• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

9 months ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

2 minutes ago
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

31 minutes ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

1 hour ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

1 hour ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

2 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

20 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

20 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

21 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

22 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

23 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

1 day ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

editor by editor
April 23, 2025
in ভাৰত
0
পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পহেলগামৰ হত্যাকাণ্ডত জড়িত চাৰি সন্ত্ৰাসবাদীক চিনাক্ত কৰিলে ভাৰতৰ নিৰাপত্তা সংস্থাই৷ ইতিমধ্যে চাৰি জনৰ ছবিও প্ৰকাশ কৰি পৰিচয় জনোৱা হৈছে৷ সূত্ৰৰ খবৰ অনুসৰি চাৰি সন্ত্ৰাসবাদী ক্ৰমে আদিল, আছিফ ফুজি, ছুলেমান শ্বাহ আৰু আবু তালহা৷

মঙলবাৰে দুপৰীয়া জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহেলগামৰ বৈছৰন উপত্যকাত নিৰ্বিচাৰ গুলিচালনা কৰিছিল সন্ত্ৰাসবাদীয়ে৷ সূত্ৰৰ দাবী, আক্ৰমণকাৰীৰ সংখ্যা আছিল প্ৰায় ৫ৰ পৰা ৬জন৷ সকলোৱে মুখত মাস্ক পৰিধান কৰি আছিল৷ হাতত একে-৪৭ৰ দৰে বন্দুক৷ হঠাৎ পৰ্যটকক লক্ষ্য কৰি গুলি চলাই৷ এতিয়া পৰ্যন্ত পহেলগামৰ আক্ৰমণৰ ঘটনাত ২৬ গৰাকীৰ মৃত্যু হৈছে৷ আহত হৈছে কেইবাগৰাকীও৷ নিহতৰ মাজত আছে উত্তৰপূৰ্বৰ অৰুণাচলৰো এজন লোক৷ আহত হৈছে অসমৰ এটা পৰিয়াল৷

পহেলগামৰ দায়িত্ব স্বীকাৰ কৰিছে দ্যা ৰেজিষ্টেন্স ফ্ৰণ্টে৷ ২০১৯ চনত জম্মু আৰু কাশ্মীৰৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ সময়তেই জন্মগ্ৰহণ কৰিছিল এই সন্ত্ৰাসী গোষ্ঠীয়ে৷ পাক সন্ত্ৰাসবাদী গোষ্ঠী লস্কৰ ই ত্যায়বাৰ ভগ্নী সংগঠন হিচাপে জনাজাত এই TRF৷ সূত্ৰৰ খবৰ অনুসৰি এই সন্ত্ৰাসবাদী গোষ্ঠীৰ অন্যতম আছিল ভাৰতৰ ৱাণ্টেড তালিকাত থকা হাফিজ ছইদৰ ঘনিষ্ঠ বুলিও পৰিছিল ছাইফুল্লা৷
অন্যহাতে জম্মু আৰু কাশ্মীৰ চৰকাৰে নিহতসকলৰ পৰিয়ালক ১০ লাখ টকাকৈ আৰ্থিক সাহায্যৰ কথাও ঘোষণা কৰিছে৷ ইয়াৰোপৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিক দুই লাখ আৰু কম গুৰুতৰভাৱে আহতসকলক এক লাখ টকাকৈ আৰ্থিক সাহায্য দিয়া হব বুলি জনোৱা হৈছে৷
জম্মু আৰু কাশ্মীৰ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি প্ৰথমে আই ই ডি বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদী গোটটোৱে৷ পাছত পৰিকল্পনা সলনি কৰি দুটা দলত ভাগ হৈ যায় সন্ত্ৰাসবাদী গোট৷ অত্যাধুনিক অস্ত্ৰ লৈ পৰ্যটকৰ ওপৰত আক্ৰমণ চলাই৷ সন্ত্ৰাসবাদীসকলে সীমান্ত পাৰ হৈ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল বুলি সন্দেহ কৰিছে তদন্তকাৰী সংস্থাই৷ কালি নহয়, কেইবাদিন পূৰ্বেই তেওঁলোক ভাৰতত প্ৰৱেশ কৰিছে৷ এই এলেকা তেওঁলোকে পূৰ্বেই পৰিদৰ্শন কৰি গৈছে৷

পহেলগামৰ পাছতেই ছৌদী আৰবৰ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ উভতি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ তেওঁৰ নিৰ্দেশতেই মঙ্গলবাৰে নিশা কাশ্মীৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ বুধবাৰে পুৱা তেওঁ পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলক শেষ শ্ৰদ্ধাও জনোৱা হৈছে৷ আত্মীয়ৰ সৈতে যোগাযোগো কৰা হৈছে৷ ইয়াৰোপৰি জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনিক বিষয়াসকলক লৈ বিশেষ বৈঠকতো মিলিত হৈছে শ্বাহ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
Next Post
পাক সেনাৰ সহযোগীতা আছে! সশস্ত্ৰবাহিনীক কেনেকৈ সহায় কৰিছিল পাক সেনাই? পহেলগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছইফুল্লা কোন?

পাক সেনাৰ সহযোগীতা আছে! সশস্ত্ৰবাহিনীক কেনেকৈ সহায় কৰিছিল পাক সেনাই? পহেলগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছইফুল্লা কোন?

ইউৰোপলৈ যোৱা ভিছা নোপোৱাৰ বাবেই হানিমুন প্লেন লৈছিল কাশ্মীৰ! বিবাহৰ মাত্ৰ ৭দিনৰ পাছতেই সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু নৌসেনাৰ লেফটেনেণ্টৰ! হানিমুনতেই বিধৱাৰ সাজ পিন্ধিলে হিমাংশীয়ে

ইউৰোপলৈ যোৱা ভিছা নোপোৱাৰ বাবেই হানিমুন প্লেন লৈছিল কাশ্মীৰ! বিবাহৰ মাত্ৰ ৭দিনৰ পাছতেই সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু নৌসেনাৰ লেফটেনেণ্টৰ! হানিমুনতেই বিধৱাৰ সাজ পিন্ধিলে হিমাংশীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.