• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিখা শইকীয়াৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ : এহাল দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

শিখা শইকীয়াৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ : এহাল দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

4 years ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

33 minutes ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

44 minutes ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

1 hour ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

2 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

3 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

5 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

5 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

7 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

7 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিখা শইকীয়াৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ : এহাল দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

editor by editor
July 7, 2022
in অপৰাধ, অসম
0
শিখা শইকীয়াৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ : এহাল দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ
0
SHARES
55.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা ২৩ জানুৱাৰীৰ নিশা শিৱসাগৰ কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াই শিৱসাগৰৰ নগৰৰ মাজমজীয়াস্থিত দিখৌ দলঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰা ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিছে৷

শিখা শইকীয়াৰ আত্মহত্যাৰ সন্দৰ্ভত মাতৃয়ে দিয়া গোচৰৰ ভিত্তি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰীক্ষিত গগৈ আৰু ৰৌজি ৰাভা গৈগক৷ ঘটনা সন্দৰ্ভত ৰুজু হোৱা ২৬১/২০২২ নম্বৰৰ গোচৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে অনুসন্ধান চলাই তিনিচুকীয়াৰ এখন বাছৰ পৰা শিৱসাগৰৰ লালীম গাঁৱৰ দম্পতীহালক গ্ৰেপ্তাৰ কৰে৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আত্মহত্যা কৰাৰ পূৰ্বে শিখা শইকীয়াই চুইচাইড নোটত ৰৌজি ৰাভা গগৈৰ নাম লিখি থৈ গৈছিল৷ ৰৌজি গগৈয়ে শিখা শইকীয়াক ৰাজহুৱাভাৱে অপদস্থ কৰাৰ বাবেই তেওঁ আত্মহননৰ পথ বাছি লোৱা বুলি টোকাত উল্লেখ কৰি যোৱাৰ কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে৷

লগতে পঢ়ক দুই ছাত্ৰীক যৌনাংগ প্ৰদৰ্শন অভিনেতা শ্ৰীজিত ৰবিৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

ইয়াৰ পিছতে দম্পতীহালৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু দম্পতীহালে গ্ৰেপ্তাৰ নিশ্চিত বুলি সম্ভেদ পাই যোৱা ১২ দিনে পলাতক হৈ আছিল৷ অৱশেষত আৰক্ষীয়ে ১২ দিনৰ অন্তত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযুক্ত দম্পতীহালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ইফালে আত্মহত্যাৰ পূৰ্বে যোৱা ১৮ জুনত শিখা শইকীয়াই ৰৌজি ৰাভা গগৈৰ বিৰুদ্ধে আমগুৰি থানাত এখন এজাহাৰো দাখিল কৰিছিল। শিখা শইকীয়াই ৰৌজি ৰাভা গগৈয়ে তেওঁক কালুগাঁও স্বাস্থ্য কেন্দ্ৰলৈ গৈ অপদস্থ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল যদিও আৰক্ষীয়ে ব্যৱস্থা লোৱাত পলম কৰাৰ অভিযোগ উঠিছিল।

আনহাতে, শিখা শইকীয়া আৰু নিৰিক্ষীত গগৈৰ মাজত অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰিয়েই ৰৌজি ৰাভা গগৈয়ে অপদস্থ কৰিছিল শিখা শইকীয়াক। আমগুৰি আৰক্ষীয়ে ৰৌজি ৰাভা গগৈৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল যদিও ২৩ জুনৰ নিশা আত্মহত্যা কৰে শিখা শইকীয়াই।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamShikha Saikia suicide case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

March 19, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
Next Post
শ্ৰেণী কোঠাত ছাত্ৰীক প্ৰেম নিবেদন! বহিষ্কাৰ হ’ল শিক্ষক, নিলম্বিত ছাত্ৰীও!

শ্ৰেণী কোঠাত ছাত্ৰীক প্ৰেম নিবেদন! বহিষ্কাৰ হ’ল শিক্ষক, নিলম্বিত ছাত্ৰীও!

এটা সৰু ভুলৰ বাবে বৰ্খাস্ত শিক্ষয়িত্ৰীক, কি ভুলৰ পৰিণাম ভুগিলে ছাৰাই?

এটা সৰু ভুলৰ বাবে বৰ্খাস্ত শিক্ষয়িত্ৰীক, কি ভুলৰ পৰিণাম ভুগিলে ছাৰাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.