• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিমাহে SIPত ৩০,০০০ কৈ বিনিয়োগ কৰিছে? ৫ বছৰৰ পাছত কিমান টকা ৰিটাৰ্ণ পাব?

প্ৰতিমাহে SIPত ৩০,০০০ কৈ বিনিয়োগ কৰিছে? ৫ বছৰৰ পাছত কিমান টকা ৰিটাৰ্ণ পাব?

8 months ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

10 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

10 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

11 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

11 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

11 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

12 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

12 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

12 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

13 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

14 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

14 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিমাহে SIPত ৩০,০০০ কৈ বিনিয়োগ কৰিছে? ৫ বছৰৰ পাছত কিমান টকা ৰিটাৰ্ণ পাব?

প্ৰতিমাহে SIPত ৩০,০০০ কৈ বিনিয়োগ কৰিছে? ৫ বছৰৰ পাছত কিমান টকা ৰিটাৰ্ণ পাব?

editor by editor
August 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
প্ৰতিমাহে SIPত ৩০,০০০ কৈ বিনিয়োগ কৰিছে? ৫ বছৰৰ পাছত কিমান টকা ৰিটাৰ্ণ পাব?
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেনত বা মিউচুৱেল ফাণ্ডত বিনিয়োগ অন্যতম সহজ আৰু শৃংখলাবদ্ধ পদ্ধতি হিচাপে জনপ্ৰিয় হৈ উঠিছে৷ নিৰ্দিষ্ট মাহিলী অবদানৰ মাধ্যমেৰে আপুনি সময়ৰ লগে লগে এটা বৃহৎ মূলধন গঢ়ি তুলিব পাৰে৷ যাৰ আঁৰত কাম কৰে চক্ৰবৃদ্ধি সুদৰ জাদুৱে৷ যদি আপুনি প্ৰতিমাহে ৩০,০০০ টকাকৈ আৰু ৫ বছৰ বা ১০ বছৰ বিনিয়োগ কৰে তেতিয়া ঠিক কিমান সম্পদ আপুনি গঢ়ি তুলিব পাৰিব?

SIP কেলকুলেটৰ কি?

SIP কেলকুলেটৰ এটা অনলাইন টুল, যিয়ে আপোনাৰ বিনিয়োগৰ ভৱিষ্যৎ মূল্য অনুমান কৰাত সহায় কৰে আৰু কিছু নিৰ্দিষ্ট তথ্যৰ ভিত্তিত৷

মাহিলী বিনিয়োগৰ পৰিমাণ

বিনিয়োগৰ সময়কাল, প্ৰত্যাশিত বাৰ্ষিক ৰিটাৰ্ণ হিচাপ কৰি এছ আই পি কেলকুলেটৰে আপোনাক স্পষ্টকৈ দেখুৱাই যে সময়ৰ সৈতে আপোনাৰ ধন কেনেকৈ বৃদ্ধি পাব আৰু ই কেনেকৈ আৰ্থিক পৰিকল্পনা কৰাত সহায় কৰিব৷

১. প্ৰতিমাহে ৩০,০০০ টকাকৈ ৫ বছৰৰ বাবে SIP

যদি বাৰ্ষিক প্ৰত্যাশিত ৰিটাৰ্ণ ১২ শতাংশ হয় তেন্তে বাৰ্ষিক মুঠ বিনিয়োগ হব ১৮ লাখ টকা৷
আনুমানিক ভৱিষ্যৎ মূল্য হব ২৪.৩৫ লাখ টকা
সম্পদ বৃদ্ধি ৬.৩৫ লাখ টকা
যদি বাৰ্ষিক ৰিটাৰ্ণ আৰু ৰক্ষণশীল হয় তেন্তে ১০শতাংশ ধৰা হয়৷ আনুমানিক ভৱিষ্যৎ মূল্য হব ২৩.২৪লাখ টকা৷
সম্পদ বৃদ্ধি ৫.২৪ লাখ টকা

২. প্ৰতি মাহে ৩০০০০ টকাকৈ ১০ বছৰৰ বাবে SIP

যদি বাৰ্ষিক প্ৰত্যাশিত ৰিটাৰ্ণ ১২ শতাংশ হয় তেন্তে মুঠ বিনিয়োগ হব ৩৬ লাখ টকা৷
আনুমানিক ভৱিষ্যৎ মূল্য হব ৬৯.৯৩লাখ টকা৷
সম্পদ বৃদ্ধি ৩৩.৯৩লাখ টকা৷
যদি ৰিটাৰ্ণ ১০ শতাংশ ধৰা হয় তেন্তে আনুমানিক ভৱিষ্যৎ মূল্য হব ৬২.৯৫ লাখ
সম্পদ বৃদ্ধি ২৬.৯৫ লাখ টকা এই পৰিসংখ্যাসমূহে দেখুৱাই যে দীৰ্ঘম্যাদি বিনিয়োগ ধৰি ৰাখিলে মুঠ ৰিটাৰ্ণ বহু বেছি হয়৷ যদিও মাহিলী বিনিয়োগৰ পৰিমাণ একেই থাকে, তেতিয়া চক্ৰবৃদ্ধি সুদৰ প্ৰভাৱ ১০ বছৰত ৫ বছৰৰ তুলনাত বহু বেছি ভালকৈ পোৱা যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
Next Post
৩লাখ টকা হ’ব পাৰে দৰমহা! অষ্টম পে কমিছনত কিমান বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা?

৩লাখ টকা হ’ব পাৰে দৰমহা! অষ্টম পে কমিছনত কিমান বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা?

নিম্ন ৰক্তচাপো বিপজ্জনক, ৰক্তচাপ হঠাৎ কমি গলে কি কি কৰিব?

নিম্ন ৰক্তচাপো বিপজ্জনক, ৰক্তচাপ হঠাৎ কমি গলে কি কি কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.