• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

4 months ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

4 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

5 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

6 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

7 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

7 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

8 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

8 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

9 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

9 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

10 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

editor by editor
May 17, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!
0
SHARES
514
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত এনে বহু মন্দিৰ আছে, যিসমূহক অতি ৰহস্যময় আৰু অলৌকিক বুলি বিশ্বাস কৰা হয়। এনে এক মন্দিৰ হৈছে ৰাজস্থানৰ ঢোলপুৰৰ প্ৰাচীন অচলেশ্বৰ শিৱ মন্দিৰ। ভক্তসকলৰ মতে, এই মন্দিৰটো প্ৰায় হাজাৰ বছৰ পুৰণি। আগতে ডকাইতৰ ভয়ত ভক্তসকল এই মন্দিৰলৈ অহা নাছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হ’ল। যাৰ বাবে বহু দূৰ-দূৰণিৰ ভক্ত ভোলানাথৰ আশীৰ্বাদ বিচাৰি এই মন্দিৰলৈ আহে। এই মন্দিৰৰ এক বিশেষত্ব আছে।

বিশ্বাস কৰা হয় যে, এই মন্দিৰত থকা শিৱলিংগৰ দিনত ৩ বাৰ ৰং সলনি হয়। হয়, এই শিৱলিংগটো পুৱা ৰঙা হয়, আবেলি কেশৰ ৰঙৰ আৰু ৰাতি ক’লা ৰঙৰ হয়। কিয় এই শিৱলিংগটোৱে দিনত তিনিবাৰ ৰং সলায়, তাৰ উত্তৰ বিজ্ঞানীসকলৰ ওচৰত আজিও নাই। এই সন্দৰ্ভত বহুবাৰ গৱেষণাও কৰা হৈছে।তাৰ পাছতো কিন্তু এই শিৱলিংগটোৰ ৰং সলনি হোৱাৰ ৰহস্য আজিও জানিব পৰা হোৱা নাই। স্থানীয় লোক তথা ভক্তসকলে বিশ্বাস কৰা মতে, এই ৰহস্যময় শিৱলিংগটো দৰ্শন কৰিল মনৰ আশা আৰু জীৱনৰ সকলো সমস্যা দূৰ হয়।

তদুপৰি, অবিবাহিতসকলে এই মন্দিৰত সেৱা ল’লে তেওঁলোকৰ বিবাহত থকা বাধাসমূহ দূৰ হয় আৰু পছন্দৰ জীৱন সংগী লাভ কৰে বুলিও বিশ্বাস কৰা হয়। সোমবাৰে এই শিৱলিংগত হাজাৰ-হাজাৰ ভক্তই পানী আগবঢ়ায়। আনহাতে, যদি এগৰাকী অবিবাহিত ছোৱালীয়ে ১৬ সোমবাৰে ইয়াত পানী আগবঢ়ায়, তেন্তে তেওঁ হেনো আকাংক্ষিত জীৱন সংগী লাভ কৰে। ভক্তসকলে দাবী কৰা মতে, এই শিৱলিংগটোৰ চাৰিওফালে প্ৰায় দহ ফুট দীঘল এটা সাপ থাকে।কিন্তু এই সাপটোয়ে কাৰো একো অনিষ্ট নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.