• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

4 months ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

8 minutes ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

38 minutes ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

1 hour ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

2 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

3 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

3 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

21 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

21 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

22 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

22 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

22 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

editor by editor
April 25, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৃত্যু জীৱনৰ এক কঠিন কিন্তু ধ্ৰুৱ সত্য৷ এজন মানুহে যেতিয়া জীৱনৰ একেবাৰে শেষ পৰ্যায়ত যায় তেতিয়াই শৰীৰে ধীৰে ধীৰে কিছু বিশেষ সংকেত দিবলৈ আৰম্ভ কৰে৷ চিকিৎসাবিদসকলৰ মতে মৃত্যুৰ প্ৰায় ২৪ ঘণ্টা পূৰ্বে কিছু সাধাৰণ লক্ষণ দেখা যায়৷ এই লক্ষণসমূহ জানিলে পৰিয়ালৰ মানুহো কিছু মানসিকভাৱে প্ৰস্তুত হব পাৰে আৰু ৰোগীৰ কাষত আৰু ভালধৰণে থাকিবলৈ সুযোগো লাভ কৰে৷

প্ৰথম লক্ষণ হৈছে শ্বাস প্ৰশ্বাসৰ পৰিবৰ্তন৷ মৃত্যুৰ কাষ চাপোতে শ্বাহ লোৱাৰ সময় ধীৰে ধীৰে অনিয়মিত হবলৈ ধৰে৷ কেতিয়াবা খুবেই ধীৰে ধীৰে শ্বাস চলে আৰু কেতিয়াবা কেইবাছেকণ্ডৰ বাবে শ্বাস বন্ধ হৈ যোৱাৰ দৰে হয়৷ আকৌ শ্বাস আৰম্ভ হয়৷ বহুসময়ত ডিঙিৰ ভিতৰত জমা হৈ থকা কফৰ কাৰণে অদ্ভুত শব্দও শুনা যায়৷ ইয়াক বহুতেই ডেথ ৰেটল বুলি জানে৷ শুনিবলৈ অদ্ভুত লাগিলেও এয়া সকলো সময়তে ৰোগীৰ কষ্টৰ কাৰণ নহয়৷

দ্বিতীয় লক্ষণ হৈছে শৰীৰ ঠাণ্ডা হৈ যোৱা আৰু চালৰ ৰং সলনি হৈ যোৱা৷ মৃত্যুৰ পূৰ্বে শৰীৰত ৰক্তৰ চলাচল কমিবলৈ আৰম্ভ কৰে৷ ইয়াৰ ফলত হাত ভৰি ঠাণ্ডা হৈ যায়৷ ছাল নীলা হৈ পৰে বা শেঁতা যেন হৈ পৰে৷ দাগ দাগো দেখা যায়৷

বিশেষকৈ হাত, ভৰি, আঙুলি আৰু ওঁঠতো পৰিবৰ্তন দেখা যায়৷ বহু সময়ত পৰিয়ালে এই পৰিবৰ্তন দেখি বুজিব পাৰে যে শৰীৰ ধীৰে ধীৰে বন্ধ হৈ আহিছে৷ তৃতীয় লক্ষণ হৈছে সাৰ পোৱাৰ সময় কমি অহা৷ মানুহজনে বেছিকৈ শুবলৈ ধৰে৷ কথা কোৱা কমাই দিয়ে আৰু আশেপাশে থকা মানুহৰ সৈতে যোগাযোগ প্ৰায় বন্ধ কৰি দিয়ে৷ বহু সময়ত তেওঁ অন্যৰ মাতত ৰেচপন্সো নিদিয়া হয়৷

মৃত্যুৰ কাষলৈ আহিলে খোৱাবোৱা কমি যায় পানী খোৱাতো অসুবিধা হয়৷ গিলিবলৈ সমস্যা হব পাৰে৷ চিকিৎসকৰ মতে ই শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়া কাৰণ তেতিয়া শৰীৰে পূৰ্বৰ দৰে কাম কৰিব নোৱাৰে৷ ইয়াৰোপৰি বহু সময়ত প্ৰস্ৰাৱ কমি যায় দুৰ্বলতা ইমানেই বাঢ়ে যে বিচনাৰ পৰা ওঠা সম্ভৱ নহয়৷ শৰীৰ সম্পূৰ্ণৰূপে বিশ্ৰামৰ ফালে গতি কৰে৷

বিশেষজ্ঞই কয়, এই সময়ত ৰোগীৰ কাষ শান্ত কৰি ৰখাটো খুবেই জৰুৰী৷ জোৰ কৰি খোৱাবোৱা বা অযথা ভয় খোৱাৰ কাৰণ নাই৷ শান্তভাৱে কথা পাতক আৰু কাষত থাকক সেই অনুভূতি দিয়াটো খুবেই জৰুৰী৷ মনত ৰাখিব সকলো মানুহৰ ক্ষেত্ৰত একেই লক্ষণ একেভাৱে দেখা নাযায়৷ কাৰোবাৰ ক্ষেত্ৰত কিছু লক্ষণ বেছি স্পষ্ট হয় আৰু কাৰোবাৰ ক্ষেত্ৰত কম দেখা যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই
প্ৰযুক্তি

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
ভাৰত

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

September 4, 2026
Next Post
অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?

অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.