• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌন সংক্ৰামক ৰোগ বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? এইবোৰ লক্ষণ দেখা পালে সাৱধান হওক

যৌন সংক্ৰামক ৰোগ বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? এইবোৰ লক্ষণ দেখা পালে সাৱধান হওক

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

2 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

3 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

3 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

4 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

5 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

6 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

7 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

7 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

7 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

7 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

8 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

যৌন সংক্ৰামক ৰোগ বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? এইবোৰ লক্ষণ দেখা পালে সাৱধান হওক

editor by editor
May 14, 2022
in Uncategorized
0
যৌন সংক্ৰামক ৰোগ বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? এইবোৰ লক্ষণ দেখা পালে সাৱধান হওক
0
SHARES
442
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বন্ধ্যাত্ব এতিয়া কেৱল এখ দুৰ্ভাগ্যজনক দুৰ্ঘটনা নহয়, ই এতিয়া ঘৰে ঘৰে বিয়পি পৰা এটা সমস্যা। পুৰুষ-মহিলা উভয়ৰে বন্ধ্যাত্বৰ আঁৰত জীৱনৰ অনিয়মেই আছে বুলি বিশেষজ্ঞসকলে দাবী কৰে। খাদ্যাভ্যাসৰ জটিলতা, অত্যধিক শাৰীৰিক আৰু মানসিক চাপৰ বাবে এই সমস্যা দিনক দিনে বাঢ়ি গৈ আছে।

আপুনি জানেনে যে কিছুমান যৌন ৰোগে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে! চিফিলিছৰ দৰে ৰোগতো ভ্ৰুণৰ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি। এই ক্ষেত্ৰত কোনবোৰ যৌন সংক্ৰামক ৰোগ মাৰাত্মক হ’ব পাৰে সেই বিষয়ে আমি সংক্ষেপে আপোনালোকলৈ আগবঢ়ালো।

লগতে পঢ়ক ২৩ হাজাৰ চাকৰিত নিযুক্তি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

ক্ল’মিডিয়া

পুৰুষ-নাৰী উভয়েই এই বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত যৌন ৰোগত আক্ৰান্ত হয়। বেছিভাগ নাৰীৰ ক্ষেত্ৰতে এই ৰোগ লক্ষণবিহীন হৈ থকা দেখা যায়। এই ৰোগত আক্ৰান্ত হ’লে পেলভিছৰ প্ৰদাহ হ’ব পাৰে। ফলত নাৰীৰ সন্তান প্ৰসৱত বিভিন্ন সমস্যা দেখা যায়। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ক্ল’মাইডিয়া সংক্ৰমণৰ সম্ভাৱনা বেছি হয়।

গ’ণোৰিয়া

এই যৌন ৰোগৰ কোনো লক্ষণ দেখা নাযায়। মহিলাৰৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ সময়ত ‘স্পটিং’ (অতি সামান্য ৰক্তক্ষৰণ) হ’ব পাৰে। প্ৰস্ৰাৱ কৰাৰ সময়ত প্ৰস্ৰাৱৰ অসংযমতা আৰু অত্যধিক ‘যোনিৰ পৰা স্ৰাৱ’ বাহিৰ হ’ব পাৰে। সময়মতে চিকিৎসা নকৰিলে জৰায়ু আৰু ফেলোপিয়ান টিউবলৈ এই ৰোগ বিয়পিব পাৰে। এনে ক্ষেত্ৰত প্ৰসৱৰ সময়ত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

লগতে পঢ়ক চৰ্চাৰ কেন্দ্ৰ বিন্দুত কিয় বিজয় আৰু অনন্যা? বিজয়ক কি বুলি ক’লে অনন্যাই?

হাৰপিছ

হাৰ্পিছ ৰোগত সাধাৰণতে যৌনাংগৰ চাৰিওফালে খজুৱতি, ফুলা আৰু বিষ হয়। যৌন সম্পৰ্কৰ জৰিয়তে এই ৰোগ আৰু অধিক বিয়পি পৰে। এই ৰোগৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ নকৰিলেও চিকিৎসাৰ জৰিয়তে ৰোগৰ লক্ষণসমূহ নিয়ন্ত্ৰণ কৰাৰ লগতে সংক্ৰমণৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ।

অধ্যয়নত দেখা গৈছে যে এই ৰোগৰ ফলত পুৰুষৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাব পাৰে। গতিকে, পুৰুষৰ বন্ধ্যাত্বৰ আশংকা বৃদ্ধি পায়। সময়মতে চিকিৎসা নকৰিলে জন্মৰ সময়ত শিশুলৈ এই ৰোগ বিয়পিব পাৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
Next Post
বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ, কিয় পদত্যাগ কৰিলে বিপ্লৱ কুমাৰ দেৱে?

হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ, কিয় পদত্যাগ কৰিলে বিপ্লৱ কুমাৰ দেৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.