• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ ঘৰত ৰাখত এই ৫ বিধ সামগ্ৰী আৰু শনি দেৱৰ কঠোৰ দৃষ্টিৰ পৰা ৰক্ষা লাভ কৰক

আপোনাৰ ঘৰত ৰাখত এই ৫ বিধ সামগ্ৰী আৰু শনি দেৱৰ কঠোৰ দৃষ্টিৰ পৰা ৰক্ষা লাভ কৰক

2 years ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

44 minutes ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

12 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

14 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

14 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

14 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

15 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

15 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

15 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

16 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

17 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

18 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ ঘৰত ৰাখত এই ৫ বিধ সামগ্ৰী আৰু শনি দেৱৰ কঠোৰ দৃষ্টিৰ পৰা ৰক্ষা লাভ কৰক

editor by editor
September 17, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
আপোনাৰ ঘৰত ৰাখত এই ৫ বিধ সামগ্ৰী আৰু শনি দেৱৰ কঠোৰ দৃষ্টিৰ পৰা ৰক্ষা লাভ কৰক
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাৰ ঘৰত ৰাখত এই ৫ বিধ সামগ্ৰী আৰু শনি দেৱৰ কঠোৰ দৃষ্টিৰ পৰা ৰক্ষা লাভ কৰক

জ্যোতিষ শাস্ত্ৰত শনিক আটাইতকৈ নিষ্ঠুৰ গ্ৰহ বুলি গণ্য কৰা হয়। যাৰ ওপৰত শনিৰ কু দৃষ্টি চকু পৰে বা শনি দেৱ কিবা কাৰণত খং উঠে, তেতিয়া বুজিব যে সেই লোকৰ বেয়া সময়বোৰ আৰম্ভ হয় আৰু জীৱনত বহুত অসুবিধা থাকে।

শনিৰ আশীৰ্বাদ পোৱাজনৰ জীৱনত ধন-যশ, সফলতা আৰু সুখ-শান্তিৰ অভাৱ নাই। সেয়েহে প্ৰতিজন ব্যক্তিয়ে শনি দেৱক সন্তুষ্ট কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে।

জ্যোতিষশাস্ত্ৰত এনেবোৰ বিশেষ সামগ্ৰীৰ কথা উল্লেখ কৰা হৈছে যিবোৰ ঘৰত ৰাখিলে শনি দেৱক বৰ সুখী কৰি তোলে আৰু এনে ঘৰ-পৰিয়ালৰ ওপৰত তেওঁৰ কু-দৃষ্টি নপৰে।

হনুমান ছবিঃ শনি দেৱে হনুমানজীক প্ৰতিশ্ৰুতি দিছে যে তেওঁ কেতিয়াও হনুমানজীৰ ভক্তক অশান্তি নিদিয়ে। সেয়ে বজৰংগবলীৰ ফটো বা প্ৰতিমূৰ্তি থকা আৰু ভগৱান হনুমানক নিয়মিতভাৱে পূজা কৰা ঘৰবোৰত শনি দোষৰ কু-প্ৰভাৱ কমি যায়।

শনিযন্ত্ৰঃ শনি দেৱৰ মূৰ্তি ঘৰত ৰখা নিষিদ্ধ। কিন্তু ঘৰতে শনিযন্ত্ৰ ৰাখিব পাৰিব। এই কথাত সন্তুষ্ট হ’ব শনি দেৱ।

নীলম: যিসকলৰ ৰাশিফলত শনিৰ দোষ আছে বা শনি দুৰ্বল অৱস্থাত আছে, তেওঁলোকক জ্যোতিষীৰ পৰামৰ্শ মতে নীলা ৰত্ন পিন্ধিবলৈ পৰামৰ্শ দিয়া হয়।

শমি গছ: ঘৰত শমি গছ ৰোপণ কৰিলে শনি দেৱ বৰ সন্তুষ্ট হয়, কাৰণ শনি মহাৰাজৰ শমী গছ বৰ প্ৰিয়। সেয়ে ঘৰতে শমি গছ ৰোপণ কৰি শনিবাৰে পূজা কৰিব লাগে।

ৰুদ্ৰাক্ষঃ সাত মুখী ৰুদ্ৰাক্ষ পিন্ধাসকলে শনি দেৱৰ ক্ৰোধৰ সন্মুখীন হ’ব নালাগে। গতিকে সাত মুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে বা ঘৰৰ মন্দিৰত ৰাখিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: NilamRudrakhaSani PujaSani Rustrasanidev
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?
জীৱনশৈলী

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা
ভাৰত

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

August 11, 2026
Next Post
কাইলৈ বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ, দান কৰক এই সামগ্ৰী, দূৰ হ’ব কু প্ৰভাৱ

কাইলৈ বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ, দান কৰক এই সামগ্ৰী, দূৰ হ'ব কু প্ৰভাৱ

সকলো কৌতুহলৰ অন্ত, আতিশীয়ে হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

সকলো কৌতুহলৰ অন্ত, আতিশীয়ে হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.