• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মাষ্টমীৰ পাছত দেওবাৰে ৰাধাষ্টমী, জানক কেনেকৈ ৰাধাৰাণীৰ পূজা কৰিব?

জন্মাষ্টমীৰ পাছত দেওবাৰে ৰাধাষ্টমী, জানক কেনেকৈ ৰাধাৰাণীৰ পূজা কৰিব?

7 months ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

7 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

7 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

7 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

8 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

8 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

9 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

9 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

9 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

10 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

10 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

11 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মাষ্টমীৰ পাছত দেওবাৰে ৰাধাষ্টমী, জানক কেনেকৈ ৰাধাৰাণীৰ পূজা কৰিব?

জন্মাষ্টমীৰ পাছত দেওবাৰে ৰাধাষ্টমী, জানক কেনেকৈ ৰাধাৰাণীৰ পূজা কৰিব?

editor by editor
August 30, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জন্মাষ্টমীৰ পাছত দেওবাৰে ৰাধাষ্টমী, জানক কেনেকৈ ৰাধাৰাণীৰ পূজা কৰিব?
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৃষ্ণ জন্মাষ্টমীৰ ১৫ দিনৰ পাছতেই পালিত হয় ৰাধাষ্টমী৷ বিগত ১৬ আগষ্টত দেশজুৰি ধুমধামেৰে পালিত হৈছিল কৃষ্ণ জন্মাষ্টমী৷ দেওবাৰ ৩১ আগষ্টত পালিত হব ৰাধাষ্টমী অৰ্থাৎ ৰাধাৰ জন্মতিথি৷ পঞ্জিকা অনুসৰি প্ৰতিবছৰে ভাদ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত পালিত হয় ৰাধাষ্টমী৷ কৃষ্ণ জন্মাষ্টমীৰ পাছতেই ৰাধাষ্টমীও দেশজুৰি ধুমধামেৰে পালিত হয়৷ বিশেষকৈ মথুৰা, বৃন্দাবনত ৰাধাষ্টমীক লৈ বিশেষ উন্মাদনা দেখা যায়৷ ৰাধাষ্টমী যিসকলে পালন কৰে তেওঁলোকে দিনজুৰি উপবাসে থাকি ৰাধা কৃষ্ণৰ পূজা কৰে৷

ৰাধাষ্টমী ২০২৫তাৰিখ আৰু শুভ সময়

পঞ্জিকা অনুসৰি কৃষ্ণ জন্মাষ্টমীৰ ঠিক ১৫ দিনৰ পাছত ভাদ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত পালিত হয় ৰাধাষ্টমী৷ এই বছৰ ৰাধাষ্টমী পৰিছে শনিবাৰ ৩০ আগষ্ট ২০২৫৷ আজি নিশা ৮ বাজি ৯ মিনিটত অষ্টমী আৰম্ভ হব আৰু অষ্টমী থাকিব দেওবাৰ ৩১ আগষ্টৰ নিশা ১০ বাজি ৮ মিনিট পৰ্যন্ত৷ উদয়া তিথি অনুসৰি ৰাধাষ্টমী পালিত হব দেওবাৰে৷ বিয়লি ১২ টাৰ পাছত ৰাধাষ্টমী পূজা কৰাৰ উপযুক্ত সময় থাকিব৷

ৰাধাষ্টমীৰ পূজা বিধি

ৰাধাষ্টমীৰ পুৱা বিচনা এৰক৷ তাৰপিছতেই গা ধুই পৰিষ্কাৰ পোছাক পিন্ধি উপবাসে থাকক৷ সকলোৰে পূৰ্বে গণেশৰ পূজা কৰক৷ তাৰপিছত ৰাধাৰাণীৰ পূজাৰ ব্যৱস্থা কৰক৷ তাম বা মাটিৰ কলহৰ ঘট বহুৱাওক৷ ইয়াৰ ওপৰত ৰাধাৰাণীৰ ছবি বা মূৰ্তি বহুৱাই পঞ্চামৃত দি স্নান কৰাওক৷ ইয়াৰপাছতেই প্ৰসাধন কৰোৱাই ফুল, প্ৰসাধন সামগ্ৰী, ফল, মিঠাইৰে পূজা কৰক৷ শ্ৰী ৰাধাৰ মন্ত্ৰ জপ কৰক৷ শেষত আৰতি কৰক আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰসাদ বিতৰণ কৰক৷
ৰাধাষ্টমীৰ মাহাত্ম্য

ৰাধাৰাণী আছিল শ্ৰীকৃষ্ণৰ প্ৰাণাধিক প্ৰিয়৷ ৰাধাই আছিল কৃষ্ণৰ সমস্ত শক্তিৰ উৎস৷ ৰাধা অবিহনে কৃষ্ণ অসম্পূৰ্ণ আৰু কৃষ্ণ অবিহনে ৰাধাও অসম্পূৰ্ণ৷ দ্বাপৰ যুগৰ পৰা কলিযুগ আহিলেও ৰাধাৰ নাম সকলোসময়তে কৃষ্ণৰ আগত লোৱা হয়৷ ইয়াৰ পৰাই শ্ৰীকৃষ্ণৰ জীৱনত ৰাধাৰ গুৰুত্ব অনুধাৱন কৰিব পাৰি৷ কৃষ্ণ জন্মাষ্টমীৰ পাছতেই ৰাধাষ্টমীত উপবাসে থাকি পূজা কৰিলে দাম্পত্য জীৱনত সুখ বাঢ়ে৷ কোৱা হয় আপুনি যদি জন্মাষ্টমীৰ উপবাসৰ সম্পূৰ্ণ ফল লাভ কৰিব খোজে তেন্তে ৰাধাষ্টমীতো উপবাস কৰা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
Next Post
চাৰে সাতি দশা চলি থকাৰ সময়ত ভুলতো সোণৰ গহনা নিপিন্ধিব, শনিৰ ৰোষত আহিব পাৰে এইসমূহ বিপদ

চাৰে সাতি দশা চলি থকাৰ সময়ত ভুলতো সোণৰ গহনা নিপিন্ধিব, শনিৰ ৰোষত আহিব পাৰে এইসমূহ বিপদ

বিশ্বকৰ্মা পূজাতেই ৫ ৰাশিৰ ভাগ্যত লটাৰীযোগ! কোন কোন ৰাশিৰ ভাল দিনৰ আৰম্ভণি হ’ব?

বিশ্বকৰ্মা পূজাতেই ৫ ৰাশিৰ ভাগ্যত লটাৰীযোগ! কোন কোন ৰাশিৰ ভাল দিনৰ আৰম্ভণি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.