• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোহিত শৰ্মাৰ বিশ্ব ৰেকৰ্ড ভংগ কৰি নতুন অভিলেখ ৰচিলে এইগৰাকী খেলুৱৈয়ে

ৰোহিত শৰ্মাৰ বিশ্ব ৰেকৰ্ড ভংগ কৰি নতুন অভিলেখ ৰচিলে এইগৰাকী খেলুৱৈয়ে

1 year ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

3 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

4 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

5 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

5 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

6 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

6 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

7 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

8 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

8 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

9 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

10 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰোহিত শৰ্মাৰ বিশ্ব ৰেকৰ্ড ভংগ কৰি নতুন অভিলেখ ৰচিলে এইগৰাকী খেলুৱৈয়ে

editor by editor
October 23, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত, লেখা
0
ৰোহিত শৰ্মাৰ বিশ্ব ৰেকৰ্ড ভংগ কৰি নতুন অভিলেখ ৰচিলে এইগৰাকী খেলুৱৈয়ে
0
SHARES
250
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰোহিত শৰ্মাৰ বিশ্ব ৰেকৰ্ড ভংগ কৰি নতুন অভিলেখ ৰচিলে এইগৰাকী খেলুৱৈয়ে

জিম্বাবুৱে বনাম গাম্বিয়া টি-২০ খেলখনত এক অভিলেখৰ সৃষ্টি হৈছে। পুৰুষৰ টি-২০ বিশ্বকাপৰ আফ্ৰিকা কোৱালিফায়াৰ প্ৰতিযোগিতাত প্ৰথমে বেটিং কৰা জিম্বাবুৱেই নিৰ্ধাৰিত ২০ অভাৰত ৩৪৪ ৰান সংগ্ৰহ কৰে। এই খেলখনত জিম্বাবুৱেৰ ৩ জন বেটছমেনে পঞ্চাশ ৰান আৰু ছিকন্দৰ ৰজাই শতক অৰ্জন কৰে।

আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত এই শতকেৰে ছিকন্দৰে আটাইতকৈ দ্ৰুততম শতক অৰ্জন কৰাৰ ৰেকৰ্ড গঢ়ে। যাৰ ফলত ভাৰতৰ ৰোহিত শৰ্মাৰ দ্ৰুততম শতকৰ অভিলেখ ভংগ হৈ পৰে।

জিম্বাবুৱেৰ ইনিংছৰ ৮নম্বৰ অভাৰত বেটিং কৰিবলৈ ক্ৰীজলৈ আহিছিল ছিকন্দৰ ৰজা। প্ৰথম ৭ অভাৰত দলটোৰ স্ক’ৰ ১১৫ ৰান হৈছিল আৰু তাৰ পিছত ছিকন্দৰে ধুমুহাগতিৰে বেটিং কৰে। গাম্বিয়াৰ বলাৰক থ্ৰেছ কৰি মাথো ২০টা বলতে পঞ্চাশ ৰান সম্পূৰ্ণ কৰে।

যদিও পৰৱৰ্তী ১৩টা বলত পৰৱৰ্তী ৫০ ৰান সংগ্ৰহ কৰিছিল। এইদৰে ছিকন্দৰে মাত্ৰ ৩৩টা বলতে শতক সম্পূৰ্ণ কৰি টি-২০ ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক দ্ৰুততম শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হয়।

ৰোহিত শৰ্মা আৰু ডেভিদ মিলাৰৰ দৰে খেলুৱৈৰো নাম এই তালিকাত আছে, দুয়োজনে টি-২০ মেচত ৩৫টা বলত শতক অৰ্জন কৰিছে। কিন্তু চিকন্দৰ ৰাজাই এতিয়া মাথো ৩৩টা বলত শতক সম্পূৰ্ণ কৰি তালিকাৰ শীৰ্ষত আছে।

দ্ৰুততম শতক অৰ্জন কৰা বেটছমেনৰ তালিকা-
ছিকন্দৰ ৰ জা- ৩৩ বলত ১০০
ৰোহতি শৰ্মা- ৩৫ বলত শতক
ডিভেড মিলাৰ ৩৫ বলত শতক
জনছন চাৰ্লছ- ৩৯ টা বলত শতক
সঞ্জু ছেমচন- ৪০ বলত শতক

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketFastest 100rohit sarmaSikandar RajaT 20 Fastest 100world record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
মহাৰাষ্ট্ৰত মহাশক্তি! একেলগে কংগ্ৰেছ, উদ্ধৱ থাকৰে আৰু শৰদ পাৱাৰৰ দলে ভগাই লব আসন

মহাৰাষ্ট্ৰত মহাশক্তি! একেলগে কংগ্ৰেছ, উদ্ধৱ থাকৰে আৰু শৰদ পাৱাৰৰ দলে ভগাই লব আসন

দৈনিক ৰাশিফল- আজি আহোই অষ্টমীৰ শুভ ক্ষণত শুভ সংবাদ কঢ়িয়াই আনিব কেইবাটাও ৰাশিৰ বাবে

দৈনিক ৰাশিফল- আজি আহোই অষ্টমীৰ শুভ ক্ষণত শুভ সংবাদ কঢ়িয়াই আনিব কেইবাটাও ৰাশিৰ বাবে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.