• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি জঘন্য! ৰক্ষা নপৰিল বন্যপ্ৰাণী গুঁই, চাৰি লোকে কৰিলে উপৰ্যুপৰি গণধৰ্ষণ

কি জঘন্য! ৰক্ষা নপৰিল বন্যপ্ৰাণী গুঁই, চাৰি লোকে কৰিলে উপৰ্যুপৰি গণধৰ্ষণ

4 years ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

19 minutes ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

55 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

2 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

17 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

18 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

18 hours ago
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কি জঘন্য! ৰক্ষা নপৰিল বন্যপ্ৰাণী গুঁই, চাৰি লোকে কৰিলে উপৰ্যুপৰি গণধৰ্ষণ

editor by editor
April 14, 2022
in অপৰাধ, ভাৰত
0
কি জঘন্য! ৰক্ষা নপৰিল বন্যপ্ৰাণী গুঁই, চাৰি লোকে কৰিলে উপৰ্যুপৰি গণধৰ্ষণ
0
SHARES
511
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি জঘন্য! মানুহৰ বিকৃত যৌন কামনাৰ পৰা এইবাৰ ৰক্ষা নাপালে এটা নিমাখিত বন্যপ্ৰাণীয়ে৷ হয়, বন্যপ্ৰাণী এটা গুঁইক চাৰিজন লোকে গণধৰ্ষণ কৰাৰ দৰে এক গুৰুতৰ ঘটনা পোহৰলৈ আহিছে৷

ঘটনাৰ বিৱৰণীৰ মতে চাৰিজন লোক ক্ৰমে সন্দীপ টুকাৰাম পাৱাৰ, মংগেশ কামটেকাৰ, অক্ষয় কামটেকাৰ আৰু ৰমেশ ঘাগে মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাৰ চাহিদ্ৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বন্দুক লৈ বিনা অনুমতিত প্ৰৱেশ কৰে৷ উল্লেখ্য যে মহাৰাষ্ট্ৰৰ চাহিদ্ৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখন ৰাজ্যখনৰ সাতৰাস, সংগ্লী, কুলহপুৰ আৰু ৰত্নগিৰি এই চাৰিখন জিলালৈকে পৰিব্যাপ্ত হৈ আছে৷

সংৰক্ষিত বনাঞ্চলত বন্যপ্ৰাণী চিকাৰ বাবে প্ৰৱেশ কৰাৰ সন্দেহত আটাইকেইজন লোককে বনৰক্ষীয়ে আটক কৰে৷ সংৰক্ষিত ব্যাঘ্ৰ বনাঞ্চলখনৰ চান্দুলী ৰাষ্ট্ৰীয় উদ্যানৰ নিষিদ্ধ এলেকাৰ পৰা বনৰক্ষীয়ে লোককেইজনক আটক কৰি জেৰা চলোৱাৰ সময়তহে পোহৰলৈ আহে সভ্য মানুহক হচকিত কৰিব তুলিব পৰা এই ঘটনাটো৷

লগতে পঢ়ক ৰণবীৰ-আলিয়াৰ বিবাহ : কেই বজাত সম্পন্ন হ’ব হাই প্ৰফাইল এই বিবাহ?

বনৰক্ষীয়ে ধৃত লোককেইগৰাকীৰ মোবাইল ফোনসমূহ পৰীক্ষা কৰোতে এজনৰ মোবাইলত এক ভয়ংকৰ ভিডিঅ’ প্ৰত্যক্ষ কৰে৷ বনাঞ্চলৰ কৰ্তৃপক্ষ প্ৰকাশ কৰা অনুসৰি এজন লোকৰ মোবাইলৰ উক্ত ভিডিঅ’টোত চাৰিজন লোকে এটা গুঁইক দলৱদ্ধভাৱে ধৰ্ষণ কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰে৷ ইয়াৰ পিছতে ধৃত লোককেইজনে এই কাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে৷ ইতিমধ্যে চাৰিওজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷

ইফালে সংৰক্ষিত বনাঞ্চলখনৰ চিচিটিভি পৰীক্ষা কৰোতে বনৰক্ষীয়ে লোককেইজনে বনাঞ্চলখনত প্ৰৱেশ কৰাৰ দৃশ্যও বন্দী হৈ থকা প্ৰত্যক্ষ কৰিছে৷ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে লোককেইজনে কঙ্কনৰ পৰা বন্যপ্ৰাণী চিকাৰ কৰিবলৈ চান্দ’লি ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছিল৷

লগতে পঢ়ক বিষাক্ত কাঠফুলা ভক্ষণ : ৰাজ্যত শিশুসহ ১৩ গৰাকী লোকৰ কৰুণ মৃত্যু

‘‘আমি সকলোবৰো তথ্য প্ৰমাণ সংগ্ৰহ কৰি আছো আৰু তেওঁলোকক বনবিভাগক চমজাই দিম যাতে তেওঁলোকে জামিনত মুকলি হৈ আহিব নোৱাৰে৷’’ উদ্যানখনৰ কৰ্তৃপক্ষই সংবাদ সংস্থা পিটিআইক কয়৷

ইফালে চাহিদ্ৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক নানাচাহেব লাড়কটে অভিযুক্ত লোককেইজনৰ বিৰুদ্ধে বন্যপ্ৰাণী জীৱন(সুৰক্ষা) আইন, ১৯৭২ৰ অধীনৰ বভিন্ন ধাৰাত গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি প্ৰকাশ কৰিছে৷

উল্লেখ্য যে গুঁই বন্যপ্ৰাণী জীৱন (সুৰক্ষা) আইন, ১৯৭২ৰ আওতাত পৰে৷ এই আইনৰ আওতাত পৰা যিকোনো বন্যপ্ৰাণীৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধ প্ৰমাণ হ’লে দোষীক অতি কমেও সাত বছৰৰ কাৰাদণ্ড বিহাৰ বিধান আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBengal monitor lizardBengal monitor lizard rapedbest news channel in assamBest news channel of assamBest News Portal in Assamfour men raped Bengal monitor lizard
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা
ভাৰত

Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা

April 2, 2026
HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ
জীৱনশৈলী

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

April 2, 2026
সাৱধান, পানকাৰ্ড সম্পৰ্কিত এইসমূহ ভুল কৰিলেই মহাবিপদ, জৰিমনা ১০ হাজাৰ টকা
জীৱনশৈলী

সাৱধান, পানকাৰ্ড সম্পৰ্কিত এইসমূহ ভুল কৰিলেই মহাবিপদ, জৰিমনা ১০ হাজাৰ টকা

April 2, 2026
Next Post
লাভ কৰক ডাটাৰ ছুমানি! ৩৬৫ দিনলৈ দৈনিক ২ জিবি ডাটা মাত্ৰ ৪ টকাত

লাভ কৰক ডাটাৰ ছুমানি! ৩৬৫ দিনলৈ দৈনিক ২ জিবি ডাটা মাত্ৰ ৪ টকাত

‘বেষ্ট আৰু ফাইনেল অফাৰ,’ ৪১ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিব এলন মাস্কে!

‘বেষ্ট আৰু ফাইনেল অফাৰ,’ ৪১ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিব এলন মাস্কে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.