• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অ’ই ৰাম ‘কিয়াৰা-সিদ্ধাৰ্থ’ৰ বিয়াহে! পুনৰ মিলনৰ পিছত বিয়াৰ প্ৰস্তুতি সম্পূৰ্ণপ্ৰায়!

4 years ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

3 hours ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

4 hours ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

5 hours ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

6 hours ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

8 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

9 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অ’ই ৰাম ‘কিয়াৰা-সিদ্ধাৰ্থ’ৰ বিয়াহে! পুনৰ মিলনৰ পিছত বিয়াৰ প্ৰস্তুতি সম্পূৰ্ণপ্ৰায়!

editor by editor
June 10, 2022
in চিনেমা, ভাৰত
0
অ’ই ৰাম ‘কিয়াৰা-সিদ্ধাৰ্থ’ৰ বিয়াহে! পুনৰ মিলনৰ পিছত বিয়াৰ প্ৰস্তুতি সম্পূৰ্ণপ্ৰায়!
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ জনপ্ৰিয় প্ৰেমিক যুগল সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিচ্ছেদে অনুৰাগীসকলক অত্যন্ত হতাশ কৰিছিল৷ শ্বেৰশ্বাহত অভিনয় কৰা প্ৰেমিকযুগলক প্ৰায়ে কেমেৰাত বন্দী কৰে সাংবাদিকে।

সেয়েহে, তেওঁলোকৰ বিচ্ছেদৰ খবৰে সকলোকে হতবাক কৰি তুলিছিল। অৱশ্যে, সিদ্ধাৰ্থ আৰু কিয়াৰাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল৷

এক বিশেষ সূত্ৰ অনুসৰি কিয়াৰা আৰু সিদ্ধাৰ্থৰ অত্যন্ত ঘনিষ্ঠ কৰণ জোহৰ প্ৰেমিকযুগলৰ বিচ্ছেদৰ বাতৰিটোত বৰ সুখী নহয়৷ সেয়েহে কৰণে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ মাজত অহা সমস্যা সমাধান কৰাৰ সিদ্ধান্ত লৈছে। যাৰ পৰি প্ৰেক্ষিতত পুনৰ কিয়াৰা আৰু সিদ্ধাৰ্থই এজনে আনজনক পুনৰ এবাৰ বুজিবলৈ চেষ্টা কৰিছে।

লগতে পঢ়ক কথমপি প্ৰাণৰক্ষা অভিনেতা চলমান খানৰ : শ্বাৰ্পশ্বুটাৰেৰে হত্যাৰ পৰিকল্পনা ফাদিল

ইফালে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বন্ধন এতিয়া আগৰ তুলনাত অধিক শক্তিশালী। গতিকে বিয়াৰ কথাও ভাবিছে তেওঁলোকে৷ অৱশ্যে এই মুহূৰ্তত প্ৰেমিকযুগল গতানুগতিক কামত ব্যস্ত৷

আনহাতে কিয়াৰা আদৱানীয়ে তেওঁৰ শেহতীয়া চলচ্চিত্ৰ ভুল ভুলিয়া 2-ত সফলতা লাভ কৰিছে৷ অভিনেত্ৰীগৰাকীয়ে কাৰ্তিক আৰ্য়ানৰ সৈতে অভিনয় কৰিছে ছবিখনত।

লগতে পঢ়ক ভাত খাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ! ভাত খালেও বৃদ্ধি নহয়, মানি চলক এই নিয়ম… 

তেওঁলোকৰ চলচ্চিত্ৰখনে বক্স অফিচত অভূতপূৰ্ব সফলতাও লাভ কৰিছে। কিয়াৰাৰ আহিবলগীয়া ছবি হৈছে “গোবিন্দ নাম মেৰা” আৰু “জুগ জুগ জীয়ো”৷

সমান্তৰালভাৱে সিদ্ধাৰ্থে ৰোহিত চেট্টীৰ ৱেব চিৰিজ, ভাৰতীয় আৰক্ষী বাহিনীৰ সৈতে অ’টিটিত আত্মপ্ৰকাশ কৰিব। অভিনেতাজনক যোধা, মিশ্যন মজনুতো দেখা যাব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambollywood actorbollywood actresskiara advanisidharth malhotra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ
জীৱনশৈলী

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

January 15, 2026
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
বিবিধ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

January 15, 2026
Next Post
বিয়াৰ দুদিনৰ পিছতে বিপদত নয়নতৰা! আইনী সমস্যাত দক্ষিণৰ অভিনেত্ৰীগৰাকী!

দুঃচিন্তা অন্ত পৰিব নেকি গাঞ্জাপায়ীৰ! বৈধ কৰা হ’ল ভাং খেতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন