• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ সহ গায়িকা ছুইটি দাসে আনিছে কেইবাটাও বিস্ফোৰক অভিযোগ, শ্যামকাণু মহন্তক কিয় বেয়া পাইছিল জুবিন গাৰ্গে?

জুবিন গাৰ্গৰ সহ গায়িকা ছুইটি দাসে আনিছে কেইবাটাও বিস্ফোৰক অভিযোগ, শ্যামকাণু মহন্তক কিয় বেয়া পাইছিল জুবিন গাৰ্গে?

12 months ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

2 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

2 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

3 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

3 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

3 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

4 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

5 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

7 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

8 hours ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিন গাৰ্গৰ সহ গায়িকা ছুইটি দাসে আনিছে কেইবাটাও বিস্ফোৰক অভিযোগ, শ্যামকাণু মহন্তক কিয় বেয়া পাইছিল জুবিন গাৰ্গে?

জুবিন গাৰ্গৰ সহ গায়িকা ছুইটি দাসে আনিছে কেইবাটাও বিস্ফোৰক অভিযোগ, শ্যামকাণু মহন্তক কিয় বেয়া পাইছিল জুবিন গাৰ্গে?

editor by editor
September 22, 2025
in জীৱনশৈলী
0
জুবিন গাৰ্গৰ সহ গায়িকা ছুইটি দাসে আনিছে কেইবাটাও বিস্ফোৰক অভিযোগ, শ্যামকাণু মহন্তক কিয় বেয়া পাইছিল জুবিন গাৰ্গে?
0
SHARES
10.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গৰ সহ গায়িকা ছুইটি দাসে আনিছে কেইবাটাও বিস্ফোৰক অভিযোগ। মেনেজমেণ্টৰ গাফিলতিৰ বাবেই জুবিন গাৰ্গৰ মৃত্যু হল বুলি দাবী কৰিছে ছুইটি দাসে। ছুইটি দাসে কৈছে-

‘জুবিন গাৰ্গ সম্পৰ্কে যি বিতৰ্ক চলি আছে মইয়ো সেই বিষয়ে কিছু কথা কব খুজিছো। জুবিন গাৰ্গেও শ্যামকাণু মহন্তক বেয়া পায়। জুবিন দাই কয়েই থাকে সি আৰ্টিষ্টক শুহি খায়। নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত দি প্ৰাপ্য ধন নিদিয়ে। জুবিন দাই সেয়ে ৰঙালীত জানি বুজিয়েই খেলিমেলি কৰিছিল। আগতেই জুবিন দাই কৈছিল, এইবাৰ শ্যামকাণুক দি আছো। খং উঠিলে জুবিন দাই মদ খাই উদ্ভণ্ডালি কৰেই। ৰঙালীতো সেয়ে গেটত গোৰ মাৰি আহিছিল। তাৰপিছত জুবিন দাই আকৌ পিছদিনা ৰঙালীলৈ যায়। কাৰণ তেওঁৰ ৰৈ ৰৈ বিনালেৰ শ্বুটিংৰ কিছু কাম আছিল। কিন্তু জুবিন দাই মুঠেও ভালপোৱা নাছিল শ্যামকাণু মহন্তক।

নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন দা নিজৰ ইচ্ছাৰেই গৈছে নে তেওঁক লৈ যোৱা হৈছে সেইটো এতিয়া কোনে কব। জুবিন গাৰ্গে কেৱল ফুৰিবলৈ গলে নিজেই কেতিয়াও নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰচাৰ কৰি ফেছবুকত লাইভ নাহিল হেতেন। শ্যামকানু মহন্তই এতিয়া কথা সলাই লাভ নাই। জুবিন গাৰ্গ মেনেজমেণ্ট আগৰ পৰাই বিফল। সিদ্ধাৰ্থ শৰ্মা আগৰে পৰাই অসভ্য, অভদ্ৰ। ছোৱালী আৰ্টিষ্টক আগৰ পৰাই ৰাস্তাত পৰি থকা সামগ্ৰী টাইপ ব্যৱহাৰ কৰে। সিদ্ধাৰ্থই চিধাই কয় মই কেৱল জুবিন গাৰ্গক চিনি পাওঁ নিজৰটো নিজেই চাবি। সিদ্ধাৰ্থ শৰ্মা আগৰ পৰাই বিফল মেনেজাৰ। জুবিন গাৰ্গ ৰোগীয়া মানুহ জানিও তেওঁলোকে কোনো যত্ন ললে। জুবিন দাক তেওঁলোকে কোনো যত্ন নললে। এয়া মেনেজমেণ্টৰ বিফলতা।’

জুবিনৰ মৃত্যুৰ আগদিনা দুপৰ নিশালৈ মদ খাইছিল মেনেজাৰ সিদ্ধাৰ্থে। হোৱাটচএপত মদ খোৱাৰ ফটো দি ENJOY কৰি আছিল। মেনেজাৰে অকণমানো দায়িত্ব পালন কৰা নাছিল জুবিন দাৰ। সিদ্ধাৰ্থহঁতৰ চূড়ান্ত গাফিলতিৰ বাবেই মৃত্যু হ’ল জুবিন গাৰ্গৰ। জুবিন দাৰ লগত থকা মানুহ কেইটা চূড়ান্ত অংহকাৰী। শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ অৱহেলাৰ বাবেই মৃত্যু হ’ল জুবিন দাৰ। জুবিন গাৰ্গৰ সহ গায়িকা ছুইটী দাসে উদঙালে বিস্ফোৰক তথ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!
জীৱনশৈলী

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

September 8, 2026
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই
জীৱনশৈলী

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

September 8, 2026
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি
জীৱনশৈলী

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

September 8, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

September 8, 2026
Next Post
ৰঙা চন্দনেৰে সৎকাৰ কৰা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ! বিনামূলীয়াকৈ ডিমৰীয়াৰ কেইবাগৰাকীও লোকে আগবঢ়াইছে ৰঙা চন্দন

ৰঙা চন্দনেৰে সৎকাৰ কৰা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ! বিনামূলীয়াকৈ ডিমৰীয়াৰ কেইবাগৰাকীও লোকে আগবঢ়াইছে ৰঙা চন্দন

আপুনি নিজে আহি দেখুৱাই দিয়ক,কিদৰে সুকলমে জুবিনদাৰ পাৰ্থিৱ শৰীৰটো হেলিকপ্টাৰত উঠাব পাৰি। আমি হেলিকপ্টাৰ ৰেডী ৰাখিম, অখিল গগৈক কিয় উভতি ধৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

আপুনি নিজে আহি দেখুৱাই দিয়ক,কিদৰে সুকলমে জুবিনদাৰ পাৰ্থিৱ শৰীৰটো হেলিকপ্টাৰত উঠাব পাৰি। আমি হেলিকপ্টাৰ ৰেডী ৰাখিম, অখিল গগৈক কিয় উভতি ধৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.