিৎসা পৰীক্ষাও কৰা হ’ব।

গ্ল’বেল ইখৱান গ্ৰুপৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি, ইয়াৰ প্ৰতিষ্ঠা কৰিছিল এজন ধৰ্মগুৰু আছাৰী মহম্মদে। ১৯৯৪ চনত মালয়েছিয়া চৰকাৰে নিষিদ্ধ কৰা মালয়েছিয়াত আল-আৰকাম নামৰ এটা ধৰ্মীয় পন্থা আৰম্ভ কৰিছিল।

২০১০ চনত আছাৰীৰ মৃত্যুৰ পিছত এই গোটটোৱে পুনৰ অপপ্ৰচাৰ আৰম্ভ কৰে। শেহতীয়াকৈ এই গোটটোও ইছলামিক অথৰিটিৰ ৰাডাৰত আহিছিল, দাবী কৰা হৈছিল যে এই গোটটোৱে পুনৰ আল-আৰকাম সম্প্ৰদায়ৰ প্ৰচাৰ কৰিছে।

অৱশ্যে বুধবাৰে গ্ল’বেল ইখৱান বিজনেছ গ্ৰুপে এক বিবৃতি প্ৰকাশ কৰি শিশু শোষণৰ অভিযোগ নাকচ কৰে। ইখোৱান গোটে তদন্তত কৰ্তৃপক্ষক সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিছে। বিবৃতিটোত কোৱা হৈছে যে কোম্পানীয়ে কোনো ধৰণৰ অবৈধ কাৰ্যকলাপৰ সৈতে আপোচ নকৰে, বিশেষকৈ তেওঁলোকৰ কৰ্মচাৰীৰ সন্তানক যৌন শোষণৰ দৰে গোচৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Child RescuedIslamic Welfare homeMalaysia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?
জীৱনশৈলী

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

April 16, 2026
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?
বাণিজ্য

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

April 16, 2026
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা
জীৱনশৈলী

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

April 16, 2026
Next Post
১৫ ছেপ্টেম্বৰৰ পৰা উনন্তিৰ শিখৰত উঠিব ৩ ৰাশি, শুক্ৰ-বৃহস্পতিৰ দিশৰ পৰা অপাৰ আৰ্থিক লাভ

১৫ ছেপ্টেম্বৰৰ পৰা উনন্তিৰ শিখৰত উঠিব ৩ ৰাশি, শুক্ৰ-বৃহস্পতিৰ দিশৰ পৰা অপাৰ আৰ্থিক লাভ

৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ

৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.